Breaking

Browsing Category

অসম

দৰঙাজুলি পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ পৰিৱৰ্তন পদযাত্ৰা

দৈনন্দিন বাৰ্তাৰ সেৱা,তামুলপুৰ, ৬ নৱেম্বৰঃ কোৰোনা মহামাৰীৰ বাবে স্থগিত ৰখা বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে বিজেপি, বিপিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা অব্যাহত আছে। এইক্ষেত্ৰত ইউপিপিএল দলৰ তৎপৰতাও চকুত লগা ধৰণে
Read More...

বদৰুদ্দিন আজমলৰ উপস্থিতিত একাংশই দিলে পাকিস্তান জিন্দাবাদ ধ্বনি

দৈনন্দিন বাৰ্তাৰ সেৱা, শিলচৰ, ৬ নৱেম্বৰঃ ৰাজ্যত ৰাজহুৱাকৈ দিয়া হ’ল পাকিস্তান জিন্দাবাদ ধ্বনি। শিলচৰ বিমানবন্দৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। শিলচৰ বিমান বন্দৰত এআইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলক আদৰণি জনোৱাৰ সময়তে
Read More...

বিটিচিৰ মালাগুৰীত বিপিএফ দলৰ পদযাত্ৰা সমদল

দৈনন্দিন বাৰ্তাৰ সেৱা, গোসাইগাঁৱ, ৬ নৱেম্বৰঃ সমাগত বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে চলাই গৈছে নিৰ্বাচনী কুচকোৱাজ। সমান্তৰাকৈ ককালত টংগালি বান্দি নামিছে বিপিএফ দল। বিপিএফ দলৰ লক্ষ্য  উন্নয়ন কৰা, শান্তি ঐক্যতা সম
Read More...

অসমত যোৱা এমাহত ১.৮ শতাংশলৈ বৃদ্ধি হৈছে নিবনুৱাৰ সংখ্যা

দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ নৱেম্বৰঃ অসমত ক্ৰমাত ভয়াবহ ৰূপ ধাৰন কৰিছে নিবনুৱা সমস্যাই। শেহতীয়াকৈ দেশৰ অৰ্থনীতি পৰ্যবেক্ষণ কেন্দ্ৰৰ এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ভাৰতত ছেপ্তেম্বৰ মাহৰ তুলনাত অক্টোবৰ মাহত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে।
Read More...

জাগীৰোডৰ গোভাত কৃষকৰ মাজত কুকুৰাৰ পোৱালি বিতৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৬ নৱেম্বৰঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ গোভাত পশুপালন ও পশু চিকিৎসা বিষয়া মৰিগাঁৱৰ সৌজন্যত আৰু জিলা  কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কুকুৰাৰ পোৱালি বিতৰণ কৰা হয়। উল্লেখ্য যে অসম চৰকাৰৰ উদ্ভাৱনী কুকুৰা উৎপাদন
Read More...

বিলাসীপাৰাত ৫০ লাখ টকাৰ Sports Mini Stadium কামৰ আধাৰশিলা শুভ উদ্বোধনী অনুষ্ঠান

দৈনন্দিন বাৰ্তাৰ সেৱা, বিলাসীপাৰা, ৫ নৱেম্বৰঃ নামনি অসমৰ ধুবুৰী জিলাত ২৭ নং বিলাসীপাৰা পূৱ বিধান সভাৰ সমষ্টিত বিগত ৭৪ বছৰৰ তুলনাত যোৱা ৫ বছৰত যথেষ্ঠ পৰিমাণে উন্নয়ন মুলক কাম হোৱা দেখা গৈছে। মনকৰিবলগীয়া কথা যে বিধায়ক অশোক কুমাৰ
Read More...

নগাঁৱৰ কঠীয়াতলী চিঙৰাপট্টিত হিন্দু যুৱকৰ মৃতদেহ সৎকাৰ কৰিলে সুহৃদ মুছলমান লোকে

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ "মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে "ড: ভূপেন হাজৰিকাৰ এই কালজয়ী গীতটিৰ কথা পুনৰ বাৰ সঁচা অৰ্থত প্ৰতিপন্ন কৰিলে নগাঁও জিলাৰ কেইগৰাকীমান সুহৃদয়বান ব্যক্তিয়ে। এফালে হিন্দু মুছলমানৰ মাজত
Read More...

নগাঁৱত ড০ ভূপেন হাজৰিকাক সোঁৱৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো আজি বিশ্ৰ-বিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাক তেখেতৰ নৱম মৃত্যু বাৰ্ষিকীত  সুধাকন্ঠ গৰাকীক সোঁৱৰিলে বিভিন্ন দল সং‌গঠনৰ। মহান শিল্পী গৰাকীৰ নৱম মৃত্যু বাৰ্ষিকী
Read More...

গোসাইগাঁওত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট, মহকুমাধিপতিৰ জৰিয়তে…

দৈনন্দিন বাৰ্তাৰ সেৱা, গোসাইগাঁও, ৫ নৱেম্বৰঃ ৰাজ্যত অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গোসাইগাঁওত। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ(আমছু)ৰ পশ্চিম কোকৰাঝাৰ
Read More...

শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ৫ নৱেম্বৰঃ শিৱসাগৰ জিলা অন্তৰ্গত নগৰত পুৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংটিত হয়। অগ্নিকাণ্ডত ভস্মীভূত হ'ল এখন ব্যৱসায়িক প্ৰতিষ্ঠান। নগৰৰ হাস্পতাল ৰোডৰ ফ্ৰেণ্ডছ নামৰ প্ৰতিষ্ঠানখনত সংঘটিত হয় অগ্নিকাণ্ডৰ
Read More...