Breaking

Browsing Category

অসম

জ্ন্মু কাশ্মীৰত শ্বহীদ হোৱা সেনা জোৱান হৰধন ৰায়ৰ নিজ গৃহত উপস্থিত হৈ পৰিয়ালক চেক বিতৰণ মুখ্যমন্ত্ৰী…

 বিলাসীপাৰা, ২৫ নৱেম্বৰঃ ভাৰত আৰু পাকিস্তানৰ মাজত হৈ যোৱা সংঘৰ্ষত পাকিস্তানৰ আকষ্মিক  আক্ৰমণত ধুবুৰী জিলাৰ  বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত  ফুটুকীবাৰী মেধিপাৰাৰ কোচ ৰাজবংশী জাতিৰ গৌৰৱ হৰধন ৰায় দেশৰ হৈ নিজৰ প্ৰাণ আহুতি দিয়াত আজি নিজ গৃহত 
Read More...

ডিফেনদিং ছেম্পিয়ন বদৌচা এফ চিক পৰাজিত কৰি ফিল’কাপৰ কোৱাৰ্টাৰ ফাইনেলত সঞ্জীৱ ব্ৰহ্ম এফ এ,…

ডিৰাক সীমান্ত,২৫ নৱেম্বৰ : অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল'বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ফিল'বাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ আছে আমন্ত্ৰণমূলক ২২ সংখ্যক "ফিল'কাপ ২০২০ " ফুটবল প্ৰতিযোগীতা। আজি ফিল'কাপৰ খেল অনুষ্ঠিত হয় ডিফেনডিং
Read More...

তৰুণ গগৈৰ মৃত্যুত তিনিদিনীয়া শ্ৰদ্ধাঞ্জলি লাহোৱালত

মদাৰখাত, ২৫ নৱেম্বৰ : সদ্য প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত সমগ্ৰ অসম জুৰি শোক সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ আছে। লাহোৱালতো বিভিন্ন দল-সংগঠনৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ লাহোৱাল ব্লক সমিতি আৰু লাহোৱাল ব্লক যুৱ
Read More...

হোজাইত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড

হোজাই, ২৪ নবেম্বৰ : হোজাই চহৰৰ নতুন বজাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। হোজাই নতুন বজাৰস্থিত ডাঃ তালুকদাৰৰ ঘৰত নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। ডাঃ তালুকদাৰৰ ঘৰত থকা এয়াৰটেল টাৱাৰৰ জেনেৰেটৰৰ পৰা জুইৰ সুত্ৰপাত হোৱাৰ সন্ধেহ
Read More...

নগাঁও ৰাজীৱ ভৱনৰে আত্মীক সম্পৰ্ক আছিল তৰুণ গগৈৰ : গৰাকীহীন হৈ পৰিল নগাঁও ৰাজীৱ ভৱন

নগাঁও, ২৪নৱেম্বৰ : নগাঁও ৰাজীৱ ভৱনত বৰ্তমান মৰিশালিৰ নিস্তব্ধতা। কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ লগে লগে যেন গৰাকীহীন হৈ পৰিল নগাঁও ৰাজীৱ ভৱন। এসময়ত দেৱকান্ত বৰুৱাৰ সৈতে লগ লাগি নগাঁও ৰাজীৱ ভৱনতে কংগ্ৰেছৰ সাংগঠনিক ভেটি
Read More...

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত বিধায়ক পদ্ম হাজৰিকাৰ শোক ; তৰুণ গগৈৰ মৃত্যু ৰাজ্যবাসীৰ বাবে…

জামুগুৰিহাট,২৪ নৱেম্বৰ : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকস্তব্ধ হৈ পৰাৰ দৰেই গভীৰ শোক প্ৰকাশ কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে জামুগুৰিহাটৰ বিভিন্ন দল সংগঠণ আৰু
Read More...

গুৱাহাটী প্ৰেছ ক্লাৱত বন্ধন বেংকক “মহিলা সৱলীকৰণ বঁটা” প্ৰদান

গুৱাহাটী ২৪ নবেম্বৰ : অসমৰ জনপ্ৰিয় আৰু বহুল প্ৰচাৰিত পাব্লিক প্ৰেছ ৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান যোৱা ২৩ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত সফল সামৰণি পৰে। উক্ত অনুষ্ঠানত পাব্লিক প্ৰেছ ৰ ১০ গৰাকী সাংবাদিকক বৰ্ষশ্ৰেষ্ঠ বঁটা প্ৰদান কৰাৰ লগতে
Read More...

ৰাইজৰ ৰোষত পৰিছে বদৰুদ্দিন আজমলৰ তনয় বিধায়ক আব্দুৰ ৰহিম আজমল : কলা পতাকাৰে আদৰনি

ডবকা, ২৩ নৱেম্বৰ : AIUDF প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ তনয় বিধায়ক আব্দুৰ ৰহিম আজমল ৰাইজৰ ৰোষত পৰা ঘটনাই হোজাই জিলাত ব্যাপক চৰ্চা আৰাম্ভ হৈছে । বিগত প্ৰায় এবছৰৰ পৰা ৯০ নং যমুনামুখ সমষ্টিত অনুপস্থিতিত হৈ আছিল বিধায়ক গৰাকী। চলিত বৰ্ষত
Read More...

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যায়ত ৭২ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস পালন

জামুগুৰিহাট, ২৩ নবেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি চতিয়া বিধান সভা সমষ্টিৰ উচ্চ শিক্ষাৰ এক অন্যতম শিক্ষানুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী গোটে আজি দিনযোৰা কাৰ্যসূচীৰে
Read More...

পুৰাতত্ত্ব বিভাগৰ দ্বাৰা নাজিৰাৰ ঐতিহাসিক বৰপুখুৰী পৰিদৰ্শন

নাজিৰা, ২৩ নৱেম্বৰ : নাজিৰা নগৰৰ মাজমজিয়াত তথা ৮নং ৱাৰ্ডত থকা ঐতিহ্যমণ্ডিত বৰপুখুৰীত নাজিৰা জিলা সাঁতোৰ সন্থাৰ উদ্যোগত "সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ" স্থাপন কৰিব বিচৰা কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰি স্থানীয় ৰাইজে এই পুখুৰীৰ ঐতিহ্য
Read More...