Breaking

Browsing Category

অসম

জামুগুৰিহাটত যুৱতী-মহিলাৰ আত্মৰক্ষাৰ বাবে সমৰকলাৰ বিনামুলীয়া প্ৰশিক্ষণ

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ৪ নৱেম্বৰঃ ৰাজ্যত দিনে নিশাই বৃদ্ধি পাই আহিছে নাৰী নিৰ্য্যাতন, হত্যা, ধৰ্ষন, লুণ্ঠনৰ ঘটনা৷ মহিলা তথা যুৱতী সকলৰ লগত হোৱা এনে অপৰাধমুলক কাৰ্যকলাপক প্ৰত্যাহ্বান জনাবলৈ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আৰম্ভ
Read More...

চিআৰপিএফ 136 নং শাখাৰ উদ্যোগত শিক্ষাৰ্থীৰ মাজত ফিল্টাৰ বিতৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, খাৰুপেটিয়া, ৪ নৱেম্বৰঃ দেশ সেৱাত ব্ৰত 136 নং শাখাত কৰ্মৰত জোৱান সকলে সমাজ সেৱাৰ কৰ্মতো আগভাগ লোৱা দেখা যায়। চিআৰপিএফ জোৱান সকলে ছাত্র-ছাত্ৰীসকলৰ সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি লালপুলস্থিত চিআৰপিএফৰ 136 নং
Read More...

মুল্য বৃদ্ধিৰ প্ৰতিবাদত মৰাণত আছুৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী হুংকাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰাণ, ৪ নৱেম্বৰঃ অত্যাৱশকীয় খাদ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি মৰাণত আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা  সমিতিৰ আহ্বানত মৰাণ আঞ্চলিক সমিতিয়ে মৰাণ নগৰ মাজ-মজিয়াত
Read More...

মৰিগাঁও জিলা যোগ এচ’ছিয়েছন গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৪ নৱেম্বৰঃ অসম যোগ সন্থাৰ অন্তৰ্গত মৰিগাঁও জিলা যোগ সন্থাৰ সমিতি আজি গঠন কৰা হয়৷ মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ প্ৰেক্ষাগৃহ জিলা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্ব কৰে মৰিগাঁও নেহেৰু যুৱ
Read More...

সত্ৰীয়া নৃত্যত প্ৰথম স্থান মাজুলীৰ সমুদ্ৰ হাজৰিকাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, মাজুলী, ৪ নৱেম্বৰঃ মাজুলী জিলাৰ গড়মূৰৰ সমীপৱৰ্তী খোনাচুক গাঁৱৰ সমুদ্ৰ হাজৰিকাই সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড°ভূপেন হাজৰিকা পৰিৱেশ্য কলা বিভাগৰ স্নাতকোত্তৰ চুড়ান্ত পৰীক্ষাৰ সত্ৰীয়া নৃত্য বিষয়ত প্ৰথম
Read More...

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ফুটিল অ’ এন জি চি তেল পৰিবাহী পাইপ, আতংকিত ৰাইজ

দৈনন্দিন বাৰ্তা সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ বাঘজানৰ পিছত এইবাৰ শিৱসাগৰত ঘটিল অনুৰূপ ঘটনা। শিৱসাগৰ জিলাৰ বলিয়াঘাট পথলিয়াল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ফুটিল অ' এন জি চিৰ তেল পৰিবাহী পাইপ। বলিয়াঘাট পথলিয়াল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ
Read More...

গেলেকী আৰক্ষীয়ে জব্দ কৰিলে ৬০টিন লালীগুড়, পলাতক বাহনৰ চালক

দৈনন্নিন বাৰ্তা সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ নাজিৰা মহকুমাৰ আৱকাৰী বিভাগৰ উপ-অধীক্ষক আব্দুল লেতিফ আৰু পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত আৱকাৰীৰ দলে সীমান্তবৰ্তী গেলেকীকে ধৰি বিভিন্ন অঞ্চলত অবৈধ মদৰ বিৰুদ্ধে তথাকথিত অভিযান চলাই বাঃ বাঃ লব
Read More...

লাকুৱা ঐতিহাসিক আমলখি দেউশালত তৰুণ গগৈ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা

দৈনন্দিন বাৰ্তা সেৱা, গেলেকী, ৪নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাৰ ঐতিহাসিক আমলখি দেউশালত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আশু আৰোগ্য কামনা কৰি এক বিশেষ পূজাৰ আয়োজন কৰা হয়। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ
Read More...

শিৱসাগৰৰ প্রগতি নার্চিংহোমত ম্যাদ উকলা ঔষধ বিক্ৰীক লৈ উত্তেজনা

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ৩ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ অন্তৰ্গত নগৰৰ সমীপৰ জেঙনিকটীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এখন ব্যক্তিগত নার্ছিং হোমত ম্যাদ ওকলা ঔষধ বিক্ৰী কৰি ৰোগীৰ জীৱনক লৈ হেঁতালিখেলাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।
Read More...

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, ৩ নৱেম্বৰঃ নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ পানিখাইতি অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি পানিখাইতি অঞ্চলৰ  ৰিংকু আহমেদ নামৰ লোক এজনে
Read More...