Breaking

Browsing Category

অসম

চাৰিদিনীয়া ভ্ৰমণ সূচীৰে আজি মাজুলীলৈ মুখ্যমন্ত্ৰী সোণোৱাল : কেইবাটাও প্ৰকল্পৰ আধাৰশিলাৰ লগতে উদ্বোধন…

মাজুলী, ২৬ নৱেম্বৰ : চাৰিদিনীয়া চৰকাৰী কাৰ্যসূচীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল  কাইলৈ বিয়লি মাজুলীত উপস্থিত হ'বহি । এইবাৰৰ চৰকাৰী ভ্ৰমণসূচীৰ সময়ছোৱাত  মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনত ৰূপায়ণ কৰিবলৈ লোৱা কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ
Read More...

ঢেকীয়াজুলিৰ গেজেঙ্গাগুৰিত শোকাবহ পথ দুৰ্ঘটনাত দুজন লোক নিহত

ঢেকীয়াজুলি, ২৬ নৱেম্বৰ : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত  গেজেঙ্গাগুৰিত শোকাবহ দুৰ্ঘটনাত দুজন লোক নিহত হোৱা ঘটনাত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বুধবাৰে নিশা ৮-৩০ মান বজাত ওদালগুৰি জিলাৰ
Read More...

উত্তৰ পুৰুষৰ মঞ্চৰ সৰ্বোচ্চ সন্মান “অক্লান্ত উত্তৰ পুৰুষ বঁ‌টা-২০২০” শৰ্মিষ্ঠা প্ৰীতমলৈ

চাংসাৰি, ২৬ নৱেম্বৰ : জীৱন যুদ্ধত যিসকল ব্যক্তিয়ে কেতিয়াও হাৰ মনা নাই,অথচ আনক সহায়ৰ হাত আগবঢ়াই দিছে, সেইসকল বিশিষ্ট ব্যক্তিক উত্তৰ পুৰুষৰ মঞ্চ নামৰ সাহিত্য-সংস্কৃতিক, সামাজিক আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে নিৰন্তৰ সাধনা কৰি অহা
Read More...

নিশা দুলীয়াজানত ভয়াৱহ পথ দূৰ্ঘটনা : ৭ জন গুৰুতৰ ভাৱে আহত : ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ…

বৰডুবি, ২৬ নৱেম্বৰ : কালি নিশা দুলীয়াজানত এক ভয়াৱহ পথ দূৰ্ঘটনা সংঘটিত হয় । নিশা প্ৰায় ১ বজাত দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষত হোৱা পথ দুৰ্ঘটনাত ৭ জনকৈ লোক আহতপ্ৰাপ্ত হয় । প্ৰাপ্ত খবৰ অনুসৰি এ এচ ০৪ জে ৫৪৪৮ ইয়ন বাহনখনে
Read More...

বকতা-কৃষ্ণবিহাৰীত ব্যাপক অবৈধ মাটি খনন : পাৰিপাৰ্শ্বিকতাৰ প্ৰতি চৰম ভাবুকি

বকতা, ২৬  নৱেম্বৰ : শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত বকতা আৰু ইয়াৰ সমীপস্হ এক বৃহৎ এলেকাত একাংশ ভূ- মাফিয়াৰ অবৈধ মাটি খননৰ যোগেদি সহজ ধন ঘটাৰ আহিলাত পৰিণত হৈছে অঞ্চলটোৰ কৃষি উপযোগী ভি জি আৰ আৰু নৈ পৰীয়া আবাদী ভূমিসমূহ। জানিব পৰা
Read More...

প্ৰধানমন্ত্ৰী আৱাস-গ্ৰামীণ আঁচনি আদি ৰূপায়ণত বৰপেটা জিলাৰ বৃহৎ সফলতা

বৰপেটা, ২৬ নবেম্বৰ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰতে বৰপেটা জিলাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । যোৱা ১৮ নবেম্বৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা
Read More...

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

মঙলদৈ, ২৬ নবেম্বৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক প্ৰতিনিধি সভাখন দৰং জিলা সাহিত্য সভা ভৱন সভা কক্ষত দিন জোৰা  কাৰ্যসূচীৰে ২৫ নবেম্বৰত সম্পন্ন হয় । ৰাতিপুৱা ৯-৩০ বজাত পৰিষদৰ পতাকা উত্তোলনৰ জৰিয়তে অধিবেশনৰ
Read More...

নগাঁৱত ধোৱাচাঁঙত চৰকাৰী বিধি ; মানুহে পাহৰিলে মাস্ক-সামাজিক দুৰত্ব

নগাঁও,২৬ নবেম্বৰ : সমগ্ৰ বিশ্বতে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে ক'ৰোণাই। তিনিদিনৰ ভিতৰতে সমগ্ৰ বিশ্বত ১কোটি লোক আক্ৰান্ত হৈছে ক'ৰোণাত। অৱশ্যে অসমত এতিয়ালৈকে ক'ৰোণাৰ পৰা আৰোগ্যৰ ক্ষেত্ৰত ভাৰতৰ অন্য ৰাজ্যতকৈ অৱস্থা যথেষ্ট সন্তোষজনক। কিন্তু
Read More...

উদ্ধাৰ হল কলং নৈত নিখোজ হোৱা দুই ছাত্ৰৰ মৃতদেহ

নগাঁও,২৬ নবেম্বৰ : অৱশেষত উদ্ধাৰ হ'ল কলং নৈত নিখোজ হোৱা ত্ৰিদ্বীপ কলিতা(১৩) আৰু বিকাশ বৰা(১৩) নামৰ দুই ছাত্ৰৰ মৃতদেহ। কালি দুপৰীয়া বন্ধুৰ সৈতে কলং নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটা ত্ৰিদ্বীপ কলিতা আৰু বিকাশ বৰা নামৰ দুই ছাত্ৰৰ সন্ধানত
Read More...

জামুগুৰিহাটত নতুন বিদ্যুৎ আইনৰ বিৰোধিতাৰে কৰ্মচাৰীৰ প্ৰতিবাদ

জামুগুৰিহাট, ২৬নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰণয়ন কৰিবলৈ লোৱা বিদ্যুৎ আইনৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে শোণিতপুৰ জিলাৰ জামুগুৰি বিদ্যুৎ উপসংমণ্ডৰ বিষয়া কৰ্মচাৰী সকলেও । নতুন বিদ্যুৎ আইন অনুসৰি সমগ্ৰ বিদ্যুৎ খণ্ডটো
Read More...