Breaking

Browsing Category

অসম

নায়েৰ আলগাত আঞ্চলিক পঞ্চায়তৰ সভানেত্রীৰ বিপৰীতে ভিত্তিহীন বাতৰি প্ৰচাৰিত হোৱা লৈ ৰাইজৰ প্ৰতিক্রিয়া…

বিলাসীপাৰা, ৬ ডিচেম্বৰ : শেহতীয়াকৈ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনৰ  মায়াৰ গাওঁ পঞ্চায়তত এম জি এনৰেখাঁ আঁচনিৰ ৰাস্তাৰ কাম উদ্বোধন নকৰাকৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাচিনা খাতুনে উক্ত আঁচনিৰ ধন হৰলুকী কৰা বুলি এক মনেসজা ভিত্তিহীন বাতৰি
Read More...

ঢকুৱাখনা সমষ্টিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠনৰ সভা

ঢকুৱাখনা,৬ ডিচেম্বৰ : "বিজেপি দলটো ৰাইজৰ স্বাৰ্থত কাম কৰা দল নহয় । এইটো হ'ল ডাঙৰ ডাঙৰ পুঁজিপতি আৰু বণিকগোষ্ঠীৰ স্বাৰ্থত কামকৰা এটা বেপাৰী ৰাজনৈতিক দল। এইখন চৰকাৰে পৰিৱৰ্তনৰ নামত ৰাজ্যত কিছুমান বাট পথৰ উন্নয়ন কৰিছে যদিও সৰ্বসাধাৰণ কৃষক
Read More...

ধৰ্মৰ স্বীকৃতি বিচাৰি জামুগুৰিহাটত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আদিবাসীৰ

 জামুগুৰিহাট, ৬ ডিচেম্বৰ : ধৰ্মৰ স্বীকৃতি বিচাৰি ৰাজপথলৈ ওলাই আহি আজি জামুগুৰিহাটৰ টুপীয়াত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আদিবাসী চেংগেল অভিযান শোণিতপুৰ জিলা কমিটিৰ সদস্য সকলে। দিনৰ ১১বজাত আদিবাসী চেংগেল অভিযানৰ শোণিতপুৰ জিলা সমিতিৰ
Read More...

টেঙাখাতত এন পি এছ কৰ্মচাৰী সন্থাৰ সজাগতামূলক সভা

অনলাইন বাৰ্তা,৬ ডিচেম্বৰ : সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতামূলক সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ
Read More...

চৰকাৰে নহয় ৰাইজে খেদিব লাগিব অবৈধ বিদেশী : হিন্দু যুৱ ছাত্ৰ পৰিষদ ; নলবাৰী জিলা প্ৰেছ ক্লাৱত সংবাদ…

নলবাৰী, ৬ ডিচেম্বৰ : কোনো এখন চৰকাৰে অবৈধ বিদেশী নাগৰিক বহিষ্কাৰ নকৰে । কিন্তু হাতেৰে নহয় কেৱল ভাতেৰে হে ৰাইজে খেদিব লাগিব অবৈধ বিদেশী সকলক--- এই আহ্বান হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ । আজি নলবাৰী জিলা প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত
Read More...

নগাঁৱত ড্ৰাগছ আৰু দেহ ব্যৱসায়ৰ লগত জড়িত ৮গৰাকীক আটক; মেটেকাৰ মাজত উদ্ধাৰ ড্ৰাগছ

নগাঁও, ৫ডিচেম্বৰ: দীৰ্ঘদিন ধৰি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত চলি অসামাজিক কাৰ্যকলাপে চহৰখনৰ সাধাৰণ ৰাইজক অতীষ্ঠ কৰিছে। আনকি নগাঁৱৰ হয়বৰগাঁওস্থিত আইন মহাবিদ্যালয়ৰ সমীপতে চলি আছে ব্যাপক বে আইনী
Read More...

আৰক্ষী আৰু চি আৰ পি এফৰ দলৰ ওপৰত সন্ত্ৰাবাদীৰ আক্ৰমণ, ১ জন আৰক্ষী জোৱান আৰু ১ জন অসামৰিক লোক…

জম্মু-কাশ্মীৰত আজি শ্ৰীনগৰৰ হাৱালৰ চাজগাৰিপোৰাত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া দলক আক্ৰমণ কৰে সন্ত্ৰাবাদীয়ে। এই সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন আৰক্ষী জোৱান আৰু এজন অসামৰিক লোক আঘাতপ্ৰাপ্ত হয় । সন্ত্ৰাবাদীক ধৰিবলৈ অঞ্চলটো ঘেৰাও কৰা
Read More...

বিধায়িকা আঙুৰলতা ডেকাক ‘বেশ্যা’ বুলি সম্বোধন বিধায়ক কমল সিং নাৰ্জাৰীৰ

বিজনী বিধায়ক কমল সিং নাৰ্জাৰীয়ে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক অশ্লীল ভাষাৰে সম্বোধন কৰা সন্দৰ্ভত বিজনী বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চিৰাঙৰ বিজনীত বিপিএফৰ সভাত বিজনী বিধান সভা
Read More...

১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব । এই অনুষ্ঠানত শাৰীৰিকভাৱে বা ভাৰ্চুৱেল মোডৰ যোগেৰে সকলো দলৰ নেতা আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। নতুনকৈ নিৰ্মান হব লগা সংসদ ভৱনৰ নক্সা শনিবাৰে এক
Read More...

এতিয়াৰে পৰা অধিক মাছুল ল’ব নোৱাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়-মহাবিদ্যালয়ে

ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাছুল। এতিয়াৰ পৰা নিজৰ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বঢ়াব নোৱাৰিব মাছুল। এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰিছে স্পষ্ট নিৰ্দেশনা। একেদৰে ব্যক্তিগতখণ্ডৰ মহাবিদ্যালয়
Read More...