Breaking

Browsing Category

অসম

আজি লক্ষী পূজা, ঐশ্বৰ্যৰ আৰাধ্য দেৱীৰ পূজাক লৈ মহানগৰীতো নাই বিগত বৰ্ষসমূহৰ দৰে উছাহ

দৈনন্দিন বাৰ্তা সেৱাঃ আজি লক্ষী পূজা। ক’ৰনা মহামাৰীৰ আতংকৰ মাজতে ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা সকলো নিয়ম মানি পূজা সমিতিসমূহেও লক্ষী পূজাৰআয়োজন কৰিছে। লক্ষ্মী বন্দনা, শংখ-ধ্বনি, মন্ত্ৰোচ্চাৰণেৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ এতিয়া
Read More...

অভিশপ্ত ৩০ অক্টোবৰ, ৰক্তাক্ত দিনৰ ১২ টা বছৰ সম্পূৰ্ণ

দৈনন্দিন বাৰ্তা সেৱাঃ আজি অভিশপ্ত ৩০ অক্টোবৰ৷ আজিৰ পৰা ১২ বছৰৰ পূৰ্বে ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোতে মহানগৰীত হোৱা ধাৰাবাহিক বিস্ফোৰণ ঘটিছিল। গুৱাহাটী মহানগৰীৰ কাছাৰী, পাণবজাৰ, গণেশগুৰিত সংঘটিত বিস্ফোৰণত ক’লা ধোঁৱাৰ আৱৰণৰ মাজত ৰাজপথত পৰি 
Read More...

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৫৬৩৫ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৩৯৮ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৫৬৩৫ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ১০৫৭ জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৩৫৭১ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে
Read More...

অন্যান্য পিছপৰা শ্ৰেণীৰ কৃষকক পাৱাৰ টিলাৰ বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

দৈনন্দিন বাৰ্তা সেৱাঃ পৰিয়াল অৰ্থকাৰী যোজনা আচঁনিৰ(FOIGS) অধীনত অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ হিতাধিকাৰী সকলৰ বাবে ৰাজসাহাৰ্য যুক্ত পাৱাৰটিলা অসম চৰকাৰৰ তৰফৰ পৰা বিতৰণ কৰা ব্যৱস্থা কৰা হৈছে।কৃষকৰ বাবে উপযোগী এনে অভিলাষী
Read More...

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৫২৩৯ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৪৪৮ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৫২৩৭ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ১৪৮৭ জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯২৫১৪ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে
Read More...

নগাঁৱৰ বৰভেটি পঞ্চায়তত ৯ টাকৈ আঁচনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

 দৈনন্দিন বৰ্তা সেৱা, নগাঁওঃ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগৰ অধীনত ৯ টাকৈ আঁচনিৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে- পশ্চিম কাৱৈমাৰী পি এম জি এচ ৱাই পথৰ পৰা
Read More...

১ নৱেম্বৰত প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন দায়িত্ববাহী জীতেন্দ্ৰ সিং অসমলৈ

দৈনন্দিন বাৰ্তা সেৱাঃ চাৰিদিনীয়া ভ্ৰমণসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন দায়িত্ববাহী জীতেন্দ্ৰ সিং আহি আছে অসমলৈ৷ ১ নৱেম্বৰত অসমলৈ আহিব জীতেন্দ্ৰ সিং৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৰ দায়িত্ববাহী হিচাপে নিযুক্তি পোৱাৰ পিছত এয়া হ’ব
Read More...

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ, অসমৰ বৰাক উপত্যকাৰ কাছাৰ জিলাত শৰণ শিবিৰ

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ কাছাৰ জিলাৰ এলেখাগুল আঞ্চলিক নামঘৰত ভক্তপ্ৰাণ ৰাইজ, আইমাতৃ আৰু যুৱ সমাজৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচিৰে ধৰ্মীয় সভা আৰু শৰণ শিৱিৰ অনুষ্ঠিত হয়৷ প্ৰতিকুল বতৰকো নেওঁচি দূৰদূৰণিৰ পৰা আহি সমবেত হোৱা দুই শতাধিক
Read More...

অসমৰ দৰিদ্ৰ শিক্ষাৰ্থী সকললৈ আহি আছে স্মাৰ্টফোন

দৈনন্দিন বাৰ্তা সেৱাঃ মঙলবাৰে জনতা ভৱনত ৰাজ্যৰ শিক্ষা বিভাগৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ বিদ্যালয়সমূহ খোলাৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত কোৰোনা মহামাৰীৰ ফলত যোৱা ৭ মাহে বন্ধ হৈ থকা বিদ্যালয়-মহাবিদ্যালয়
Read More...