Breaking

Browsing Category

অসম

চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুখ্য বান্ধ নিৰ্মাণ কৰিব, এই নিৰ্মানে প্ৰভাৱিত কৰিব অসমক

চীনে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ-সীমাত এক মুখ্য জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য মতে, চীনে দেশে পৰিকল্পনা কৰা বান্ধটো পৰৱৰ্তী বছৰত ৰূপায়ণ কৰা হ'ব। জানিব পৰা গৈছে যে চীনা চৰকাৰে ইতিমধ্যে এই বান্ধটো নিৰ্মাণৰ বাবে এটা
Read More...

নগাঁৱৰ চকলাঘাট-ক’ৰচোংত একেনিশাই দুঘৰত চুৰি কাণ্ড

নগাঁও ,৩০ নৱেম্বৰঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বহুকেইটা স্থানত আজি দীৰ্ঘদিন ধৰি এক ধাৰাবাহিক চুৰি কাণ্ড সংঘটিত হৈ আহিছে ৷ আজি যোৱা নিশাও তেনে এক ধাৰাবাহিক চুৰি কাণ্ড সংঘটিত হয় পূৱ- হাতীছোং চকলাঘাট চাউলখোৱা গাঁও নিৱাসী ৰঞ্জন
Read More...

”মই আছুৰ উপদেষ্টা হৈ থাকিম” সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ঘোষণা

অৱশেষত আজি ৩০ নৱেম্বৰ সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নতুন সমিতিখনে আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত শপতগ্ৰহণ কৰিলে। জল্পনা-কল্পনাৰ অন্ত পেলাই সদৌ অসম ছাত্ৰ সন্থাৰ হৈ ৩ দশক ধৰি কাৰ্যনিৰ্বাহ কৰি থকা ডঃ সমুজ্জ্বল কুমাৰ
Read More...

২০১৮-২০১৯বৰ্ষত চৰকাৰে ঘোষণা কৰাৰ দৰেই কৃতী ছাত্ৰীয়ে লাভ কৰিব স্কুটী

২০২০-২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলে ডিচেম্বৰ মাহৰ কোনোবা এটা দিনত লাভ কৰিব স্কুটী । জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত এই কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে, পৰৱৰ্তী পৰ্য্যায়ত অৰ্থাৎ
Read More...

প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব ?

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তিতাবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব এইলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই দেওবাৰে সম্পূৰ্ণ কৰ্তৃত্ব দিছিল গগৈ পৰিয়ালক ৷ প্ৰয়াত তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে এতিয়া বৃটেইনত জন্ম গ্ৰহণ
Read More...

গ্ৰামাঞ্চলৰ পথৰ কাষ সেউজীকৰণৰ বাবে জাগৰণ য়ুথ ক্লাৱৰ বৃক্ষৰোপনৰ শুভাৰম্ভ

জামুগুৰিহাট, ২৯ নবেম্বৰ : পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত জাগৰণ য়ুথ ক্লাৱে লোৱা কামকাজৰ লগত আমাৰ চৰকাৰৰ আঁচনিসমুহৰ লগত মিল থকা দেখা পাইছো ৷ মই জাগৰণ য়ুথ ক্লাৱৰ প্ৰতিগৰাকী সদস্যক আহবান জনাইছো যে তেঁওলোকে নদুৱাৰ খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয়ৰ
Read More...

জীয়া ভৰলী দলঙত পথ দুৰ্ঘটনাত থিতাতে নিহত সাধু বাবা : বাবাৰ পোহনীয়া এটি বান্দৰৰ হিয়া ভঙা কান্দোনে অধিক…

জামুগুৰিহাট, ২৯ নৱেম্বৰ : কিমান মৰমৰ হ’ব পাৰে সেইজন গৰাকী যাৰ মৃত্যুৰ পিছতো লগতে থকা বান্দৰটোৱে আনিব দিয়া নাই তাৰবাবে প্ৰভুসদৃশ লোকজনৰ মৃতদেহ ৷ লিৰিকি বিদাৰি চাইছে তাৰ গৰাকীৰ শৰীৰটো ৷ কিজানি মাত দিব তাক তাৰ আপোন গৰাকীজনে ! কিন্তু
Read More...

বিলাসীপাৰা গুটিপাৰাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত

অনলাইন বাৰ্তা, ২৯ নৱেম্বৰ : বিলাসীপাৰা গুটিপাৰাত আজি ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় । এই ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছিল দুপৰীয়াৰ  আহাৰ তৈয়াৰ কৰিবলৈ যোৱা ৰান্ধনী গৃহৰ পৰা সুত্রপাত হৈছিল । উল্লেখ্য যে, ঘৰ-বাৰী, ধান-চাউল, আজৱা-পত্র অগ্নিকাণ্ডত
Read More...

চীনৰ সৈতে যদি পাৰে তেন্তে পাকিস্তানৰ সৈতে কিয় আলোচনা কৰিব নোৱাৰিব কেন্দ্ৰই : মেহবুবা মুফতি

কেন্দ্ৰীয় চৰকাৰ ওপৰত আক্ৰমনাত্মক হৈ মেহবুবা মুফতিৰ প্ৰশ্ন, "পাকিস্তান মুছলমান দেশ, সেইবাবেই তেওঁলোকে তেওঁলোকৰ সৈতে কথা নাপাতে নেকি ? পিপ'লচ ডেমক্ৰেটিক পাৰ্টি (PDP) সভাপতি মেহবুবা মুফতিয়ে দেওবাৰে (২৯ নৱেম্বৰ, ২০২০) কেন্দ্ৰক আক্ৰমন কৰি
Read More...

জানুৱাৰীৰ পৰা চেন্নাই-লণ্ডনৰ মাজত বিমান চলোৱাৰ পৰিকল্পনা এয়াৰ ইণ্ডিয়াৰ

এয়াৰ ইণ্ডিয়াই অহা বছৰৰ জানুৱাৰীৰ পৰা চেন্নাই আৰু লণ্ডনৰ মাজত নন-ষ্টপ বিমান পৰিৱহন কৰাৰ পৰিকল্পনা কৰিছে । যাৰ ফলত তামিলনাডুৰ ৰাজধানীৰ ন খন চহৰক ব্ৰিটিছ ৰাজধানীৰ সৈতে সংযোজিত কৰা হব। এয়াৰ ইণ্ডিয়াই বৰ্তমান দিল্লীৰ পৰা লণ্ডনলৈ নন-ষ্টপ
Read More...