Breaking

Browsing Category

অসম

কৃষক আইনক সমৰ্থন দেশবাশীৰ – চি পি আই(এম এল)ৰ ধন্যবাদ

তিনিচুকীয়া, ৮ডিচেম্বৰ: মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষি আৰু কৃষক বিৰোধী তিনিখন কৃষি আইনৰ প্ৰত্যাহাৰৰ দাবীত নিখিল ভাৰত কৃষক সংঘৰ্ষ সমন্বয় সমিতিয়ে ৩০টাৰো অধিক কৃষক সংগঠনৰ উদ্যোগত এই তিনিখন আইন প্ৰত্যাহাৰৰ দাবীত যোৱা ১০ দিন
Read More...

কেবিনেটে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ আঁচনিৰ বাবে ২২,৮১০ কোটি টকা অনুমোদন জনাইছে

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে নতুন নিযুক্তিৰ আঁচনিৰ বাবে ২২,৮১০ কোটি টকা অনুমোদন কৰে । যাৰ উদ্দেশ্য হৈছে ব্যৱসায়বোৰক নতুনকৈ নিয়োগ কৰিবলৈ উদগনি দিয়া। “আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ আঁচনিৰ অধীনত চৰকাৰে দুবছৰৰ বাবে ব্যৱসায় আৰু নতুন নিয়োগৰ
Read More...

গুৱাহাটীত উত্তৰ-পূৰ্বৰ প্ৰথম মানৱ দুগ্ধ বেংক মুকলি

উত্তৰ-পূৰ্বৰ প্ৰথম মানৱ দুগ্ধ বেংকটো বুধবাৰে গুৱাহাটীত মুকলি কৰা হয়। সাত্ৰীবাৰী খ্ৰীষ্টান হস্পিটেলত খোলা হৈছে বেংকটো । যি হৈছে ভাৰতৰ ১৫তম একক বেংক যি ছয় বছৰলৈকে মানুহৰ গাখীৰ সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব। "স্তনৰ গাখীৰ হৈছে নৱজাতক শিশুৰ বাবে
Read More...

বিজেপিৰ লগত মিত্ৰতা হ’লে পূৰ্বতকৈ অধিক আসন লাগিব অগপক

“আমাক মিত্ৰতাৰ প্ৰয়োজন ৷ আমি মিত্ৰতাত বিশ্বাসী৷” এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ৷ অগপৰ সভাপতি অতুল বৰাৰ অকপট স্বীকাৰোক্তি -  "অকলে আমি একো কৰিব নোৱৰো৷ আমাক মিত্ৰতা লাগিব৷" এতিয়ালৈ মিত্ৰতাৰ প্ৰস্তাৱ দিয়া নাই বিজেপিয়ে ৷মিত্ৰতাৰ
Read More...

বিশ্বৰ ১০০ জন আটাইতকৈ শক্তিশালী মহিলাৰ “ফৰবছ ২০২০” তালিকাত বিত্ত মন্ত্ৰী নির্মলা সীতাৰমন

বিত্ত মন্ত্ৰী নির্মলা সীতাৰমনে বিশ্বৰ ১০০ আটাইতকৈ শক্তিশালী মহিলাৰ“ফৰবছ 2020”তালিকাত ৪১ তম স্থান দখল কৰিছে। লগতে ভাৰতৰ বায়োফোনৰ প্ৰতিষ্ঠাপক কিৰণ মজামদাৰে তালিকাত স্থান দখল কৰিছে । কিৰণ মজুমদাৰে ৬৮সংখ্যক স্থান লাভ কৰিছে। জাৰ্মানীৰ
Read More...

নৱ বিবাহিত বোৱাৰীক বলাৎকাৰৰ চেষ্টা প্ৰাক্তন আটছা নেতাৰ

চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীৰ খাগৰিজান চাহ বাগিচাত মঙলবাৰে সংঘটিত হৈছে এক জঘন্য ঘটনা। মঙলবাৰে পুৱাই খাগৰিজান চাহ বাগিচা লাইনৰ এগৰাকী নৱ বিবাহিত মহিলাই  নিজ গৃহত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি একে লাইনৰে অভিযুক্ত ৰিকি তুৰী ওৰফে ভাগিৰথ তুৰী
Read More...

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এলেকাত তেলৰ অন্বেষণ আৰু খননত স্থগিতাদেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এলেকাত থকা অইল ইণ্ডিয়া লিমিটেড চমুকৈ অইলৰ ৭টা হাইড্ৰ'কাৰ্বন প্ৰকল্পত তেলৰ অন্বেষণ আৰু খননত স্থগিতাদেশ জাৰি কৰিছে। এখন ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে কালি
Read More...

বিমান অৱতৰণৰ বাবে সাজু ৰূপচী বিমান বন্দৰ

এছিয়াৰ সৰ্ববৃহৎ ৰাণৱে থকা এটা ৰূপচী বিমান বন্দৰটো বিমান অৱতৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। ৩৭ বছৰে বন্ধ হৈ থকা ৰূপচী বিমান বন্দৰ ৩৭ বছৰ পাচত আকৌ প্ৰাণ পাই উঠিছে । অতি সোনকালে বিমান বন্দৰটো কাৰ্যক্ষম হৈ উঠিব বুলি ভাৰতীয় বিমান
Read More...

সুখবৰ! গুৱাহাটীলৈ দৈনিক বিশেষ যাত্ৰীবাহী ৰে’লত

সাম্প্ৰতিক কৰ’নাকালীন পৰিস্থিতিৰ বাবে যোৱা কেইবামাহ ধৰি মানস ৰাইনো, বহাগী, চিফুং আদি লোকেল ৰে’লসমূহ বন্ধ হৈ আছিল, কিন্ত ১৪ ডিচেম্বৰৰ পৰা নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ চলিব বিশেষ যাত্ৰীবাহী ৰে’ল। এই বিশেষ ৰে’লখনেৰে অতি
Read More...

আজি সন্ধিয়া ৭ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰে বৈঠক প্ৰতিবাদী কৃষকৰ

কৃষক সমাজে আহ্বান জনোৱা ভাৰত বন্ধৰ সময়সীমা শেষ হোৱাৰ পিছতে  প্ৰতিবাদী কৃষক সকলৰ সেতে আজি সন্ধিয়া ৭ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হব। এই কথা সদৰি কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটে। কৃষকসকলে শীঘ্ৰে কৃষি
Read More...