Breaking

Browsing Category

অসম

বিলাসীপাৰা গুটিপাৰাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত

অনলাইন বাৰ্তা, ২৯ নৱেম্বৰ : বিলাসীপাৰা গুটিপাৰাত আজি ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় । এই ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছিল দুপৰীয়াৰ  আহাৰ তৈয়াৰ কৰিবলৈ যোৱা ৰান্ধনী গৃহৰ পৰা সুত্রপাত হৈছিল । উল্লেখ্য যে, ঘৰ-বাৰী, ধান-চাউল, আজৱা-পত্র অগ্নিকাণ্ডত
Read More...

চীনৰ সৈতে যদি পাৰে তেন্তে পাকিস্তানৰ সৈতে কিয় আলোচনা কৰিব নোৱাৰিব কেন্দ্ৰই : মেহবুবা মুফতি

কেন্দ্ৰীয় চৰকাৰ ওপৰত আক্ৰমনাত্মক হৈ মেহবুবা মুফতিৰ প্ৰশ্ন, "পাকিস্তান মুছলমান দেশ, সেইবাবেই তেওঁলোকে তেওঁলোকৰ সৈতে কথা নাপাতে নেকি ? পিপ'লচ ডেমক্ৰেটিক পাৰ্টি (PDP) সভাপতি মেহবুবা মুফতিয়ে দেওবাৰে (২৯ নৱেম্বৰ, ২০২০) কেন্দ্ৰক আক্ৰমন কৰি
Read More...

জানুৱাৰীৰ পৰা চেন্নাই-লণ্ডনৰ মাজত বিমান চলোৱাৰ পৰিকল্পনা এয়াৰ ইণ্ডিয়াৰ

এয়াৰ ইণ্ডিয়াই অহা বছৰৰ জানুৱাৰীৰ পৰা চেন্নাই আৰু লণ্ডনৰ মাজত নন-ষ্টপ বিমান পৰিৱহন কৰাৰ পৰিকল্পনা কৰিছে । যাৰ ফলত তামিলনাডুৰ ৰাজধানীৰ ন খন চহৰক ব্ৰিটিছ ৰাজধানীৰ সৈতে সংযোজিত কৰা হব। এয়াৰ ইণ্ডিয়াই বৰ্তমান দিল্লীৰ পৰা লণ্ডনলৈ নন-ষ্টপ
Read More...

এইবাৰ নোৰো ভাইৰাছৰ সংক্ৰমণ !

কোৰোণা ভাইৰাছৰ উত্‍পত্তিস্থল চীন দেশত এইবাৰ নোৰো ভাইৰাছ নামেৰে এক নতুন ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে ।নোৰো নামৰ এবিধ নতুন ভাইৰাছে চীনত আৰম্ভ কৰিছে সন্ত্ৰাসৰ। এই নোৰো ভাইৰাছ বিশেষকৈ আক্ৰান্ত হৈছে কণ কণ শিশুৰ লগতে বয়োজ্যেষ্ঠ লোকসকল।এই কথা
Read More...

কৃষক বিদ্ৰোহত! ”সকলো সমস্যা সমাধান কৰাৰ বাবে প্ৰস্তুত চৰকাৰ” গৃহমন্ত্ৰী অমিত শ্বাহ

কিছুদিন পূৰ্বে চৰকাৰে কাৰ্যকৰী কৰা কৃষি আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰেৰে হেজাৰ হেজাৰ কৃষকে বিগত চাৰি দিনে প্ৰতিবাদ সাব্যস্ত কৰি আছিল । শীঘ্ৰে এই আইন উঠাই লোৱাৰ বাবেও প্ৰতিবাদী কৃষকসকলে দাবী জনাইছিল। কৃষকসকলে দিল্লীত প্ৰৱেশ কৰাৰ বাবে
Read More...

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ চৰকাৰ আৰু পৌৰ নিগমক

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ চৰকাৰ আৰু পৌৰ নিগমক
Read More...

নগাঁৱৰ কলঙত টকাৰ উজান

নগাঁও,২৮ নবেম্বৰ : নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলঙৰ পানীত  আজি উটি আহিল শ শ টকা ৷ নগাঁও চহৰৰ পৰিবহণ নিগম কাৰ্যালয়ৰ সমীপৰ দলঙৰ তলতে কলঙৰ পানীত উদ্ধাৰ হয় শ শ টকা ৷ উল্লেখ্য, কলঙৰ ওপৰত নতুনকৈ নিৰ্মাণ হৈ থকা দলংৰ কাম কৰা বনুৱা সকলে প্ৰথমে
Read More...

মৰিগাঁও জিলাত ১৭ ডিচেম্বৰ তাৰিখে চৰকাৰী বন্ধৰ ঘোষণা

মৰিগাঁও, ২৮ নৱেম্বৰ  : মৰিগাঁও জিলাত অহা ১৭ ডিচেম্বৰত তিৱা স্বায়ত্ত পৰিষদৰ ১৯ টা সমষ্টিৰ ১৯৩ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হব লগীয়া ভোট গ্ৰহণৰ দিনটো অৰ্থাৎ ১৭ ডিচেম্বৰ তাৰিখে   মৰিগাঁও জিলা প্ৰশাসনে চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিছে বুলি জিলা
Read More...

মৰিগাঁও নিৰ্বাচন বিভাগৰ বিশেষ প্ৰচাৰ অভিযান

মৰিগাঁও, ২৮ নৱেম্বৰ : আজিৰে পৰা চাৰি দিনীয়া কাৰ্যসূচী লৈ মৰিগাঁও জিলা নিৰ্বাচন বিভাগে বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । ২০২১ বৰ্ষৰ খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ সন্দৰ্ভত ভোটাৰ সকলৰ মাজত সজাগতা আনিবলৈ ২৮ আৰু
Read More...

সম্ভুনাথ গোহাঁই সোঁৱৰণী চলন্ত ফুটবল প্ৰতিযোগিতাৰ আৰম্ভনি

নগাঁও,২৮ নবেম্বৰ : প্ৰাক্তন ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰয়াত পিতৃ সম্ভুনাথ গোহাঁইৰ সোঁৱৰণত কঠিয়াতলীৰ শগুনবাহী খেলপথাৰত কালিৰ পৰা আৰম্ভ হৈছে এখনি চলন্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা।কভিড মহামাৰীৰ সন্ত্ৰাসৰ পিছত প্ৰায় ৯ মাহৰ বিৰতিৰ
Read More...