অসম

মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সপ্তম দ্বি–বাৰ্ষিক অধিৱেশন সম্পন্ন

টিহু মহকুমাৰ মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সপ্তম দ্বি–বাৰ্ষিক অধিৱেশনখন বিভিন্ন কাৰ্যসূচীৰে আজি  মাখিবাহা সভাৰ খলাত সম্পন্ন হয়  ।  এই উদ্দেশ্যে পুৱা  মাখিবাহা জ্যেষ্ঠ নাগৰিক...

বোকাখাতত ৰূপজ্যোতি সংঘৰ ১৫ দিনীয়া নাট্য কৰ্মশালাৰ সামৰণি

বোকাখাত, ২৮ ডিচেম্বৰঃঅসমৰ এমেচাৰ নাট জগতৰ এক মাইলৰ খুটি, প্ৰায় দুকুৰি বছৰীয়া বোকাখাতৰ ৰূপজ্যোতি সংঘৰ উদ্যোগত আৰু বোকাখাত নাট্যমন্দিৰৰ সহযোগত অনুষ্ঠিত ১৫ দিনীয়া নাট্য...

প্ৰবীন নাট্যকৰ্মী মনো বৰালৈ ‘ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল’শ্বিপ বঁটা ২০২০’ ঘোষণা

বোকাখাত, ২৮ ডিচেম্বৰঃএটাৰ পিছত আনটোকৈ ৰাষ্ট্ৰীয় সন্মান প্ৰাপকৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে বোকাখাতৰ বিশিষ্ট ব্যক্তিৰ নাম। এইবাৰ ভাৰতীয় দলিত সাহিত্য একাডেমিয়ে বোকাখাতৰ প্ৰবীন নাট্যকৰ্মী...

ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ অৱনী বৰঠাকুৰৰ সৈতে কথোপকথন : নাজিৰা কলেজ প্ৰতিষ্ঠা কৰি ঘাটী মঞ্জুৰী প্ৰাপ্তিৰ কালতে ত্যাগ অধ্যক্ষৰ পদ

২৮ ডিচেম্বৰঃ নাজিৰাৰ বিশিষ্ট শিক্ষাবিদ আৰু ৰাজ্যৰ কমিউনিষ্ট আন্দোলনৰ ধাৰাত নীতিগত ভাৱে নিজকে ধৰি ৰাখি ৰাইজৰ পক্ষত সমস্যাৰ বিষয়ত সকলো সময়তে সৰৱ হৈ অহা...

বহুপথাৰত অসমীয়া সাহিত্য সন্মিলনীৰ আঞ্চলিক সমিতি গঠন

 দেৰগাঁও, ২৮ ডিচেম্বৰঃ অসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যেগত বনগাঁওৰ নামনি বহুপথাৰ হাইস্কুলত এখনি সভা অনুষ্ঠিত হৈ যায়। অৱসৰপ্ৰাপ্ত শিক্ষক ফনীধৰ ফুকনৰ সভাপতিত্বত...

Popular