অসম

Sivasagar News: শিৱসাগৰত অসমীয়া থলুৱা খাদ্যৰ প্ৰশংসাত পঞ্চমুখ বিদেশী পৰ্যটক

বিদেশী পৰ্যটকৰ দলে শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰপাৰৰ ৰুদ্ৰসিংহ উদ্যানত অসমীয়া খাদ্যৰ জুতি লৈ পৰিদৰ্শন কৰিলে আহোম যুগৰ পৌৰাণিক কীৰ্তিচিহ্ন। (Sivasagar News)

BTR। বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বাক্সাত উন্নয়নৰ বাবে বিশেষ পদক্ষেপ আন্তঃগাঁথনি, কৃষি, আৰু শীতল ভঁৰাল ৰখাৰ ওপৰত গুৰুত্ব বিটিআৰত

BTR। বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত সংযোগ বৃদ্ধি আৰু উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি বিটিচি ৰ মুৰব্বী প্ৰমোদ বড়োৱে বাক্সাৰ ডলবাৰীত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ (ইএমআৰএছ) সৈতে ৰাষ্ট্ৰীয় ঘাইপথ-১২৭ নং সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বিটিআৰ আন্তঃগাঁথনি শক্তিশালী কৰা, গ্ৰাম্য অৰ্থনীতি উন্নত কৰা আৰু বাক্সা জিলাৰ লোকসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ বাবে বিভিন্ন নতুন প্ৰকল্পৰ কাম কৰি আহিছে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ।

Online Trading। ট্রেডিং কেলেংকাৰীৰ অভিযুক্তৰ জামিন সন্দৰ্ভত কি ক’লে… গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন‌ মহাজনে !

Online Trading। ট্রেডিং কেলেংকাৰীৰ আঠজন অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন‌ মহাজনে কয়, "ট্রেডিং কেলেংকাৰীৰ আঠজন অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিছিল ।

Online Trading। জামিন পালেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল আৰু তাৰ্কিক

Online Trading। জামিন পালেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল আৰু তাৰ্কিক । এটা গোচৰত হে জামিন লাভ কৰিছে বিশালে । যাৰ বাবে মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল ফুকন ।

Imran Hussain। যুৱতী তথা নাৰী সৰবৰাহকাৰীৰ মাষ্টাৰ মাইণ্ড ইমৰান হুছেইনক গ্ৰেপ্তাৰ

হোজাই জিলাত সক্ৰিয় হৈ আছে যুৱতী তথা নাৰী সৰবৰাহকাৰী ৷ অসমৰ পৰা বহিৰাষ্ট্ৰলৈ নি যুৱতী তথা নাৰীক বিক্ৰী কৰে একাংশ অসাধু চক্ৰই ৷ এগৰাকী...

Popular