অসম

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশন সম্পন্ন : নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন

উজনি-মাজুলী, ২৩ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ অন্তৰ্গত মাজুলী জিলা সাহিত্য সভাৰ অন্যতম শাখা উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনখনি...

এইবাৰ দল এৰিলে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পলাশ তামূলীয়ে

এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই যোগদান কৰিছে অন্য দলত । প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য...

প্ৰফুল্ল কুমাৰ মহন্তই যোগদান কৰিব নেকি অসম জাতীয় পৰিষদত ! নগাঁৱত লুৰিণক আদৰণি জনালে মহন্তৰ শিবিৰৰ নেতা-কৰ্মীয়ে

নগাঁও, ২৩ডিচেম্বৰ:  বিজেপিৰে মিত্ৰতাক লৈ অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে ক্ৰমাৎ ব্যৱধান বৃদ্ধি পোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যোগদান কৰিব পাৰে নৱগঠিত আঞ্চলিক...

জামুগুৰিহাটত সৰবৰহী যুৱকৰ মৃত্যু

জামুগুৰিহাট, ২৩ডিচেম্বৰ: জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁও নিৱাসী ,সৰবৰহী যুৱক বিষ্ণু শইকীয়াৰ(৩৬)আজি পুৱা গুৱাহাটীৰ জিএন আৰ চি হাস্পতালত মৃত্যু হয়। যোৱা ১১ডিচেম্বৰত হঠাৎ অচেতন হৈ...

পাকিস্তানী লোকৰ প্ৰতি ভেদভাৱ বৃদ্ধি কৰাৰ অভিযোগ : অৰ্ণৱ গোস্বামীৰ চেনেলৰ ওপৰত ১৮ লাখৰ জৰিমণা

পালঘৰ কাণ্ডৰ পৰা আৰম্ভ কৰি সুশান্তৰ মত্যুলৈকে মাত মাতি অহা অসম সন্তান তথা ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চীফ অৰ্ণৱ গোস্বামীৰ এতিয়া এটাৰ পিছত আন এটা সমস্যাই...

Popular