Breaking

Browsing Category

অসম

২১ ডিচেম্বৰৰ পৰা মেঘালয়াত প্ৰৱেশৰ অনুমতি দিয়া হব পৰ্যটকক

মেঘালয়াৰ মুখ্যমন্ত্ৰী কংৰাড  চাংমাই ২১ ডিচেম্বৰৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰা অহা দৰ্শনাৰ্থীসকলৰ বাবে পৰ্যটন পুনৰ খোলাৰ ঘোষণা কৰে । মুখ্যমন্ত্ৰী টুইট কৰি কয় যে ‘অৱশ্যে, নিৰ্ধাৰিত স্বাস্থ্য প্ৰটোকলৰ সৈতে পঞ্জীয়ন আৰু পালন কৰাটো এক সম্পূৰ্ণ আৱেগ
Read More...

ডিৰাক ৰিজ’নেল কাপ-২০২০” ত কচুডুপ বজালতলি এফ চি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ডিৰাক সীমান্ত, ৮ ডিচেম্বৰ: অসম  অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ ১ নং সৰুডিৰাক ৰাজহুৱা খেলপথাৰত ডিৰাক আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় মুকুটা দহোটীয়া সোঁৱৰণী "ডিৰাক ৰিজ'নেল কাপ-২০২০" ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ
Read More...

সোণতলীৰ সৰু আৰিকাটিত ভয়াৱহ অগ্নিকাণ্ড ; লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

সোণতলী, ৮ ডিচেম্বৰঃ দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰু আৰিকাটিত আজি সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভুত হয় ৷ প্ৰাপ্ত বাতৰি মতে, সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত সৰু আৰিকাটি গাঁও নিৱাসী
Read More...

দেওমৰনৈ সাংবাদিক সন্থাৰ অধিবেশন আৰু নতুন সমিটি গঠন

দেওমৰনৈ, ৮ ডিচেম্বৰ: দৰং জিলাৰ দেওমৰনৈ সাংবাদিক সন্থাৰ অধিবেশন দিনজোৰা কায্যসুচীৰে সম্পন্ন হয় ৷ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত কেবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহন কৰে ৷ সাংবাদিক সন্থাৰ সভাপতি নৱজিত শৰ্মাৰ সভাপতিত্বত  মুকলি
Read More...

বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ ৮৮ সংখ্যক জন্মদিন পালন ঢকুৱাখনাত

ঢকুৱাখনা, ৮ ডিচেম্বৰ: ৰাজ্যৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা 'নিয়মীয়া বাৰ্তা'ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞি দেৱৰ ৮৮ সংখ্যক জন্ম দিৱস কালি ঢকুৱাখনাত তেখেতৰ অনুগামী সকলে অনুষ্ঠুপীয়াকৈ পালন কৰে। তেওঁৰ -৮৮ সংখ্যক উপজা দিনৰ কেক কাটি
Read More...

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম নলবাৰী জিলা সমিতিৰ

নলবাৰী, ৮ ডিচেম্বৰ : কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰ মুলক ভাৱে এটাৰ পিছত আন এটা ভুৱা গোচৰ জাপি দি চৰকাৰে দীৰ্ঘ দিন ধৰি জেলত ভৰাই ৰাখিছে ৷ কৃষক নেতা জনক মুক্তিৰ দাবীত বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ সমান্তৰালকৈ
Read More...

আজি দৰং জিলাৰ শ্ৰীশ্ৰী পালাভিঠা সত্ৰৰ পুননিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠান

দিপীলা, ৭ ডিচেম্বৰঃ আজি অসম সত্ৰ মহা সভাৰ অন্তৰ্ভুক্ত দৰং জিলাৰ বঢ়ীনগৰ গাঁও পঞ্চায়তৰ বৰেৰী গাঁৱত ১৫৬৮ খ্ৰীষ্টাব্দতে স্থাপিত শ্ৰীশ্ৰী পালাভিঠা সত্ৰৰ পুনৰ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ
Read More...

‘এইয়া LOC নহয়,’ কেজৰিৱালক গৃহবন্দী নকৰা বুলি দিল্লী পুলিচে প্ৰকাশ কৰাৰ পিছত পুনৰ আপৰ…

দিল্লী আৰক্ষীয়ে অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰিছে বুলি টুইটাৰৰ জৰিয়তে অভিযোগ কৰিছিল দিল্লীৰ শাসকীয় দল আম আদমি পাৰ্টিয়ে । ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে স্পষ্ট কৰিছিল যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰা হোৱা নাই আৰু আম আদমি
Read More...

মাউণ্ট এভাৰেষ্ট: নেপাল, চীনে সংশোধিত উচ্চতা ঘোষণা কৰিছে, চাওঁক নতুন উচ্চতা

নেপাল আৰু চীনে মঙ্গলবাৰে (৮ ডিচেম্বৰ) যুটীয়াভাৱে 8848.86 মিটাৰত মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা ঘোষণা কৰে । নেপাল আৰু চীনে ঘোষণা কৰা নতুন উচ্চতাৰ অৰ্থ হৈছে মাউণ্ট এভাৰেষ্ট পৃথিৱী ৰ সৰ্বোপৰি ওখ পাহাৰ। লক্ষ্য কৰিব লগীয়া যে, ১৯৫৫ চনত
Read More...

তিনি বছৰত দ্ৰুততম গতিৰ ইণ্টাৰনেট থাকিব সকলো গাওঁত

মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চিংৰ জৰিয়তে ইণ্ডিয়া ম'বাইল কংগ্রেছ (আইএমচি)২০২০-ক সম্বৰ্ধনা জনায়। উদ্ধোধনী ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ডিজিটেল প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰে আৰু কয় যে ম'বাইল নিৰ্মাণৰ বাবে আটাইতকৈ
Read More...