Breaking

Browsing Category

অসম

মাজুলী জিলা যুৱ মৰ্চাৰ উদ্যোগত পাচঁ গৰাকী জেষ্ঠ মৃৎ শিল্পীক সম্বৰ্ধনা

উজনি-মাজুলী ,১৯ নৱেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ ভ্ৰাতৃৃ সংগঠন জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ নিৰ্দেশনা মৰ্মে ভাৰতীয় জনতা যুৱ মৰ্চা মাজুলী জিলা সমিতিয়ে ১৩ নবেম্বৰত পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষত জিলা খনত দুটাকৈ কাৰ্যসূচীৰ ৰূপায়ন সফল ভাৱে
Read More...

বিটিচিত পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতেই চৰকাৰ গঠন হব : ৰিহন দৈমাৰী

নগাঁও,১৯ নৱেম্বৰ : বি টি চি ৰ নিৰ্বাচনক লৈ তুংগত উঠিছে ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ। বিশেষকৈ সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পোৱাৰ সময়তেই বি টি চিৰ নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি অধিক
Read More...

বুঢ়াশেনচোৱাৰ পৰা আমগুৰি ৰংদৈ নতুন কঢ়ালগাওঁ, কাঠনিআটী, ডেকাশেনচোৱা সংযোগী পকী পথত কালভাৰ্ট নিৰ্মাণত…

উজনি-মাজুলী, ১৯ নৱেম্বৰঃ মাজুলীৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সদিচ্ছাৰ বাবে মাজুলীৰ এটা পিছ পৰা অঞ্চলৰ ৰাইজে পকী পথ লাভ কৰি সন্তোষ লাভ কৰিছিল ৷ অসম চৰকাৰে দিয়া এই উপহাৰৰ বাবে চৰকাৰক জনসাধাৰণে অভিনন্দন ও
Read More...

উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জনজাতি ছাত্ৰ সন্মিলন সম্পন্ন

উজনি মাজুলী, ১৯ নৱেম্বৰঃ বিশ্বৰ অন্যতম অৰাজনৈতিক ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ,মাজুলী জিলা সমিতিৰ উদ্যোগত বুধবাৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এখনি জিলা জনজাতি ছাত্ৰ সন্মিলন
Read More...

১, ২ আৰু ৩ জানুৱাৰীত সদৌ অসম অ’বিচি সন্মিলনৰ উনবিংশতিতম ত্ৰিবাৰ্ষিক অধিবেশন

উত্তৰ গুৱাহাটী, ২০ নবেম্বৰ : সদৌ অসম অন্যান্য পিছপৰা শ্ৰেনী সন্মিলনৰ উনবিংশতিতম ত্ৰি-বাৰ্ষিক অধিবেশন খনি অহা ১, ২ আৰু ৩ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে । যোৰহাটৰ তিতাবৰ উন্নয়ন খণ্ডৰ কাৰ্যলয়ৰ চৌহদত অনুষ্ঠিত হবলগীয়া
Read More...

মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত মাজুলীৰ ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সফলতা

উজনি মাজুলী ,২০ নৱেম্বৰঃ ২০১৯ বৰ্ষৰ "মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা" ত মাজুলী জিলাৰ মাজুলী শিক্ষাখণ্ডৰ অন্তৰ্গত বালিচাপৰি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সাত গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ
Read More...

পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰতিবছৰেই বিশ্বই দিয়ক ৭ দিন লকডাউন : যাদৱ পায়েং

জামুগুৰিহাট,২০ নৱেম্বৰ : পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে সমগ্ৰ বিশ্বক বছৰত ৭ দিন লকডাউন দিবলৈ অনুৰোধ জনাই অৰণ্য মানৱ যাদৱ পায়েঙে ৷ আজি জামুগুৰিহাটৰ অন্যতম প্ৰকৃতিপ্ৰেমী সংগঠণ কোঁছগাঁৱৰ জাগৰণ য়ুথ ক্লাৱৰ সৌজন্যত গান্ধীপথাৰত অনুষ্ঠিত এক
Read More...

আকাশবাণী নগাঁও কেন্দ্ৰত জ্ঞানমালিনী উন্মোচন

নগাঁও,২০নবেম্বৰ : অনন্তবন শিশু সাহিত্য বঁটাপ্ৰাপক বিশিষ্ট শিশু সাহিত্যিক মনোৰমা ভূঞাৰ আঠাইশতম গ্ৰন্থ জ্ঞানমালিনী আজি আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰাংগণত উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্যই । আকাশবাণী নগাঁও কেন্দ্ৰৰ
Read More...

বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা আছেনে ? কি কলে হিমন্ত বিশ্ব শৰ্মাই

২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিপিএফৰ সৈতে মিত্ৰতা কৰি অসমৰ শাসন ভাৰ দখল কৰিবলৈ সক্ষম হোৱা বিজেপি দলে এইবাৰ সংগ এৰিছে মিত্ৰ দলটোৰ। ১৯ নৱেম্বৰ, বৃহস্পতিবাৰে মহানগৰীৰ হোটেল ‘ৰেডিচন ব্লু’ট এখন সংবাদমেলৰ জড়িতে বিপিএফৰ সৈতে ২০২১ চনত
Read More...

গৃহ কন্দলত জৰ্জৰিত কংগ্ৰেছ, বিপাঙত দলীয় কৰ্মী

বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী। প্ৰতিটো ৰাজনৈতিক দলৰ মাজত দেখা গৈছে নিৰ্বাচনী তৎপৰতা। কিন্তু এনে সময়তে কংগ্ৰেছ দল ব্যস্ত হৈ আছে গৃহ কন্দলত । এইবাৰ ঢকুৱাখনাৰ ঘিলামৰাত কংগ্ৰেছৰ মাজতে সৃষ্টি হৈছে সংঘাতৰ । ঢকুৱাখনাৰ বিধায়ক
Read More...