Breaking

Browsing Category

অসম

যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ শ্ৰদ্ধাঞ্জলি প্ৰাৰ্থনা সভা

যোৰহাট, ২৭ নৱেম্বৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোঁৱৰণত কালি বিয়লি ৪.৩০ বজাৰ পৰা যোৰহাট জিলা কৰ্মচাৰী পৰিষদে যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ মুখ্য কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে | সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি নৃপেন
Read More...

বিটিচি নিৰ্বাচনত চৰ্ত সাপেক্ষে বিপিএফলৈ সমৰ্থন অসম ৰাজ্যিক জমিয়ত উলামাৰ

ডবকা ২৭ নৱেম্বৰঃ বিটিএডি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পৰিষদখন দখল কৰাক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপক কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছে ৷ অহা ৭ আৰু ১০ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হব বিটিচি পৰিষদীয় নিৰ্বাচন ৷ বিটিচি
Read More...

মোৰাঝাৰৰ জয়নগৰ মাদ্ৰাছাত দিন দুপৰতে চুৰি কৰিবলৈ অহা চোৰক আটক

মোৰাঝাৰ, ২৭ নৱেম্বৰ : হোজাইৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত জয়নগৰ মাদ্ৰাছাত সংগঠিত হৈছে চুৰি কাণ্ড ৷ জালৰ পৰা দিন দুপৰতে টকা চোৰ কৰিবলৈ আহি চোৰ আটক হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ জুম্মাৰ নামাজৰ সুযোগ লৈ ১২.২০ বজাত টকা লুটিবলৈ আহিছিল চোৰ ৷
Read More...

“আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম”ৰ অংশীদাৰ হ’বলৈ আহবান বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাট,২৭ নৱেম্বৰ: হাতত কাঁচি লৈ মুখত গানৰ কলি গুণগুনাই দাৱনিৰ সৈতে এতিয়া সোণগুটি চপোৱাত ব্যস্ত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ বাৰিষাৰ বতৰত কন্যকাৰ মেটমৰা বোকাত ৰোৱনিয়ে গোঁজ মৰা মেজিক ৰাইচৰ কঠিয়া বৰ্তমান সোণগুটিত পৰিণত হৈছে
Read More...

বেজৰ নাকতে খৰ, নগাঁও আৰক্ষী নিৱেশৰ ভিতৰতে চোৰৰ টিঘিলঘিলনি

নগাঁও, ২৭ নৱেম্বৰ: নগাঁও আৰক্ষীৰ বিফলতাৰ বাবে জিলাখনত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ। সাধাৰণ ৰাইজৰ কথা বাদেই খোদ আৰক্ষীকে নিৰাপত্তা প্ৰদান কৰিব নোৱাৰা নগাঁও আৰক্ষীক এতিয়া কেৰেপ নকৰা হৈছে সাধাৰণ চোৰ-দগাবাজেও। শেহতীয়াভাৱে
Read More...

নদুৱাৰ ব্লক কংগ্ৰেছ, এনএছইউআই, ইয়ং ব্ৰিগ্ৰেদৰ অশ্ৰুঅঞ্জলী অনুষ্ঠান

জামুগুৰিহাট, ২৭ নবেম্বৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হোৱাৰ দিনটোত জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলত জননেতাগৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ জৰিয়তে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে চতিয়া সমষ্টি কংগ্ৰেছ
Read More...

সদৌ অসম মটক সন্মিলনৰ ৮১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ : অসমৰ ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ আৰ্থ-সামাজিক, ক্ৰীড়া-সাংস্কৃতিক উন্নয়ন, শোষণ-বঞ্চনা আৰু ন্যায প্ৰাপ্তিৰ হকে কাম কৰি যাবৰ ১৯৩৯ চনৰ ২৪ নৱেম্বৰত তাৰিখে সেই সময়ৰ জনগোষ্ঠীটোৰ কেইগৰাকীমান পুৰুধা ব্যক্তিৰ মহান প্ৰচেষ্টাত
Read More...

জিঅ’ জেমছে মুকলি কৰিলে দুটাকৈ নতুন ব্ৰেন্ড

অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ: উত্তৰ পুৰ্বাঞ্চলৰ গ্ৰহৰত্ন আৰু হীৰাৰ ব্যৱসায়ত অন্যান্য সংযোজন ঘটাই পানবজাৰস্হিত জিঅ’ জেমছ জেনুইন প্ৰাইভেট লিমিটেডে আজি মুকলি কৰে দুটাকৈ নতুন ব্ৰেন্ড ৷ মহানগৰীৰ পানবজাৰৰ স্হিত হোটেল মে’ ফ্লাৱাৰত আয়োজিত এক
Read More...

ডিব্ৰুগড়ত আসাম ষ্ট্ৰেট পাৱাৰ ইনঞ্জিনিয়াৰ্চ এচ্‌চিএছন আৰু পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ যৌথ মঞ্চত…

ডিব্ৰুগড, ২৬ নৱেম্বৰ : সমগ্ৰ অসমৰ লগতে পাৱাৰ ৱ'কাচ্‌ ইউনিয়ন আৰু ইনঞ্জিনিয়াৰ্চ এচ্‌চিএছনে যৌথ ভাবে ডিব্ৰুগড়ত ২৬ নৱেম্বৰ তাৰিখে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিদুৎ খণ্ড ব্যক্তিগত কৰন বন্ধ কৰক, অসম চৰকাৰ হুচিয়াৰ , ৰাজহুৱা বিদুৎ খণ্ড
Read More...

অসম যুৱ পৰিষদৰ তৰফৰ পৰা ধুবুৰী জিলাৰ তিনিগৰাকী যুৱ কৰ্মীক সম্বৰ্ধনা

ধৰ্মশালা, ২৬ নৱেম্বৰ : অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠণ অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ  তৰফৰ পৰা ধুবুৰী জিলাৰ তিনিগৰাকী যুৱ কৰ্মী ক্ৰমে নুৰে ছিবলীক অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিচাপে, লুতফৰ ৰহমান খন্দকাৰক কেন্দ্ৰীয়
Read More...