অসম

“Man is for man”। “মানুহে মানুহৰ বাবে” এই বাক্যশাৰীক সাৰোগত কৰি আগবাঢ়িছে এদল যুৱক

"Man is for man"। ৰহাৰ দীঘলদৰিৰ প্ৰায় ১০জনীয়া যুৱকৰ এটা দলে কাম কৰি আহিছে প্ৰকৃতি, বন্যপ্ৰাণী আৰু মানুহৰ বাবে"এক নতুন যাত্ৰা" নামেৰ গঠন হোৱা এই দলটোৱে বিভিন্ন ঠাইৰ মানসিক ভাৰসাম্যতা হেৰুৱা ব্যক্তি সকলক কৰি আহিছে সহায়।

Agninav Shiv Mandir: নাজিৰাৰ অগ্নিনাভ মন্দিৰত চুৰিকাণ্ড! চুৰে লুটি নিলে মন্দিৰৰ মূল শিৱ মূৰ্তি

অগ্নিনাভ মন্দিৰৰ মূল শিৱ মূৰ্তিৰ লগতে চুৰে লুটি নিলে ত্ৰিশূলসহ সোণ, ৰূপৰ আ-অলংকাৰ।(Agninav Shiv Mandir)ইতিমধ্যে উদ্ধাৰ কৰিছে সকলো চুৰি সামগ্ৰী।

Mising Sports Carnival:গোগামুখত মিচিং স্পৰ্টছ্‌ কাৰ্নিভেলত অসম কন্যা লাভলীনা বৰগোহাঁই

বৰ্ণিল তথা মায়াময় পৰিৱেশত আজিৰে পৰা ধেমাজি জিলাৰ গোগামুখত(Gogamukh) চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মিচিং স্পৰ্টছ্‌ কাৰ্নিভেলৰ(Mising Sports Carnival) দ্বিতীয় সংস্কৰণ৷

Priyanka Gandhi। সংবিধানৰ প্ৰতিলিপি হাতত লৈ সাংসদৰূপে শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে

লোকসভা সংসদৰ সদস্য হিচাপে শপতগ্ৰহণ কৰিলে ৱায়নাড়ৰ সাংসদ তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ।হাতত সংবিধানৰ প্ৰতিলিপি লৈ লোকসভাত শপতগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে ।( Priyanka Gandhi )

Sivasagar News: শিৱসাগৰত অসমীয়া থলুৱা খাদ্যৰ প্ৰশংসাত পঞ্চমুখ বিদেশী পৰ্যটক

বিদেশী পৰ্যটকৰ দলে শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰপাৰৰ ৰুদ্ৰসিংহ উদ্যানত অসমীয়া খাদ্যৰ জুতি লৈ পৰিদৰ্শন কৰিলে আহোম যুগৰ পৌৰাণিক কীৰ্তিচিহ্ন। (Sivasagar News)

Popular