Breaking

Browsing Category

অসম

নলবাৰীৰ দুই নম্বৰ খাটা গাঁও পঞ্চায়তত আধাৰশিলা স্থাপন বিধায়ক অশোক শৰ্মাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী, ৮ নৱেম্বৰঃ নলবাৰীৰ দুই নম্বৰ খাটা গাঁও পঞ্চায়তত আজি বহুত কেইটা আঁচনিৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন কৰা হয়। এই আঁচনি সমূহৰ উদ্বোধনী আৰু  আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। উদ্বোধনী
Read More...

কাকপথাৰত অজাযুছাপৰ শাখা সমিতি গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, কাকপথাৰ, ৮ নৱেম্বৰঃ গৈপানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত গৈপানী শাখা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাকপথাৰ
Read More...

খাৰুপেটিয়া আৰক্ষীৰ বৃহৎ সফলতা, ১০ লাখ টকাৰ জাল নোট সহ এজনক গ্ৰেপ্তাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, খাৰুপেটিয়া, ৮ নৱেম্বৰঃ দৰং জিলাৰ খাৰুপেটিয়া আৰক্ষীৰ বৃহৎ সফলতা। ১০ লাখ টকাৰ জাল নোট সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে খাৰুপেটিয়া আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পম খেদি খাৰুপেটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া
Read More...

টীয়কৰ কাকজানত সদৌ চুতীয়া জাতি সন্মিলনৰ ৰাজ্যিক ৰাজনৈতিক জাগৰণ অভিবৰ্তন সম্পন্ন

দৈনন্দিন বাৰ্তাৰ সেৱা, কাকজান, ৮ নৱেম্বৰঃ সদৌ চুতীয়া জাতি সন্মিলন অসমৰ উদ্যোগত  যোৰহাট জিলা  আৰু তিতাবৰ  চুতীয়া জাতি সন্মিলনৰ যৌথ উদ্যোগত টীয়কৰ কাকজান কৃষ্টি কেন্দ্ৰ প্ৰাংগণত আজি  ৰাজ্যিক ৰাজনৈতিক জাগৰণ অভিৱৰ্তন অনুষ্ঠিত কৰা হয়।
Read More...

গোৰ্খা উন্নয়ন পৰিষদৰ নতুন কাৰ্যবাহী সদস্য ৰূপে শপত গ্ৰহণ মতি কুমাৰ নেৱাৰৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, ইটাখোলা, ৮ নৱেম্বৰঃ অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যান বিভাগে গোৰ্খা উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্যৰূপে নদুৱাৰ অঞ্চলৰ এগৰাকী কৰ্মউদ্যামী ব্যক্তি তথা সমাজ কৰ্মি মতি কুমাৰ নেৱাৰক নিযুক্তি প্ৰদান কৰা
Read More...

বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সভা সম্পন্ন, কেন্দ্ৰীক নতুন শিক্ষানীতিয়ে স্বনিৰ্ভৰশীল ভাৰত…

দৈনন্দিন বাৰ্তাৰ সেৱা, চাংসাৰি, ৮ নৱেম্বৰঃ আজি বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাধাৰণ সভাখন গুৱাহাটী  চন্দ্ৰপুৰ হাজংবৰীস্হিত বহুমুখী প্ৰকল্পত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনৰে সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ
Read More...

ভাগিনক মোবাইল নম্বৰ দি বিপদত মামা, ২২ হাজাৰ মেচেজ-ভিডিঅ’ কল

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৮ নৱেম্বৰঃ শুকুৰবাৰে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভা এখনত সকলোকে দিলে নিজৰ মোবাইল নম্বৰ। পিছে মামাই ফোন কৰিবলৈ নহয়, হোৱাটছ আপ কৰিবলৈহে দিছিল নিজৰ মোবাইল নম্বৰ। কিন্তু এতিয়া
Read More...

লাহৰীঘাটত বিধ্বস্ত বাট-পথে জ্বলা কলা খুৱাইছে অঞ্চলবাসীক

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৮ নৱেম্বৰঃ পৰিৱৰ্তনৰ আশাত ৰাইজে ভোট দান কৰি ক্ষমতাৰ গাদীত বহোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতো বাট-পথৰ জৰাজীৰ্ণ অৱস্থাই লগ এৰা নাই লাহৰীঘাট বাসীৰ।উল্লেখযোগ্য যে লাহৰীঘাট সমষ্টিৰ কুশতলি গাঁও পঞ্চায়তৰ
Read More...

উপৰহালীত ‘অদৃষ্টৰ খোজ’ উপন্যাস উন্মোচন

দৈনন্দিন বাৰ্তাৰ সেৱা, মিৰ্জা, ৮ নৱেম্বৰঃ শিক্ষাবিদ তথা সমালোচক ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ প্ৰথম উপন্যাস 'অদৃষ্টৰ খোজ' আজি উপৰহালীৰ নিজ বাসগৃহত আয়োজন কৰা এক গ্ৰন্থ উন্মোচনী সভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই উপলক্ষে অৱসৰপ্ৰাপ্ত
Read More...

অভিনেতা তথা জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী অসুস্থ

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাই, ৮ নৱেম্বৰঃ মেগা ধাৰাবাহিক আউসীৰ জোনাক আৰু অস্ত আকাশৰ জোনৰ অভিনেতা তথা হোজাইৰ জ্যেষ্ঠ সাংবাদিক কিশলয় দেৱ গোস্বামী হঠাৎ অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। হোজাইৰ এখন ব্যক্তিগত
Read More...