Breaking

Browsing Category

অসম

গেৰুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

দৈনন্দিন বাৰ্তা  সেৱা, ভূৰাগাওঁ, ৩ নৱেম্বৰঃ মৰিগাঁও জিলাৰ গেৰুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত  যোৱা কালিৰে  পৰা অঞ্চলটোৰ জামাদাৰী খেল পথাৰত অনুষ্ঠিত হৈছে  প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ প্ৰথমখন খেল জামুগুৰি ফুটবল একাদশ বনাম
Read More...

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৯৮২ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৪৬৫ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৯৮২ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৭৮৫ জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৭৫৬৬ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে
Read More...

মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব, মিঞা চাহাব বুলি সম্বোধন কৰিব

দৈনন্দিন বাৰ্তা সেৱা, ২ নবেম্বৰঃ মিঞা মিউজিয়ামৰ বিতৰ্ক মাৰ নোযাওতেই এই মিঞা নামৰ লৈ বিতৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘‘মই বিলাসীপাৰা পশ্চিম সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা। মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব। মিঞা
Read More...

ধাৰৰ বোজা সহিব নোৱাৰি একেটা পৰিয়ালৰ ৫ গৰাকীৰ আত্মহনন

দৈনন্দিন বাৰ্তা সেৱা, ২ নবেম্বৰঃ কোৰোনা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাজ্য চৰকাৰে জাৰি কৰা লকডাউনৰ ব্যৱসায়ীক গোষ্ঠীৰ ওপৰত বিৰুপ প্ৰভাৱ পৰা দেখা গৈছে। কিছু বছৰৰ পূৰ্বে ডিফুত সংঘটিত হোৱা দৰে অনুৰূপ এক ঘটনাই সংঘটিত হৈছে গোসাইগাঁৱত।
Read More...

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অসুস্থ

দৈনন্দিন বাৰ্তা সেৱাঃ কোৰোনা মহামাৰীৰ পৰা সুস্থ হৈ উঠাৰ পিছত দেওবাৰে নিশাক হঠাত পুনৰ অসুস্থ হৈ পৰে জ্যেষ্ঠ ৰাজনীতিবিদগৰাকী। দেওবাৰে নিশা ১১ বজাত মুখ্যমন্ত্ৰী গৰাকীক জি এম চি এইচত ভৰ্তি কৰোৱা হয়। কোৰোনা আক্ৰান অৱস্থাত চিকিতসালয়ত গগৈ
Read More...

বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত নগাঁৱত বাল্মিকী জয়ন্তী দিৱস পালন

দৈনন্দিন বাৰ্তা সেৱা, নগাঁও, ২ নবেম্বৰঃ বিশ্ব হিন্দু পৰিষদ নগাঁও জিলা শাখাৰ সৌজন্যত সোমবাৰে নগাঁৱত বাল্মিকী জয়ন্তী দিৱস অনুষ্ঠিত কৰা হয়। নগাঁও চহৰৰ ভাৰত সেৱাশ্ৰম সংঘৰ প্ৰাঙ্গনত অনুষ্ঠিত বাল্মিকী জয়ন্তী দিৱসৰ বন্তি প্ৰজ্বলন কৰি আৰম্ভনী
Read More...

নগাঁৱত বন বিভাগৰ অভিযানত দুটাকৈ অবৈধ কাঠফলা মিল জব্দ

দৈনন্দিন বাৰ্তা সেৱা, নগাঁও, ১ নবেম্বৰঃ আজি নগাঁও জিলা বন বিভাগৰ এটা অভিযানকাৰী দলে আজি সদৰ আঞ্চলিক ৰেঞ্জৰ অধীনৰ গান্ধীবৰি আৰু কটহগুৰি অঞ্চলত অভিযান চলাই দুটাকৈ অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, নগাঁও জিলাৰ
Read More...

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৩৫১ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৩৩৬ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৩৫১ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ১৩৮৬ জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৬০৫১ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ
Read More...

গেলেকী অসম-নাগালেণ্ড সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩ গৰাকী

দৈনন্দিন বাৰ্তা সেৱা, গেলেকী, ৩১ অক্টোবৰঃ শিৱসাগৰ জিলা নাজিৰা মহকুমা অন্তৰ্গত গেলেকী অসম-নাগালেণ্ড সীমান্তৰ নাগালেণ্ডত এক শোকাবহক পথ দুৰ্ঘটনা সংঘটিত হৈছে। নাগালেণ্ডৰ নকলাকত আজি এখন যাত্ৰীবাহী টাটা ছুমু দুৰ্ঘটনাত পতিত হোৱাৰ ফলত থিতাতে তিনি
Read More...

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৭ তম মৃত্যু বাৰ্ষিকী আৰু লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ…

দৈনন্দিন বাৰ্তা সেৱা, নাজিৰা, ৩১ অক্টোবৰঃ আজি সমগ্ৰ দেশৰ লগতে নাজিৰাতো ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৭ তম মৃত্যু বাৰ্ষিকীৰ লগতে লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উদযাপন কৰা হয়। নাজিৰা গ্ৰাম্য আৰু পৌৰ ব্লক কংগ্ৰেছ
Read More...