Breaking

Browsing Category

অসম

মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত মাজুলীৰ ৭৯ নং জামুৱনী প্ৰাথমিক বিদ্যালয়ৰ সাফল্য

উজনি-মাজুলী, ৬ ডিচেম্বৰঃ সদ্যঘোষিত ২০১৯ বৰ্ষৰ  পঞ্চম শ্ৰেণীৰ ‘‘ মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা’’ ত মাজুলী জিলাৰ ৭৯ নং জামুৱনী প্ৰাথমিক বিদ্যালয়ৰ পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ বিদ্যালয় খনৰ গৌৰৱ অক্ষুন্ন ৰাখিছে ৷ বিদ্যালয়খনৰ
Read More...

সত্য ৰঞ্জন বৰাৰ হোজাইত বেচৰকাৰী সংস্থা মাৰ্কাজুল মা-আৰিফৰ বিৰুদ্ধে গোচৰ

হোজাই, ৬ ডিচেম্বৰ: মৌলানা বদৰুদ্দিন আজমলৰ গৃহ চহৰ হোজাইত হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাৰ হুংকাৰ, হোজাইত উপস্থিত হৈ বদৰুদ্দিন আজমলৰ দ্বাৰা পৰিচালিত বে চৰকাৰী সংস্থা মাৰ্কাজুল মা-আৰিফৰ বিৰুদ্ধে গোচৰ। বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল
Read More...

নগাঁৱত ৫শতাধিক কংগ্ৰেছীৰ দলত্যাগ ; সমদল কৰি বিজেপিত যোগদান কংগ্ৰেছ নেতাৰ

নগাঁও, ৬ডিচেম্বৰ: কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাত অসন্তুষ্ট হৈ নগাঁৱত ৫শতাধিক কংগ্ৰেছীয়ে দলত্যাগ কৰি আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিলে। আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত নগাঁৱৰ ২২নং ৱাৰ্ডৰ নেতা দ্বীপ লিগিৰা, ২১নং ৱাৰ্ডৰ
Read More...

কা বলৱৎ হলে আমি সহজে এৰি নিদিওঁ, মই পুনৰ ওলাই আহিম- জুবিন গাৰ্গ

মহানগৰীৰ এক আলোচনাত অংশগ্ৰহণ কৰি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কয় যে, “সমগ্ৰ দেশতে জানুৱাৰীৰ পৰা কা বলৱৎ হলে আমি সহজে এৰি নিদিওঁ। মই পুনৰ ওলাই আহিম। আমি প্ৰতিবাদ কৰি যাম ‘কা’ৰ বিৰুদ্ধে।” লগতে জুবিন গাৰ্গে কয় যে – “অসম জাতীয়
Read More...

স্নাতক ডিগ্ৰীধাৰী ST(P) আৰু OBC শ্ৰেণীৰ যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ দিব ৰাজ্য চৰকাৰে

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি। ৫০ হাজাৰকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব নিবনুৱা যুৱক-যুৱতীক । ST(P) আৰু OBC শ্ৰেণীৰ যুৱক–যুৱতীসকলৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই সাহায্যৰ বাবে আবেদন কৰিবলৈ
Read More...

বিধায়িকা আঙুৰলতা ডেকাৰ কনভয় দুর্ঘটনাগ্রস্ত

আজি সোণাপুৰ কলেজগেটত বিধায়িকা আঙুৰলতা ডেকাৰ কনভয়ৰ বাহন দুর্ঘটনাগ্রস্ত হয়। একে দিশৰ পৰা অহা AS-18-C-6013 নম্বৰৰ খেৰ ভৰ্তি এখন বাহন হঠাৎ ৰাস্তা পাৰ হোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত বিধায়িকাগৰাকীৰ
Read More...

নিজ জীয়ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গুৱাহাটীৰ আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰ

নিজ কন্যাকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে মহানগৰীৰ বিআৰএম আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আশুতোষ কুণ্ডক। মহানগৰীৰ মহিলা আৰক্ষী থানাৰ আৰক্ষীয়ে দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে অধ্যক্ষগৰাকীক। পিতৃয়ে ২০১৪ চনৰে
Read More...

কাকীত অবৈধ কাঠ ফলাৰ চোৰাং বেহা : কাঠ ফলা যন্ত্ৰাংশ জব্দ

হোজাই জিলাৰ কাকীত অবৈধ কাঠ ফলাৰ চোৰাং বেহা । কাকীৰ চৌৰংগীত লংকা বনাঞ্চলিক বিষয়া সহ বন বিভাগৰ এটি দলে নিশা অভিযান চলাই উৎখাত কৰে এটা অবৈধ কাঠফলা কল। লগতে জব্দ কৰে কাঠফলা মেচিন, জেনেৰেটৰ, পাম্প ছেট সহ অন্যান্য যন্ত্ৰাংশ । জব্দকৃত
Read More...

ক্বাজী ছামান আলী বৰভূঞাৰ মৃত্যুত ডবকাত শোকৰ ছা

ডবকা, ৬ ডিচেম্বৰ : হোজাই জিলাৰ ডবকা মিকিৰাটি হাও গাওঁৰ বাসিন্দা তথা আমবাৰী হাইস্কুলৰ আৰবী শিক্ষক ক্বাজী, মৌলানা ছামান আলী বৰভূঞাৰ যোৱা নিশা ১২.২০ বজাত মৃত্যু হয়। দীৰ্ঘদিনৰ পৰা ক্বাজী ছামান আলীয়ে হৃদয়ৰোগ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷
Read More...

জামুগুৰিহাটৰ সমাজ প্ৰাণ জগত চন্দ্র দাসৰ জন্ম শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি

জামুগুৰিহাট,৬ ডিচেম্বৰ: সমাজ, সাহিত্য, সংস্কৃতিৰ উৰ্বৰ ভূমি, নামঘৰ নগৰী জামুগুৰিহাটৰ এগৰাকী বিশিষ্ট সমাজ কৰ্মী, কৃতী শিক্ষক জগত চন্দ্ৰ দাসে অহা ৭ জানুৱাৰীত ৯৯ বৰ্ষ অতিক্ৰমী শত বৰ্ষত ভৰি দিব। সেই উপলক্ষে জামুগুৰি বাৰেচহৰীয়া ৰাইজ সভাৰ
Read More...