Breaking

Browsing Category

অসম

ৰাজ্যৰ দ্বিতীয় সৰ্ববৃহৎ জিলা সংগ্ৰহালয় উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আজি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্বোধন কৰে ১৯৮৭ চনৰ ১৬ মাৰ্চত সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনত প্ৰতিষ্ঠা কৰা ডিব্ৰুগড় জিলা সংগ্ৰহালয়ৰ নৱ নিৰ্মিত ভৱনটো । গুৱাহাটীৰ পিছতে অসমৰ দ্বিতীয় বৃহত সংগ্ৰহালয়টো ৩৪৩.৪১ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা
Read More...

পোনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

আজিৰে মহঙা হ'ল ৰন্ধন গেছৰ চিলিণ্ডাৰ । চৰকাৰী তৈল কোম্পানীসমূহে পোনৰ বৃদ্ধি কৰিলে ৰন্ধন গেছৰ মূল্য । চৰকাৰী তৈল কোম্পানীসমূহে প্ৰতি গেছ চিলিণ্ডাৰত ৫০টকাকৈ বৃদ্ধি কৰিলে মূল্য। LPG Gas Cylinderৰ নতুন মূল্য ২ ডিচেম্বৰ অৰ্থাৎ আজিৰে পৰা বলৱৎ
Read More...

সমুখত নিৰ্বাচন : কোকৰাঝাৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ আৰু সজীৱ গুলী

বিটিচি নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী । সকলো দলে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান । ইয়াৰ মাজতে কোকৰাঝাৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ আৰু গুলী । আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় অস্ত্ৰ খিনি । নিৰ্বাচিত কুটাঘাত মূলক ঘটনা
Read More...

অভিনেতা ছানি দেউল কৰোনা পজিটিভ

বলিউডৰ জনপ্ৰিয় অভিনেতা ছানি দেউল কৰোনাত আক্ৰমণ । মঙ্গলবাৰে হিমাচলৰ স্থাস্থ্য সচিবে এইকথা প্ৰকাশ কৰে । অভিনেতাৰ লগতে ছানি দেউল ভাৰতীয় জনতা পাৰ্টীৰ গুৰদাসপুৰৰ সাংসদ । পাতলীয়া জ্বৰত ভোগাৰ বাবে অভিনেতা তথা সাংসদ গৰাকীৰ কৰোনা টেষ্ট কৰোঁ হয়
Read More...

মৰিগাঁও অগপ ত ব্যাপক খহনীয়া : কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ বহিঃপ্ৰকাশ

মৰিগাঁও, ১ডিচেম্বৰ : মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ মৰিগাঁও বিধান পৰিষদ সমিতিৰ লগতে ২১ খন আঞ্চলিক সমিতিয়ে আজি সমূহীয়া পদত্যাগ কৰে ৷ অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই স্বেচ্ছাচাৰী শাসন চলোৱাৰ অভিযোগ কৰি আজি মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ
Read More...

নগাঁও সদৰ সমষ্টিত কেইবাটাও উন্নয়ন মূলক কামৰ শুভ উদ্ধোধন কৰিলে বিধায়ক ৰূপক শৰ্মাই

নগাঁও, ১ ডিচেম্বৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী গাঁও পঞ্চায়তত  আজি দুটাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ শুভাৰম্ভ কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনি (SOPD)ৰ অধীনত ননৈ দক্ষিণপাট পথৰ পৰা
Read More...

নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা : আটক হল বেংক ডকাইত

নলবাৰী, ০১ ডিচেম্বৰ : নলবাৰী অময়াপুৰত যোৱা ২০নৱেম্বৰত  পাঞ্জাৱ নেচনেল বেংকত সংঘটিত হোৱা বেংক ডকাইটিৰ এজন মুখ্য অভিযুক্তক যোৱা নিশা নলবাৰী উপ আৰক্ষী অধীক্ষক আছিফ আহমেদ, নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ সদৰ
Read More...

অসমলৈ আৰ এছ এছ প্ৰধান মোহন ভাগৱত

অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে অসমলৈ আহি আছে আৰ এছ এছ প্ৰধান মোহন ভাগৱত । আজি অসম পাব আৰ এছ এছ প্ৰধান গৰাকী । ক্ষন্তেক সময়ৰ পিছতে গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'বহি মোহন ভাগৱত । ১০ দিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ অহা আৰ এছ এছ
Read More...

JEE কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

আৰক্ষী জিম্মালৈ প্ৰেৰণ JEE কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক । চি জে এম আদালতে ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে কুমাৰক । অসম আৰক্ষীয়ে দিল্লীৰ পৰা দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল প্ৰদীপ কুমাৰক ।
Read More...

ভাৰতী সিঙক বাহিৰ কৰা হ’ল দ্যা কপিল শৰ্মা শ্ব’ৰ পৰা !

জনপ্ৰিয় দ্যা কপিল শৰ্মা শ্ব'ৰ পৰা বাহিৰ কৰা হ'ল জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙক । কেইদিনমানৰ পূৰ্বে ভাৰতী আৰু তেওঁৰ স্বামীৰ বাসগৃহত অনচিবিয়ে অভিযান চলাই ড্ৰাগচ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । এই গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত বৰ্তমানলৈকে
Read More...