Breaking

Browsing Category

অসম

সৰবৰহী মহিলা কমলা দেৱীৰ মৃত্যু

দৈনন্দিন বাৰ্তাৰ সেৱা, দেৰগাঁও, ১১ নৱেম্বৰঃ দেৰগাঁৱৰ দাধৰা দৈয়ঙ্গীয়া গাঁৱৰ এগৰাকী সৰবৰহী মহিলা  কমলা দেৱী(৬১)ৰ ১০ নবেম্বৰৰ দাধৰাস্থ   নিজ বাসগৃহত দেহাৱসান। মৃত্যুৰ সময়ত তেখেতে বিভিন্ন আত্মীয়ক ইহ সংসাৰত এৰিথৈ গৈছে। সমাজৰ প্ৰতিটো কামতে
Read More...

গেলেকী ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বৌদ্ধিক বিকাশৰ উদ্দেশ্যে…

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ১১ নৱেম্বৰঃ ক'ৰনা মহামাৰীৰ ফলত সমগ্ৰ বিশ্ব ব্যাপী হোৱা লকডাউনৰ ফলশ্ৰুতিত শিক্ষা গ্ৰহণৰ পৰা শিক্ষাৰ্থীসকল বিৰত থাকিবলগীয়া হৈছিল। তাৰ ফলত শিক্ষাৰ্থীসকলৰ শিক্ষা লাভৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছিল। কিন্তু কিছু
Read More...

গোলাঘাট জিলা নাবাৰ্ডৰ সৌজন্যত এদিনীয়া এনজিঅ’ সন্মিলন সম্পন্ন

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ গোলাঘাট জিলা প্ৰাধিকৰণ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৯ নৱেম্বৰ সোমবাৰে গোলাঘাট জিলা নাবাৰ্ডৰ সৌজন্যত এখনি এনজিঅ সন্মিলন সম্পন্ন হয়। গোলাঘাট জিলাৰ অন্তৰ্গত চৰকাৰী বেচৰকাৰী বিভিন্ন কৰ্মক্ষেত্ৰত ব্ৰতী
Read More...

২২ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰক্ষীৰ উপ পৰিদৰ্শকৰ নিযুক্তিৰ পৰীক্ষা, চাওক কিদৰে লাভ কৰিব এডমিট কাৰ্ড

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১০ নৱেম্বৰঃ অপেক্ষাৰ অন্তত অৱশেষত ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব বহু বিতৰ্কিত আৰক্ষীৰ উপ পৰিদৰ্শক  নিযুক্তিৰ পৰীক্ষা। ২২ নৱেম্বৰৰ দিনৰ ১২ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা। পুৱা ৯.৩০ বজাত পৰীক্ষা কেন্দ্ৰত
Read More...

দিপাৱলী উপলক্ষে মঙলদৈৰ কস্তুৰী শিশু গৃহত প্ৰস্তুত ভিন্ন ৰঙী মাটিৰ চাকি

দৈনন্দিন বাৰ্তাৰ সেৱা, মঙলদৈ, ১০ নৱেম্বৰঃ পোহৰৰ উৎসৱ দিপাৱলী সমাগত৷ মঙলদৈ মহিলা সমাজৰ দ্বাৰা পৰিচালিত  মঙলদৈ কস্তুৰী শিশু গৃহৰ আবাসী সকলে দিপাৱলীত ব্যৱহাৰ কৰিবৰ বাবে প্ৰস্তুত কৰিছে ভিন্ন ৰঙী মাটিৰ চাকি। দীপাৱলীৰ সময়ত চিনৰ বহুৰঙী লাইট
Read More...

জেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ মুক্তি দাবীত মৰাণত এবিভিপিৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ১০ নৱেম্বৰঃ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী জুমুঠি জ্বলিল উজনি অসমৰ মৰাণত। চৰাইদেউ জিলাৰ মৰাণত আজি অখিল ভাৰতীয় বিদ্যাৰ্থীৰ পৰিষদৰ চৰাইদেউ জিলাৰ মৰাণ নগৰৰ সমিতিৰ  উদ্যোগত ষড়যন্ত্ৰ মূলক ভাবে আটক কৰা জেষ্ঠ সাংবাদিক
Read More...

মৰাণৰ খোৱাঙত কা বাতিল, তাই আহোম জনজাতিকৰণৰ দাবীত আটাছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ১০ নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন কা বাতিলৰ দাবীত আৰু তাই আহোমক জনজাতিকৰণ কৰা দাবীত মৰাণৰ খোৱাঙত খোৱাং চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আটাছুৱে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল
Read More...

মৰাণত পথ নিৰ্মাণত অনিয়ম

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ১০ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ ১১৫ নং মৰাণ বিধানসভা সমষ্টিত অন্তৰ্গত মৰাণ নগৰৰ মাজ-মজিয়া পৰা নিতাই সংযোগী পথৰ প্ৰথম আঢ়ৈ কিলোমিটাৰ পথ মেৰামতি বাবে গড়-কাপ্তানী বিভাগে আবন্টন দিয়া ৩৮ লাখ টকাৰ কাম ডিব্ৰুগড়ৰ ৰাজীৱ
Read More...

বোকাখাতত “ৰাইজৰ দল”ৰ আহ্বায়ক সমিতি গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, মহুৰামুখ, ১০ নৱেম্বৰঃ ঐক্যবদ্ধ, আপোচহীন, প্ৰগতিশীল, জাতীয়তাবাদী চিন্তাক মূলমন্ত্ৰ হিচাপে লৈ আগবঢ়া কৃষক মুক্ত আৰু ৭০ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐৰসত ভূমিষ্ঠ হোৱা “ৰাইজৰ দল"ৰ আজি বোকাখাত বিধান সভা সমষ্টিৰ আহ্বায়ক
Read More...

পৰমানন্দ ৰাজবংশীৰ অসম গণ পৰিষদত যোগদান

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১০ নৱেম্বৰঃ আজি অসম গণ পৰিষদত আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ছাত্ৰনেতা  ডঃ পৰমানন্দ ৰাজবংশীয়ে। অগপৰ মূখ্য কাৰ্যলয় আমবাৰীত হাতীৰ পিঠিত উঠিল পৰমানন্দ। পৰমানন্দ
Read More...