Breaking

Browsing Category

অসম

শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ হিতেশ ডেকাৰ শপত গ্ৰহণ

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ৯ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ অধীনষ্ঠ তথা নতুনকৈ গঠন কৰা শৰণীয়া কছাৰী উন্নয়ন পৰিষদে ৭ নবেম্বৰত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত
Read More...

ৰাইজৰ দলৰ ব্যাপক তৎপৰতা, দলগাও সমষ্টিৰ আহ্বায়ক সমিতি গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, খাৰুপেটিয়া, ৯ নৱেম্বৰঃ ঐক্য, আপোচহীন, প্ৰগতিশীল, জাতীয়তাবাদী চিন্তাধাৰাৰে গঠন হোৱা  "ৰাইজৰ দল"ৰ দলগাও সমষ্টি আহ্বায়ক সমিতি গঠনাৰ্থে দেওবাৰে কল্যাণ গাও পঞ্চায়তৰ  সভা কক্ষত  অনুষ্ঠিত হয় এখনি সভা৷ উক্ত সভাত
Read More...

ৰঙাচকুৱাৰ জেষ্ঠ সমাজকৰ্মী, শিক্ষক ৰাজীৱ শৰ্মাৰ শিক্ষাৰ্থীৰ মাজত বিনামুলীয়াকৈ মাক্স বিতৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, ইটাখোলা, ৯ নৱেম্বৰঃ শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত ৰঙাচকুৱা অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী তথা শিক্ষক ৰাজীব শৰ্মাই চৰকাৰে নিৰ্ধাৰিত নিয়ম অনুসৰি ক'ভিড পটৰ্কল মানি চলি বিদ্যালয়সমুহ খোলাৰ সময়তে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক
Read More...

স্বেচ্ছাসেৱী সংগঠন ৰবিনহুড আৰ্মিৰ আৰ্তজনক সহায়

দৈনন্দিন বাৰ্তাৰ সেৱা, মোৰাঝাৰ, ৯ নৱেম্বৰঃ ৰবিনহুড আৰ্মি  এটি স্বেচ্ছাসেৱক সংগঠন, যিয়ে অভাৱগ্রস্ত দৰিদ্ৰ লোকক সেৱা আগবঢ়াবলৈ এমুঠি অন্ন যোগান ধৰাৰ কাম কৰে। এই সংস্থাই ৰেস্তোৰা আদি ভোজনালয়ৰ অবশিষ্ট খাদ্য সামগ্ৰীৰ অপব্যৱহাৰ হ'বলৈ দিয়াৰ
Read More...

টিংখাঙৰ পিঠাগুটি চাৰিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু

দৈনন্দিন বাৰ্তাৰ সেৱা, টিংখাং, ৯ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ পিঠাগুটি চাৰিআলিত দেওঁবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনা আটাছু বৰহাট আঞ্চলিক সমিতিৰ সদস্য তথা বৰহাটৰ নাৰেমপথা গাঁৱৰ যুৱক কৌশিক গগৈ মৃত্যু হয়। মৰাণত
Read More...

নাজিৰা শেন আলিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক ৰোমন্থন, গীত-নৃত্য, আলাপ-আলোচনাৰে সুধাকণ্ঠলৈ এদিন শীৰ্ষক…

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ৯ নৱেম্বৰঃ নাজিৰা আঞ্চলিক স্থায়ী ৰাস সমিতিৰ উদ্যোগত আৰু শেন আলি সাংস্কৃতিক উন্নয়ন সমিতিৰ সহযোগত ৮ নৱেম্বৰত বিশ্ববিশ্ৰুত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক ৰোমন্থন, গীত-নৃত্য, আলাপ-আলোচনাৰে সুধাকণ্ঠলৈ এদিন শীৰ্ষক
Read More...

“কা” বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত থাকিবঃ ড০ সমুজ্জল ভট্টাচাৰ্য

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ৯ নৱেম্বৰঃ অসমত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, অস্তিত্ব সুৰক্ষিত কৰা তথা অসমত খিলঞ্জীয়া মানুহৰ প্ৰভূত্ব ৰক্ষাৰ স্বাৰ্থত জাতিধ্বংসী "কা" বাতিল নোহোৱা পৰ্যন্ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ বিৰুদ্ধে সংগ্ৰাম
Read More...

শিৱসাগৰ অ’ এন জি চিত নিযুক্তিৰ নামত প্ৰৱঞ্চনা, থানাত গোচৰ ৰুজু

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ৯ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন মহলত প্ৰৱঞ্চনাৰে অব্যাহত নিযুক্তি কেলেংকাৰী । অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা এছ আই নিযুক্তি কেলেংকাৰী চিআইডিৰ তদন্ত মাৰ নেযাওঁতেই পুনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক কামনাৰ লক্ষ্য দুষ্ট
Read More...

শিমলুগুৰি সন্মিলিত যুৱ সমাজৰ সপ্তম প্ৰতিষ্ঠা দিৱস আৰু শৰতৰ সন্ধিয়া উদযাপন

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ৯ নৱেম্বৰঃ নাজিৰা মহকুমাৰ শিমলুগুৰি সন্মিলিত যুৱ সমাজৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শৰতৰ সন্ধিয়া নামাকৰনেৰে এক অনুষ্ঠান শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। সন্মিলিত যুৱ
Read More...

বৰপেটা জিলাৰ গোৱৰ্দ্ধনাত স্থাপন হল নতুন বিদ্যুৎ উপ-কেন্দ্ৰ, আমি হাতে-কামে কৰি দেখুৱাইছোঃ ৰণজিৎ দাস

দৈনন্দিন বাৰ্তাৰ সেৱা, বৰপেটা, ৮ নৱেম্বৰঃ বৰপেটা জিলাৰ সীমান্তবৰ্তী গোৱৰ্দ্ধনাত অসম চৰকাৰৰ শক্তি বিভাগৰ দ্বাৰা স্থাপন কৰা ৩৩/১১ কেভিৰ এটা বিদ্যুৎ উপ-কেন্দ্ৰ আজি হাউছফেদৰ অধ্যক্ষ তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে
Read More...