Breaking

Browsing Category

অসম

ডবকাত ভূ-মাফিয়াৰ দৌৰাত্ম্য

ডবকা, ২৮ নৱেম্বৰ : ডবকাত অস্তিত্বৰ সংকটত আদিম যুগৰ লোকৰ পৰিয়ালৰ সদস্য। ভাৰত স্বাধীন হোৱাৰ পুৰ্বে ডবকাৰ দাতিকাষৰীয়া অঞ্চল চন্দান পুৰত বাস কৰিছিল চন্দান মিঞা নামৰ এজন লোক। চন্দান মিঞাৰ নামেৰে গাওঁখনৰ নাম নমাকৰণ হয় চন্দানপুৰ। সেই চন্দান
Read More...

চমাৰ দলনিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

জামুগুৰিহাট,২৮ নবেম্বৰ: ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে চতিয়াৰ দক্ষিণাঞ্চলৰ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয়। দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্ৱতী শৰ্মাই দ্বীপ
Read More...

গুৱাহাটী প্ৰেছ ক্লাবত ৰঞ্জিত পাটগিৰিৰ কবিতা পুথি “প্ৰিয় বৰ্ণ” উন্মোচন

গুৱাহাটী, ২৭ নৱেম্বৰ : 'সাংবাদিকতাৰ দৰে এটা জটিল কৰ্মৰ সৈতে জড়িত হৈ কাব্য চৰ্চ্চা ৰঞ্জিত পাটগিৰিয়ে অব্যাহত ৰাখিছে। ৰঞ্জিত পাটগিৰি এগৰাকী সাৰ্থক, উজ্জ্বল সম্ভাৱনাময় কবি- এইদৰে কয় বিশিষ্ট লেখক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি
Read More...

প্ৰগতিশীল ৰাজ্যৰ শীৰ্ষত অসম

ৰাজ্যবাসীৰ বাবে ভাল খবৰ । দেশৰ প্ৰগতিশীল ৰাজ্য ক্ষেত্ৰত তালিকাৰ শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমে । ২০০০ পইন্টৰ ভিতৰত ১২২২.৩ পইন্ট লাভেৰে শীৰ্ষ স্থানত অসম । ইণ্ডিয়া টুডেৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ৩ বছৰৰ চলোৱা হৈছিল এই
Read More...

উচ্চতম ন্যায়ালয়ে জামিনৰ ম্যাদ বৃদ্ধি কৰিলে সাংবাদিক অৰ্ণৱ গোস্বামীৰ

২০০৮ চনত আত্মহত্যাৰ উচতনি দিয়া গোচৰত মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিনৰ ম্যাদ বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে। কালি বোম্বাই উচ্চ ন্যায়ালয়ে শুনানি লৈ সাংবাদিক গৰাকীৰ আবেদন খাৰিজ
Read More...

৫৪০ টকাৰ ঔষধে বৰবাদ কৰে ডেৰ বিঘা মাটিৰ ফুলকবি, থানাত এজেহাৰ দাখিল দলগাওৰ এজন খেতিয়কৰ

দলগাও : দলগাওৰ এগৰাকী কৃষকৰ মুৰত পৰিছে ৰাম টাঙুন । পাচলি খেতি ভাল কৰাৰ বাবে প্ৰয়োগ কৰা ঔষধে বৰবাদ কৰিলে ডেৰ বিঘা মাটিৰ ফুলকবি খেতি । যাৰ বাবে লোকচানৰ সন্মুখীন হয় হাজাৰ হাজাৰ টকা । এই ঘটনা দলগাওৰ নিজ বৰুৱাঝাৰ গাঁৱৰ । অভিযোগ অনুসৰী গাওঁ খনৰ
Read More...

মৰিগাঁওত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ : মৰিগাঁওত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ পূৰ্বেই মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মৰিগাঁও ত । মৰিগাঁও তিৱা স্বায়ত্ব পৰিষদৰ 14 নং গোভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কংকণা
Read More...

মিৰ্জাত প্ৰাক্তন ছাত্র নেতা, মণ্ডল কংগ্ৰেছৰ সভাপতি অৰ্ধ শতাধিকৰ অগপত যোগদান। অসমত অগপৰ বিকল্প…

মিৰ্জা, ২৭ নৱেম্বৰ:  অসমত অসম গণ পৰিষদৰ বিকল্প আঞ্চলিক ৰাজনৈতিক দল আগতেও নাছিল, পিছলৈও নহ'ব । আজি পলাশবাৰীৰ মিৰ্জাৰ সমীপৱৰ্তী কোছপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত সাতপাৰা ৰাইজৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত অগপৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি
Read More...

মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলন উপ-সমিতিৰ সহযোগত “সুমথিৰা ৰ’দত কবিতাৰ…

মৰিগাঁও, ২৭ নবেম্বৰ : মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ইয়াৰ কবি সন্মিলন উপ-সমিতিৰ সহযোগত আজি সাহিত্য সভাৰ কাৰ্য্যালয়ৰ মুকলি মঞ্চত অনুষ্ঠিত হয় এখনি গাম্ভিৰ্য পূৰ্ন কবি সন্মিলন। বিশিষ্ট কবি তথা কবি সন্মিলন উপ-সমিতিৰ সভাপতি
Read More...

কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম মূল্য নিৰ্দ্ধাৰণৰ দাবীত মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰেৰণ

মৰিগাঁও, ২৭ নবেম্বৰ : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম মূল্য নিৰ্দ্ধাৰণৰ দাবী জিলা উপায়ুক্তৰ জৰিয়তে এখন  স্মাৰক পত্ৰ প্ৰেৰণ কৰে। যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা
Read More...