অসম

ৰাছিয়াৰ হাতত আছে বৃহৎ চাইবাৰ মহাশক্তি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে দেশৰ ব্যক্তিগত কোম্পানী আৰু সংগঠনসমূহক "তেওঁলোকৰ ডিজিটেল দুৱাৰ বন্ধ ৰাখিবলৈ" কৈছে। তেওঁ চোৰাংচোৱা সংস্থাৰ ইনপুটৰ উদ্ধৃতি দি দাবী কৰিছিল...

নামনি অসমৰ গোসাঁইগাঁৱত বিহুৰ আখৰা

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও চহৰত দেওবাৰৰ পৰা অহা ৩১ মাৰ্চ লৈকে বিহু নাচৰ পাঁচ দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয় ৷ গোসাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন...

বঙাইগাঁও জিলাত শিশু সুৰক্ষা অধিকাৰ আইনক ভেঙুচালি একাংশ ব্যৱসায়ীৰ।

যি সময়ত শিশুবোৰক শিক্ষা গ্ৰহনৰ আগ্ৰহৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী আঁচনিৰ ৰূপায়ন কৰিছে তেনে সময়তে বঙাইগাঁও জিলাত শিশু সুৰক্ষা অধিকাৰ আইনক ভেঙুচালি কৰি শিশুবোৰক...

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে চিলাপথাৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী।

ৰাজ্যত অস্বাভাৱিক বাবে অত্যাৱশকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই নগৰৰ মাজমজিয়াৰে বিভিন্ন শ্ল'গানেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।...

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ শুক্ৰবাৰে ভাৰতত উপস্থিত হ’ব

আন্তৰ্জাতিক অৰ্থনীতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা দালিপ সিঙৰ ভ্ৰমণ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভৰ ভ্ৰমণৰ সৈতে মিলিত হয় যি দুদিনীয়া চীন...

Popular