Breaking

Browsing Category

অসম

হোজাই এছ অ এছ শিশু গাওঁৰ উদ্যোগত বিশ্ব এইডছ দিৱস পালন

হোজাই, ২ ডিচেম্বৰ: মঙ্গলবাৰে হোজাই ধনুৱাৰ বস্তি কমিউনিটি হলত বিশ্ব এইডছ দিৱস পালন কৰা হয়। হোজাই এছ অ এছ শিশু গাওঁৰ উদ্যোগত পৰিয়াল শক্তিশালীকৰণ, এইছআইভি তথা সম্পর্কিত ৰোগ সম্পর্কে সচেতনতা জগাই তোলাৰ উদ্দেশে এই কাৰ্য্যসূচীৰ আয়োজন কৰা হয়।
Read More...

অসম লেখিকা সংস্থাৰ মঙ্গলদৈ শাখাৰ প্ৰতিষ্ঠা দিৱস আৰু গ্ৰন্থ উন্মোচনী সভা

অসম লেখিকা সংস্থাৰ মঙ্গলদৈ শাখাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দৰং জিলা হাইস্কুল শিক্ষক সন্থাৰ শিক্ষক ভৱনত শতাধিক লোকৰ উপস্থিতিত প্ৰতিষ্ঠা দিৱস আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লেখিকা সন্থাৰ মঙ্গলদৈ শাখাৰ সম্পাদিকা মীৰা দত্ত চৌধুৰীয়ে
Read More...

আহি আছে কৰোনা ভেকচিন, কিন্তু কেতিয়া ?

সমগ্ৰ বিশ্বতে এতিয়াও অব্যাহত আছে কৰোনাৰ সংহাৰ । বিশ্বৰ ১৮০ খন দেশৰ লগতে ভাৰতেও অপেক্ষা কৰি আছে কৰোনাৰ ভেকচিনৰ বাবে । প্ৰায়বোৰ দেশে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰিবৰ বাবে প্ৰয়াস কৰি থকা সময়তে গ্ৰেট ব্ৰিটেইনে অনুমোদন জনাইছে Pfizer-BioNTechৰ
Read More...

আন্তঃৰাষ্ট্ৰীয় বজৰংগ দলৰ বঙাইগাও জিলাৰ সাধাৰণ সম্পাদক মৃদুল দাসক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ বিষয় সন্দৰ্ভত…

নলবাৰী,২ ডিচেম্বৰ : আন্তঃৰাষ্ট্ৰীয় বজৰংগ দলৰ বঙাইগাও জিলাৰ সাধাৰণ সম্পাদক মৃদুল দাসক বঙাইগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰাৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । হিন্দু ক্ৰান্তি দলৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে প্ৰকাশ কৰে যে, বিশ্বত সন্ত্ৰাসৰ
Read More...

বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিটিচিত আহি ফটা ঢোল বজাই আছে : আছু

টংলা, ২ ডিচেম্বৰ : ওদালগুৰিৰ বিভিন্ন প্ৰান্তত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আগমন আনফালে "কা" বাতিল আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত টংলাত আছু, যুৱ ছাত্রৰ তীব্র প্রতিবাদ। বুধবাৰে ওদালগুৰি জিলাৰ অন্যম আঞ্চলিক ছাত্র সন্থা টংলা আঞ্চলিক
Read More...

লাহোৱাল প্ৰেছ ক্লাবৰ সপ্তদশ প্ৰতিষ্ঠা দিৱসৰ আয়োজন

মদাৰখাত, ২ ডিচেম্বৰ : লাহোৱাল প্ৰেছ ক্লাবৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস সাত ডিচেম্বৰত বেবেজীয়া, নিজ লাহোৱাল আৰু জাপিসজীয়া গাঁৱৰ ৰাইজৰ সহযোগত জাপিসজীয়া ৰাজহুৱা পেক্ষাগৃহত আয়োজন কৰা হৈছে। প্ৰতিষ্ঠা দিৱসটি সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ কনৌজ
Read More...

বিলাসীপাৰাত কৃষি আইন বাতিল আৰু EIA বাতিলৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট

বিলাসীপাৰা, ২ ডিচেম্বৰঃ নতুনকৈ গৃহীত কৃষি আইন আৰু EIA বাতিলৰ দাৱীত সমগ্ৰ অসমৰ লগত সংগতি ৰাখি ধুবুৰী জিলাতো বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ চৌহদত সৰ্ব ভাৰতীয় সংঘৰ্ষ সমন্বয় সমিতি অসম অন্তভুৰ্ক্ত নিখিল ভাৰত কৃষক সভা, কৃষক সভা, কৃষক
Read More...

বিলাসীপাৰাত কৃষি আইন বাতিল আৰু EIA বাতিলৰ দাৱীত কৃষক মুক্তিৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘাট

বিলাসীপাৰা, ২ ডিচেম্বৰ : নতুনকৈ গৃহীত কৃষি আইন আৰু EIA বাতিলৰ দাৱীত সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ চৌহদত সৰ্ব ভাৰতীয় সংঘৰ্ষ সমন্বয় সমিতি অসম অন্তভুৰ্ক্ত নিখিল ভাৰত কৃষক সভা,কৃষক সভা, কৃষক মহাসভা, কৃষক মুক্তি
Read More...

লাইকা- দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ সদিচ্ছা নাই চৰকাৰৰ ; ৫ নবেম্বৰত গণসমাবেশ

তিনিচুকীয়া ২ ডিচেম্বৰ : লাইকা-দধিয়াবাসীক পুনৰসংস্থাপন দিয়াৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে লাইকা-দধিয়াবাসীক চূড়ান্ত প্ৰতাৰণা কৰি আহিছে । ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষা আৰু সংৰক্ষণতো চৰকাৰখনৰ কোনো সদিচ্ছা নাই । এই গুৰুতৰ
Read More...

২০২১ ত বিজেপি আৰু অগপই পুনৰ মিত্ৰজোতৰ চৰকাৰ গঠণ কৰিব

২০২১ ত বিজেপি আৰু অগপই পুনৰ মিত্ৰজোতৰ চৰকাৰ গঠণ কৰিব । এই দাবী অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাৰ । সেয়ে পুনৰ একেলগে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ন হব বুলি উল্লেখ কৰে কমলপুৰ সমষ্টীৰ বিধায়ক সত্যব্ৰত কলিতাই । কমলপুৰ সমষ্টীৰ বোৰ্কা খেল পথাৰত
Read More...