Breaking

Browsing Category

অসম

পুনৰ আছুৰ সভাপতি পদত দীপাংক নাথ

আছুৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত হয় দীপাংক নাথ । ইয়াৰোপৰি সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা ।ইয়াৰ পূৰ্বে দুলীয়াজানৰ অন্তিম দিনাৰ অধিৱেশনত আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণ জ্যোতি গগৈয়ে । কালি এই ঘোষণা কৰা হয়  
Read More...

দুপৰ নিশা হাস্পতালত উপস্থিত জুবিন গাৰ্গ, কিন্ত কিয় ?

কালিৰে পৰা অসমৰ প্ৰাক্তন মুন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ কোনো উন্নতি নাই । নিশা দুপৰলৈ গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ চৌহদত ভিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সহশ্ৰাধিক গুণমুগ্ধৰ।নিশা প্ৰায় ১ মান বজাত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত
Read More...

পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজন হ’ল জামুগুৰিহাটৰ পানপুৰঘাট : পৰ্যটকৰ বাবে মুকলি হ’ল…

জামুগুৰিহাট,২১ নৱেম্বৰ : কাজিৰঙা বুলি ক’লে অথবা পৰ্যটনথলী বুলি ক’লে কহঁৰা, বাগৰী এই নাম দুটাই মানুহে শুনিছিল কিন্তু আজি কাজিৰঙাত নতুনকৈ সংযোজন হ’ল পৰ্যটলস্থলী পানপুৰ ৷ য’ত মোৰ পানপুৰক লৈ কৰা সপোন জড়িত হৈ আছিল ৷ ৮৫ চনৰ পিছত আমাৰ চৰকাৰৰ
Read More...

অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্রীয় বৰ্ধিত কাৰ্যনিৰ্বাহক আহ্বান

জামুগুৰিহাট, ২১ নবেম্বৰ: অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নয়ন হকে গঠিত অসমীয়া সাহিত্য সন্মিলনীৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অহা ২৯ নৱেম্বৰ, দেওবাৰে পুৱা ১১ বজাত ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ উত্তৰ পূব ব্যৱসায়ী সন্থাৰ
Read More...

বিলাসীপাৰাত মহিলাৰ মাজত চিলাই মেচিন, ফিল্টাৰ বিতৰণ বিধায়ক অশোক কুমাৰ সিংহীৰ

নামনি অসমৰ ধুবুৰী জিলাৰ ২৭ নং পূৱ বিধান সভা সমষ্টিৰ দুখীয়া মহিলা সকলোৰ মাজত আজি চিলাই মেচিন, ফিল্টাৰ বিতৰণ কৰে বিজেপি দলৰ কৰ্মৰাজি বিধায়ক অশোক কুমাৰ সিংহীয়ে। সভা খনত ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, বিলাসীপাৰা মহকুমাধিপতি মৃদুল
Read More...

পুৰণি শৰাইঘাট দলং দুদিনৰ বাবে বন্ধ থাকিব

মেৰামতিৰ বাবে আজিৰে পৰা দুদিনৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাটৰ দলং । এই সিদ্ধান্ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ । উক্ত বন্ধৰ সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে যান-বাহন চলাচল কৰিব । উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন
Read More...

গুৱাহাটীত GMC এ ফিজ ফিক্সড কৰিলে পাৰ্কিংৰ

এতিয়াৰে পৰা এজেণ্টে মন গ’লেই বৃদ্ধি কৰিব নোৱাৰিব গুৱাহাটীৰ পাৰ্কিং ফিজ। পূৰ্বতে একাংশ অসাধু এজেণ্টে মন গ'লেই বৃদ্ধি কৰিছিল পাৰ্কিং ফিজ । যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল মহানগৰবাসী। এই সমূহ আঁসোৱাহৰ পৰা মহানগৰবাসীক সকাহ
Read More...

মাজুলীৰ বিজেপি কাৰ্যালয়ত সংবাদ মেল : যোৰহাট-মাজুলী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ঘোষনাত মাজুলীত…

উজনি-মাজুলী, ২১ নৱেম্বৰঃ যোৰহাটৰ পৰা মাজুলী সংযোগী পথচোৱাক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে কেন্দ্ৰীয় চৰকাৰে ১৭ নৱেম্বৰত আনুষ্ঠানিক ভাবে অধিশোচনা কৰাত যোৰহাটৰ  ৭১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সংযোগস্থলীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটত সমাপ্ত হ'ব লগা
Read More...

আছুৰ দুলীয়াজান অধিৱেশনত লোৱা হ’ল কেবাটাও সিদ্ধান্ত

সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজানত অনুষ্ঠিত অধিৱেশনত শুকুৰবাৰে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আছুৰ সদস্যৰ বয়স, বিভিন্ন সমিতিৰ কাৰ্যকাল এনে কিছু সিদ্ধান্ত প্ৰতিনিধি সভাত গ্ৰহণ কৰা হয়। অৱশ্যে পৰৱৰ্তী বৰ্ষৰ অধিৱেশনৰ পৰাহে
Read More...

এতিয়াও সংকটমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য

গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও জটিল হৈয়ে আছে ।যাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক দিল্লীৰ এইমছলৈ স্থানান্তৰ কৰা হ'ব পাৰে । জি এম চি এইচৰ অধ্যক্ষ অভিজিত
Read More...