Breaking

Browsing Category

অসম

মঙলদৈৰ ৰঙামাটি হাইস্কুলত দৰং ছাত্ৰ সন্থাৰ দুদিনীয়া অধিৱেশন

দৈনন্দিন বাৰ্তাৰ সেৱা, মঙ্গলদৈ, ৭ নৱেম্বৰঃ  সদৌ দৰং জিলা ছাত্র সংস্থাৰ ৮ম বাৰ্ষিক অধিবেশন খনি আজিৰে পৰা দুদিনীয়া কায্যসূচীৰে মঙলদৈ নিকটৱৰ্তী ৰঙামাটি হাইস্কুলত  অনুস্থিত হৈছে। কাৰ্যসূচী অনুসৰি আজি পুৱা পতকা উত্তোলন কৰে জিলা ছাত্র সংস্থাৰ
Read More...

হোজাইত সোনকালে মুকলি হ’ব এখন আধুনিক হস্পিটেল

দৈনন্দিন বাৰ্তাৰ সেৱা, নীলবাগান, ৭ নৱেম্বৰঃ হোজাইত অতি সোনকালে মুকলি হ'ব সকলো ধৰণৰ সুবিধা থকা এখন আধুনিক হস্পিটেল। জামিয়া এজুকেশ্বনেল চেয়াৰেটিবুল ট্ৰাষ্টৰ মূখ্য পৰিচালন সঞ্চালক ছামচুল আলম কাছিমীৰ নেতৃত্বত মৌলানা জহিৰুদ্দিন আৰু হুছাইন
Read More...

সামগ্রীৰ মূল্য বৃদ্ধি ৰোধ আৰু হ্ৰাসৰ দাবীত টংলা চাৰিআলিত ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰদৰ্শন

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৭ নৱেম্বৰঃ শনিবাৰে ওদালগুৰি জিলাৰ টংলা চাৰিআলিত টংলা আঞ্চলিক ছাত্র সন্থাই তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায়, ফনি ভূষণ নিপাত যাওক, সৰ্বানন্দ গ'বেক, হিমন্ত গ'বেক, ফনি
Read More...

উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে হকী ইণ্ডিয়াৰ সভাপতি নিৰ্বাচিত মণিপুৰৰ জ্ঞানেন্দ্ৰো নিংগমবাম

দৈনন্দিন বাৰ্তাৰ সেৱা, ৭ নৱেম্বৰঃ হকী ইণ্ডিয়াৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে মণিপুৰৰ জ্ঞানেন্দ্ৰো নিংগমবাম। ইয়াৰ লগে লগে হকী ইণ্ডিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা নিংগমবাম উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে
Read More...

মুল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ প্ৰদৰ্শন

দৈনন্দিন বাৰ্তাৰ সেৱা, পানেৰী, ৭ নৱেম্বৰঃ ৰাজ্যত অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মুল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত হৰিশিঙা আঞ্চলিক
Read More...

বিজেপি পুনৰ ক্ষমতালৈ আহিলে মুছলমান মা-ভনীক ঘৰৰ পৰা লৈ গৈ ধৰ্ষণ কৰা হ’বঃ আজমলৰ বিতৰ্কিত সাম্প্ৰদায়িক…

দৈনন্দিন বাৰ্তাৰ সেৱা, শিলচৰ, ৭ নৱেম্বৰঃ সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিয়ে-সমষ্টিয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ উদেশ্যে প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। অহা নিৰ্বাচনত বিজেপি ক্ষমতাত
Read More...

পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াতো বলিয়ালীঃ জুবিন গাৰ্গ

দৈনন্দিন বাৰ্তাৰ সেৱা, তেজপুৰ, ৭ নৱেম্বৰঃ শিলচৰৰ বিমান বন্দৰত এআইউদিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলক আদৰণি জনোৱাৰ সময়ত একাংশ সমৰ্থকে  পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি অভিযোগ উত্থাপিত হৈছিল। উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ
Read More...

নগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ সহ দুই লাখ টকা জব্দ

দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, ৭ নৱেম্বৰঃ নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানাৰ অন্তৰ্গত চিলঙনীত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ এজন দুদ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ীক ধৰিবলৈ সক্ষম হয়। দুপৰীয়া প্ৰায় ১ বজাত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া
Read More...

অৰ্নৱ গোস্বামীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে হোজাই জিলা সাংবাদিক সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাই, ৬ নৱেম্বৰঃ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক অমানৱীয় ভাবে মহাৰাষ্ট্ৰ আৰক্ষীয়ে কৰা অত্যাচাৰ আৰু গ্ৰেপ্তাৰৰ বিৰুদ্ধে দেশৰ প্ৰান্তে-প্ৰান্তে অব্যাহত আছে প্ৰতিবাদ। আজি হোজাই জিলা সাংবাদিক সন্থাৰ
Read More...

বিপিএফৰ চৰকাৰ গঠন কৰিলে সকলো জনগোষ্ঠীক দিয়া হৱ মাটিৰ পাট্টাঃ হাগ্ৰামা মহিলাৰী

দৈনন্দিন বাৰ্তাৰ সেৱা, বিজনী, ৬ নৱেম্বৰঃ বিটিচি নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাগত ভাবে তুংগত উঠিছে। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পচলাবাড়ীত বিপিএফৰ বিশাল নিৰ্বাচনী সভা। ১৭ নং
Read More...