অসম

E-Kaksha: ৰাজ্যত প্ৰথমবাৰৰ বাবে মুকলি ই-কক্ষ

অসমীয়া ভাষাত প্ৰস্তুত কৰা ১০০০টা ভিডিঅ’ পাঠ (e-contents)ৰ শুভাৰম্ভ কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। এই ভিডিঅ’ পাঠসমূহ ‘E-Kaksha’ নামেৰে YouTube আৰু Mission Gyan App-ত বিনামূলীয়াকৈ উপলব্ধ।(E-Kaksha)

Akhil Gogoi: অখিল গগৈৰ এক নম্বৰ এলাৰ্জী ভাৰতীয় জনতা পাৰ্টীঃ বিধায়ক প্ৰশান্ত ফুকন

অখিল গগৈক কথাৰে আক্ৰমণ বিধায়ক প্ৰশান্ত ফুকনৰ। (Akhil Gogoi)অখিল গগৈৰ সন্দৰ্ভত বিধায়ক ফুকনে মন্তব্য কৰি কয় যে অখিল গগৈৰ ৰাজনীতিয়ে প্ৰদূষণৰ সৃষ্টি কৰিছে।

APCU memorandum to CM:মফচলীয় সাংবাদিকৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপ্‌কুৰ স্মাৰকপত্ৰ

অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ জীৱন বীমা আঁচনি ৰূপায়নত শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই(APCU memorandum to CM) ইতিবাচক সঁহাৰি জনাইছে৷

Endangered Chinese wild boar:ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিপন্ন চীনা বনৰৌ

অসমৰ ৰাইমনা(Raimana National Park) ৰাষ্ট্ৰীয় উদ্যানত চীনা বনৰৌৰ(Endangered Chinese wild boar) উপস্থিতি ধৰা পৰিছে আৰু সংৰক্ষণবিদ আৰু বন বিভাগৰ লোকে এই বিপন্নপ্ৰায় চীনা বনৰৌৰ প্ৰথমটো ফটোগ্ৰাফিক প্ৰমাণ সংগ্ৰহ কৰিছে।

Agninav Shiv Mandir: আজি মোৰ প্ৰাৰ্থনা এটাই, দোষীয়ে শাস্তি পাওক : শিখা মজিন্দাৰ বেজবৰুৱা

পুৱা শিমলুগুৰি ৰে'লেৱে আৰক্ষীয়ে হাতে-লোটে চোৰক আটক কৰাৰ লগতে মন্দিৰৰ মূল শিৱ মূৰ্তি লগতে সোণ, ৰূপৰ আ-অলংকাৰসহ ত্ৰিশূল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। (Agninav Shiv Mandir)

Popular