অসম

নগাঁৱত ৭১ শতাংশৰো অধিক লোকে স্যবস্ত কৰিলে ভোটাধিকাৰ : শান্তিপূৰ্ণ ভাৱে সমাপ্তি ভোটগ্ৰহণৰ

নগাঁও, ১৭ ডিচেম্বৰ : শান্তিপূৰ্ণ ভাৱে সমাপ্ত হ'ল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। নগাঁও জিলাৰ ১০টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা এই...

২৬ ডিচেম্বৰৰ পূৰ্বে অখিল গগৈৰ জামিন আবেদনৰ শুনানিৰ ৰায় প্ৰদান কৰিব উচ্চ ন্যায়ালয়ে

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰণা আৰু অজিত বৰঠাকুৰে অখিল গগৈৰ জামিন আবেদনৰ শুনানি সমাপ্ত কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখে । শুনানিৰ...

2021 বৰ্ষৰ মাৰ্চত কটন বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ

অহা মাৰ্চ মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত কটন বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হ'ব। ২০১৭ৰ পৰা ২০১৯ বৰ্ষৰ সময়ছোৱাৰ ভিতৰত স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্ল'মা উত্তীৰ্ণ...

অসমীয়া সাহিত্য সন্মিলনীৰ বাৰ্ষিক বঁটা ঘোষণা : ৩ জানুৱাৰীত গুৱাহাটীত প্ৰদান কৰিব একাংশ বঁটা

জামুগুৰিহাট, ১৭ডিচেম্বৰ : মানৱতাৰ সপক্ষে, সংকীৰ্ণ তাৰ বিপক্ষে সাহিত্য মূলমন্ত্রৰে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নয়নৰ হকে গঠিত অসমীয়া সাহিত্য সন্মিলনীয়ে ২০২০ বৰ্ষৰ...

লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে দ্বায়িত্ব অৰ্পন

আজি সামৰণি পৰে শিৱসাগৰত দুদিনীয়াকৈ আনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত অনুষ্ঠিত এই অভিৱৰ্তনতে আছুৰ সদ্য বিদায়ী সাধাৰণ...

Popular