Breaking

Browsing Category

অসম

মুখ্যমন্ত্ৰী টুইটাৰ চলাব এগৰাকী বিশেষ যুৱতীয়ে

আজি ২০ নৱেম্বৰ শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ একাউণ্ট চলাব এগৰাকী ১৮ বছৰীয়া বিশেষ যুৱতীয়ে। পুৱা ৯ বজাৰ পৰা দিনৰ ১১ বজালৈ মুখ্যমন্ত্ৰী টুইটাৰ চলাব এই বিশেষ যুৱতীগৰাকীয়ে । এই সময়চোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Read More...

নগাঁৱত ড্ৰাগছৰ ঘাটি উৎখাত : ড্ৰাগছ ব্যৱসায়ী দম্পতিক গ্ৰেপ্তাৰ

নগাওঁ, ১৯ নবেম্বৰ : নগাওঁ আৰক্ষীয়ে কালি নিশা অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দম্পতীহাল হ'ল - মৌচম খন্দকাৰ আৰু ৰেচমা
Read More...

উজনি অসমৰ পথ যোগাযোগৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা হল : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

মদাৰখাত, ১৮ নৱেম্বৰ : বহু প্ৰত্যাখিত ডিব্ৰুগড়-তিনিচুকীয়া সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ডিব্ৰুগড় বাইপাছৰ আজি শুভ উদ্বোধন কৰা হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি পুৱা ১১ বজাত ডিব্ৰুগড় বগীবিলৰ পৰা বকুললৈ ৰাষ্ট্ৰীয় ঘাইপথ
Read More...

দৰঙৰ দিপীলাত তৃতীয় বাৰ্ষিক প্ৰাকৃতিক চিকিৎসা দিৱস উদযাপন

 দিপীলা, ১৯ নবেম্বৰঃ  দিপীলাত সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে বিশেষ চিকিৎসা পদ্ধতি অৱলম্বন কৰা ৰোগ নিৰাময় আৰু যোগ কেন্দ্ৰ মুকলি কৰে হিমালয় শৰ্মাই ৷ ৰোগ নিৰাময়ৰ বাবে প্ৰাকৃতিক চিকিৎসাৰ উপকাৰিতা সম্পৰ্কে বহল ব্যাখ্যা আগবঢ়াই যোগ আৰু
Read More...

নাজিৰাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

 নাজিৰা, ১৯ নবেম্বৰ :  ইং ১৬/১১/২০২০ তাৰিখে দেশৰ বিভিন্ন প্ৰান্তৰ লগত সংগতি ৰাখি নাজিৰা মহকুমা প্ৰশাসন, নাজিৰা তথ্য ও জনসংযোগ বিভাগ আৰু নাজিৰা প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত নাজিৰাত উদযাপন কৰা হয় ৫২ সংখ্যক "ৰাষ্ট্ৰীয় প্ৰেছ দিৱস" । এই উপলক্ষে
Read More...

গুৱাহাটী মহানগৰ জিলা কিষান মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

গুৱাহাটী, ১৯ নবেম্বৰঃ গুৱাহাটী মহানগৰ জিলা কিষান মৰ্চাৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা বুধবাৰে ৰংমহল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ মহানগৰ জিলা সভাপতি মৃনাল দাসৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত সমল ব্যক্তি হিচাপে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক
Read More...

ডিব্ৰুগড়ত চৰকাৰী এন পি এচ কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা

মদাৰখাত, ১৯ নৱেম্বৰ : সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সিধাৰণ সভাখন জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰত জিলা সমিতিৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত আজি অনুষ্ঠিত হয় । জিলাখনৰ ভিন্ন প্ৰান্তৰ তিনি
Read More...

আজমল ফাউণ্ডেচনৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা : ভেঞ্চাৰৰ বিদ্যালয়ৰ পৰা অৱসৰ লোৱা…

হোজাই, ১৯ নবেম্বৰঃ হোজাইৰ আজমৰ ফাউণ্ডেচনৰ উদ্যোগত NEET ২০২০ত সফলতা অৰ্জন কৰা ৮০ গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশে হোজাইৰ নজিৰ আজমল বি এড কলেজত অনুষ্টিত হয় সম্বৰ্ধনা অনুষ্টান। সম্বৰ্ধনা অনুষ্ঠানত আজমল চি এচ আৰৰ
Read More...

হোজাই নীলবাগানত পাৰিবাৰিক কন্দলৰ বাবে নিজ খুৰাকে দাৰে ঘপিয়াই হত্যা কৰিলে ভতিজাকক : উত্তেজিত ৰাইজৰ…

হোজাই , ১৯ নবেম্বৰ : হোজাই জিলাৰ নীলবাগানৰ আশীনগৰত যোৱা নিশা এক চাঞ্চ্যল্যকৰ হত্যাকাণ্ড সংগঠিত হোৱা ঘটনাই চাঞ্চল্যৰ লগতে উত্তেজনা বিৰাজ কৰিছে ৷ যোৱা নিশা ২ মান বজাত শোৱা পাটিত জাকিৰ হুছেইন নামৰ লোকজনক নিজ খুৰাকে চোকা দাৰে ডিঙি কাটি হত্যা
Read More...

সোণোৱাল চৰকাৰক কঁপাইছে দেৱালৰ এখন ছৱিয়ে

বশিষ্ঠ স্থিত নিধি ভৱনৰ সন্মুখৰ দেৱালত অংকন কৰা অখিল গগৈৰ প্ৰতিচ্ছবি অখিল গগৈলৈ ভয় কৰে নেকি অসমৰ বাজেপি চৰকাৰে । কাৰণ এখন ছৱিয়ে কপনি তুলিছে সোণোৱাল চৰকাৰৰ। অখিল গগৈ কোনো দেশদ্ৰোহী নহয়, কিন্তু তেওঁৰ ফটো দেৱালত অংকন কৰাৰ বাবেই কেইজনমান
Read More...