Breaking

Browsing Category

অসম

ছয়গাঁৱত অঘটন : খাৱৈত পৰি যুবকৰ মৃত্যু : জুৱাই কাল হ’ল এটা পৰিয়ালৰ

ছয়গাঁও, ১৫নৱেম্বৰ : জুৱা খেলেই অভিশপ্ত অমানিশা নমাই আনিলে এটা দুৰ্ভগীয়া পৰিয়াললৈ । কণমানি সন্তান আৰু পৰিবাৰক ইহ সংসাৰত এৰি পৰলোকলৈ গমণ কৰিলে এজন ৩৮বছৰীয়া চফল যূবকে। এনেধৰণৰ ঘটনা সংঘটিত হয় কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত
Read More...

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড : নিহত ১, অগ্নিদগ্ধ ১ জন চিকিৎসাধীন

গেলেকী, ১৫নৱেম্বৰঃ দীপাৱলীৰ নিশা শিৱসাগৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ শিৱসাগৰ জিলা অন্তৰ্গত নগৰৰ পৰা কিছু নিলগৰ বেতবাৰী বালিবাট চাৰি আলিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ থিতাতে নিহত প্ৰাণদীপ গগৈ নামৰ (২২) বছৰীয়া যুৱকজন ৷ গুৰুত্বৰ ভাৱে
Read More...

শিৱসাগৰত পৈশাচিক কাণ্ড : মা কালীক সন্তুষ্টিৰ বাবে বলি দিবলৈ অনা ৫ টা দেব শিশুক উদ্ধাৰ

গেলেকী, ১৫নৱেম্বৰঃ শিৱসাগৰ জিলা অন্তৰ্গত ডিমৌমুখত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে । নিজৰ সন্তানক বলি দিবলৈ সাজু কৰিছিল দানৱ পিতৃয়ে । কালী পূজাৰ বাবে শনিবাৰে নিশা ১২ বজাত বলি দিবৰ বাবে সাজু কৰি থোৱা ৫ টা দেৱ শিশু জীৱন্তেই
Read More...

ধুবুৰীত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

দৈনন্দিন বাৰ্তাৰ সেৱা,ধুবুৰী,১১ নৱেম্বৰঃআজি ধুবুৰীৰ ৰাজীৱ ভৱনত ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সংখ্যালঘূ বিভাগৰ উদ্যোগত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে ধুবুৰীৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ
Read More...

বিপিএফ এৰি হাগ্ৰামালৈ কি চিঠি লিখিলে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

দৈনন্দিন বাৰ্তাৰ সেৱা,১১ নৱেম্বৰঃ বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি বিপিএফ এৰাৰ কথা ঘোষনা কৰিলে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীলৈ লিখা এক পত্ৰত বিশ্বজিৎ দৈমাৰীয়ে কয় -- বিপিএফৰ জন্ম লগ্নৰ পৰাই তেওঁ
Read More...

ডবকাত ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত তিনি অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা

দৈনন্দিন বাৰ্তাৰ সেৱা,ডবকা, ১১ নৱেম্বৰঃ ডবকাৰ প্ৰতিষ্ঠিত সমাজসেৱী সংস্থা ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনে ভাৰতৰ প্ৰথম গৰাকী শিক্ষা মন্ত্ৰী ভাৰতৰত্ন মৌলানা আবুল কালাম আজাদৰ জন্ম দিনৰ লগত সংগতি ৰাখি পালন কৰা ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ দিনা ডবকাত
Read More...

দীপাৱলী উপলক্ষে বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ১১ নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত নগৰকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা। ৰাজ্যৰ চৌদিশে এতিয়া দীপাৱলীক লৈ উখল মাখল পৰিবেশ। সম্প্ৰতি ৬০ বছৰৰো অধিক পুৰণি এখন বিশেষ বজাৰ। পূৰ্বপুৰুষৰ
Read More...

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৩৮৮ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ  অসমত পুনৰ ২৭১ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৩৮৮ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৬২৯ জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০২৪৬৮ জনলৈ বৃদ্ধি পাইছে।
Read More...

মূখ্যমন্ত্ৰী ছিগনেচাৰ প্ৰকল্পৰ আঁচনি পথৰ অনিয়মৰ সন্দৰ্ভত ৰাইজমেল

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ১১ নৱেম্বৰঃ যোৰহাট পথ সংমণ্ডলৰ অধীনত ভগামুখ অঞ্চলৰ বৃহত্তৰ ঔগুৰি সংলগ্ন ২০১৮/১৯ বৰ্ষৰ মূখ্যমন্ত্ৰী ছিগনেচাৰ প্ৰকল্পৰ আঁচনি বনাই হোজাইকান -ঘোঁৰাচৰা নিৰ্মানৰ আৰম্ভণি পৰাই ব্যাপক বিসংগতি হোৱাৰ পৰিপ্ৰেক্ষিতত
Read More...

চাহ অধ্যুষিত ১৮ খন জিলাক সামৰি বিশেষ উন্নয়ন সমিতি গঠনৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ১১ নৱেম্বৰঃ অসমৰ চাহ অধ্যুষিত ১৮ খন জিলাক সামৰি বিশেষ উন্নয়ন সমিতি গঠনৰ দাবীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অসমৰ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে। অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা গ্ৰহন কৰা অসমৰ চাহ
Read More...