Breaking

Browsing Category

অসম

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৭ তম মৃত্যু বাৰ্ষিকী আৰু লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ…

দৈনন্দিন বাৰ্তা সেৱা, নাজিৰা, ৩১ অক্টোবৰঃ আজি সমগ্ৰ দেশৰ লগতে নাজিৰাতো ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৭ তম মৃত্যু বাৰ্ষিকীৰ লগতে লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উদযাপন কৰা হয়। নাজিৰা গ্ৰাম্য আৰু পৌৰ ব্লক কংগ্ৰেছ
Read More...

অভাৱ দক্ষতা বিকাশৰ অন্তৰায় হব নোৱাৰে, নগাৱত সৌন্দৰ্য চৰ্চা কেন্দ্ৰ উদ্বোধন

দৈনন্দিন বাৰ্তা সেৱা, নগাঁও, ৩১ অক্টোবৰঃ নগাঁও জিলাৰ ইটাচালিস্থিত দক্ষতা বিকাশ কেন্দ্ৰ এ.এছ.ডি.এমৰ প্ৰাঙ্গনত ফ'ৰইভাৰ সৌন্দৰ্য চর্চা কেন্দ্ৰ উদ্বোধন কৰা হয়। নগাঁও পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ বিভা ৰাণী শইকীয়াই ফিটা কাটি উদ্বোধন কৰা অনুষ্ঠানটিত
Read More...

লাহৰীঘাট আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

দৈনন্দিন বাৰ্তা সেৱা, ভূৰাগাওঁ, ৩১ অক্টোবৰঃ মৰিগাঁওত জিলাৰ  লাহৰীঘাট আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটাৰ নাম হুছেইন আলী আৰু জিয়াবুৰ ৰহমান বুলি জানিব পৰা গৈছে। লাহৰীঘাটৰ নাৰমাৰী দলঙৰ ওপৰত নিশা ড্ৰাগছ কিনা-বেচা
Read More...

বিধায়ক শ্বেৰমান আলী, কমলক্ষ দে পুৰকায়স্থক পাগলঃ সাংসদ কুইন ওজা

অসমৰ সংস্কৃতিৰ বিষয়ে জ্ঞান নাই অদ্ভুত মন্তব্য আগবঢ়োৱা বিধায়কৰ, ছাগলে নাখায় কি পাগলে নকয় কি ? দৈনন্দিন বাৰ্তা সেৱা, প্ৰতিনিধি, ৩১ অক্টোবৰঃ শেহতীয়াকৈ কংগ্ৰেছ বিধায়ক শ্বৰমান আলীয়ে শংকৰদেৱে কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্হাপন কৰাৰ
Read More...

বিজেপি মহানগৰ জিলাৰ চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্মজয়ন্তী পালন

দৈনন্দিন বাৰ্তা সেৱা, গুৱাহাটী, ৩১ অক্টোবৰঃ ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাই আজি লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্ম দিৱস উদযাপন কৰে৷ চৰ্দাৰ বল্লভ ভাই পেটলৰ প্ৰতি শ্ৰদ্ধা জনাই আজি পুৱা ৭ বজাত মহানগৰীৰ গুৱাহাটী ক্লাবত এক অনুষ্ঠান
Read More...

নগাওঁ আৰক্ষীৰ জালত দুই গভাইট চোৰ

দৈনন্দিন বাৰ্তা সেৱা, নগাওঁঃ আজি দুপৰীয়া প্ৰায় ১২ বজাত গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ হয়বৰগাওঁ আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত দুজন গভাইট চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে তেওঁলোকৰ পৰা ৩ লাখ ৫৮ হাজাৰ টকা উদ্ধাৰ কৰাৰ লগতে এটা
Read More...

শিৱসাগৰ আবকাৰী বিভাগত ভুৱা নিযুক্তিপত্ৰৰে যোগদান কৰিবলৈ অহা বহিঃৰাজ্যৰ ১ গৰাকী লোক গ্ৰেপ্তাৰ

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ৰাজ্যত পোহৰলৈ আহিছে এটাৰ পিছত আনটো দুৰ্নীতি। অসমত নিযুক্তি কেলেংকাৰী অব্যাহত। শিৱসাগৰ জিলা আবকাৰী বিভাগৰ কনিষ্টবল পদত যোগদান কৰিবলৈ অহা বহিঃৰাজ্যৰ এগৰাকী লোক গ্ৰেপ্তাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ
Read More...

জামুগুৰি কবি মঞ্চৰ উদ্যাগত নন্দেশ্বৰ শইকীয়া স্মাৰক বক্তৃতানুষ্ঠান

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ আদৰ্শ অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে। অসমীয়া জাতিক সেই আদৰ্শ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-শ্ৰী শ্ৰী মাধৱদেৱে দি থৈ গৈছে। আমি মাথোন সেই আদৰ্শৰে আগবাঢ়ি গ'লেই জাতিৰ সংকট বহুখিনি দূৰ হ'ব। - এই মন্তব্য
Read More...

এক নবেম্বৰত কৰ্মচাৰী পৰিষদৰ শ্বহীদ দিৱস, বাসৱ চন্দ্ৰ কলিতাৰ বৰ্ণিল কৰ্মজীৱনৰ আধাৰত উন্বোচন হব…

দৈনন্দিন বাৰ্তৰ সেৱা, শুৱালকুছিঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ সহযোগত অহা এক নবেম্বৰত গুৱাহাটীত কেন্দ্ৰীয় ভাবে কৰ্মচাৰী শ্বহীদ দিৱস উদযাপন কৰা হব। দৈনন্দিন বাৰ্তাক গুৱাহাটী জিলা পৰিষদৰ সম্পাদক হেমন্ত
Read More...

৩১ অক্টোবৰত লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্মদিন, বিজেপি গুৱাহাটী মহানগৰ জিলাৰ একতাৰ দৌৰ…

দৈনন্দিন বাৰ্তা সেৱাঃ বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাই অহা ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্মদিৱস উদযাপন কৰিব৷ সেই উপলক্ষে শনিবাৰে বিজেপিয়ে একতাৰ দৌৰ কাৰ্যসূচী ৰুপায়ন কৰিব৷ ভাৰতীয় জনতা
Read More...