Breaking

Browsing Category

অসম

বানপীড়িত কৃষকৰ বাবে আশাৰ সঞ্চাৰ : দৰঙৰ নামখলাত ৰবি শস্যৰ বীজ বিতৰণৰ মুকলি অনুষ্ঠান

নামখলা, ২০ নৱেম্বৰ : দৰঙৰ কৃষক সকলৰ বাবে আশাৰ সঞ্চাৰ কৰিলে কৃষি বিভাগে ৷ বানপীড়িত কৃষকসকলে বানপানীৰ বাবে লোকচানৰ সন্মুখীন হোৱাৰ পিছত কৃষি বিভাগে গ্ৰহন কৰিছে মানৱহিতৈষী আঁচনি ৷ ছিপাঝাৰ সমষ্টিৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ
Read More...

ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ

আজি পুৱাই ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ। পুৱা ৬.৫৪ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় মণিপুৰৰ সেনাপতিত । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ২.৮ বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।
Read More...

আহিব নেকি COVID19ৰ দ্বিতীয় ঢৌ ! কি কলে WHOৰ জৰুৰী সেৱাৰ সঞ্চালকে

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী সেৱাৰ সঞ্চালক মাইকেল ৰেয়ানে সকিয়াই দিছে যে, COVID19 মাহামাৰীৰ দ্বিতীয় ঢৌ প্রতিহত কৰিব পৰাকৈ ভাইৰাছবিধৰ প্রতিষেধক উপলব্ধ নহ'বও পাৰে। শ্ৰী ৰেয়ানে কয় যে, ক'ৰ'ণাৰ প্রতিষেধক উপলব্ধ হ'বলৈ কমেও চাৰিৰ পৰা ছয় মাহ
Read More...

দক্ষিণ শৰনীয়াৰ বিভিন্ন সমস্যাৰ বুজ ললে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই

অনলাইন বাৰ্তা,২০ নৱেম্বৰঃ পুৱ গুৱাহাটী সমষ্টিৰ অন্তৰগত উলুবাৰী স্হিত দক্ষিণ শৰনীয়াত আজি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উপস্থিত হৈ বিভিন্ন সমস্যাৰ বুজ লয় ৷ গান্ধী মন্ডপ পথত অৱস্হিত দক্ষিণ শৰনীয়া নামঘৰ - শিৱমন্দিৰৰ চৌহদত
Read More...

নাগৰোটা এনকাউণ্টাৰ ঘটনাৰ সন্দৰ্ভত জৰুৰী বৈঠক প্ৰধানমন্ত্ৰীৰ

বৰ্তমান সময়ত জম্মুত অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। নাগৰোটাৰ ৱান টোপ প্লাজাত এখন ট্ৰাকত আত্মগোপণ কৰি আছিল সন্ত্ৰাসবাদীয়ে। সেই ঠাইতে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিটা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। ঘটনাটোত এজন জোৱানো
Read More...

‘সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক’ : ডবকাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মুকলি সভাত সকলোৰে একেমুখে…

ডবকা, ২০ নৱেম্বৰঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ডবকা প্ৰেছ দিৱস উদযাপন সমিতিয়ে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত মদাৰতলি এইছ আৰ গ্ল'ৱেল ছিনিয়ৰ চেকেণ্ডেৰী স্কুলত আজি এখন মুকলি সভা অনুষ্ঠিক কৰে ৷ ডবকা প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল হান্নানৰ
Read More...

ধঁপাত আৰু নিকোটিন যুক্ত গুটকা, পান মছলাৰ ওপৰত নিষেধাজ্ঞাৰ ম্যাদ পুনৰ বৃদ্ধিৰ দাবী

গুৱাহাটী, ২০ নৱেম্বৰ : গুটকা, পান মছলা, ধঁপাত আৰু নিকোটিন থকা যি কোনো খোৱা সামগ্ৰীৰ প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ বা বিক্ৰীৰ ক্ষেত্ৰত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়ুক্তই আৰোপ কৰা নিষেধাজ্ঞা আৰু এবছৰৰ বাবে বৃদ্ধি কৰিবলৈ দাবী
Read More...

নলবাৰীত বেংক ডকাইতি : ডকাইতৰ গুলীত আহত এজন

নলবাৰী, ২০ নৱেম্বৰ: হিন্দী বোলছবিৰ কায়দাৰে নলবাৰী জিলাত সংঘটিত হল বেংক ডকাইতি । এখন হাতত পিস্তল এখন হাতত টকাৰ বেগলৈ পলাল ডকাইতৰ দল । ঘটনা অনুসৰি নলবাৰী জিলাৰ অময়াপুৰস্থিত পঞ্জাৱ নেচনেল বেংকত আজি দিন-দুপৰতে এটা চাৰিজনীয়া ডকাইতৰ দলে
Read More...

শীঘ্ৰেই সম্পূৰ্ণ হ’ব নদী-বান্ধ নিৰ্মানৰ কাম : সম্পূৰ্ণ হল নগাঁৱৰ পৰা গেৰুকামুখলৈ টাৰ্বাইন…

নগাঁও, ২০নৱেম্বৰ: লকডাউন আৰু ক'ৰোণাৰ আতংকৰ মাজতে এন এইচ পি চিয়ে প্ৰায় সম্পূৰ্ণ কৰিছে বৃহৎ নদীবান্ধ নিৰ্মানৰ কাম। গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি-সোৱণশিৰি বৃহৎ নদীবান্ধৰ সামগ্ৰী মজুতৰ বাবে এন এইচ পি
Read More...

টি.এম.পি.কেৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

উজনি-মাজুলী, ২০ নৱেম্বৰঃ বুধবাৰে মাজুলী জিলা টি-এম-পি-কে ৰ উদ্যোগত এম-এম-কে আৰু টি-এম-এম-কে আৰু এম-এ-চি ৰ সহযোগত  ৰঙাচাহী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ত JEE( mains& advance 20 আৰু NEET UG (MBBS) স্থান লাভ কৰা মাজুলীৰ
Read More...