Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
Charaideo Moidam: চৰাইদেউলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ আনুষ্ঠানিক স্বীকৃতি পত্ৰ প্ৰদান, পেৰিছত UNESCOৰ মুখ্য কাৰ্যালয়ত স্বীকৃতি পত্ৰ গ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই
Magh Bihu 2025: আজি হেঁপাহৰ মাঘ বিহু, উৰুকাৰ নিশা ভোজ খোৱাৰ পিছত ৰাজ্যবাসীয়ে পালন কৰিছে ভোগালী বিহু
Uuruka: আজি উৰুকা, মঙলদৈ মাছ বজাৰত উভৈনদী থলুৱা মাছ
Maneswar Brahma: প্ৰয়াত শিল্পী মনেশ্বৰ ব্ৰহ্মক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ স্মৰণ। সৰলতা, উদাৰতা শিল্পীৰ ভূষণ: জ্যোতি খাটনিয়াৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 6, 2025
শিল্পী মনেশ্বৰ ব্ৰহ্ম আছিল নিজৰ চেতনাৰ পোহৰেৰে উজ্জ্বল। ভয়ংকৰ পৰিস্থিতিকো মন্থন কৰি তেওঁ সৃষ্টিৰ বাট কাটি উলিয়াইছিল।(Maneswar Brahma)
Assam Book Fair: নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশ অসম গ্ৰন্থমেলাত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 6, 2025
শিশুৰ দিন”ত কণ-মইনাৰ কলৰৱত মুখৰিত খানাপাৰা বাকৰি। কিতাপ পঢ়াৰ অভ্যাস আৰম্ভণিৰে পৰা গঢ়ি তোলা দৰকাৰঃ মৃণালিনী দেৱী। শশী ফুকন সোঁৱৰণী অনুষ্ঠান।(Assam Book Fair)
Awards Announced: ২০২৫ বৰ্ষৰ শিল্পী বঁটা, ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা; সাহিত্যাচার্য অতুল চন্দ্র হাজৰিকা বঁটা আৰু ভীমবৰ দেউৰী বঁটা ঘোষণা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 5, 2025
কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভাক মনোনীত কৰা হৈছে।(Awards Announced)
Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ । ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ...
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 4, 2025
Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ । ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ গ্ৰন্থ
Journalist । ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 4, 2025
Journalist । দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰাই কাল হ'ল এজন যুৱ সাংবাদিকৰ বাবে। ১২০ কোটিৰ "দুৰ্নীতি" ফাদিল কৰাৰ পাছতেই উদ্ধাৰ হ'ল বাতৰি প্ৰকাশ কৰা সাংবাদিকৰ নিথৰ দেহ। ঘটনা ছত্তিছগড়ৰ। মুকেশ চন্দ্ৰকাৰ (২৮) নাম সাংবাদিকজনে কোটিটকীয়া পথ প্ৰকল্পৰ দুৰ্নীতিৰ বিষয়ে কেইবাটাও বাতৰি প্ৰকাশ কৰিছিল। এই প্ৰকল্পত দুৰ্নীতি কেনেকৈ হৈছে, দুৰ্নীতিৰ মুৰব্বী কোন আদিকে ধৰি ইটোৰ পিছত সিটো তথ্য জনসাধাৰণৰ মাজলৈ লৈ আনিছিল সাংবাদিক মুকেশে। এই দুৰ্নীতিৰ তালিকাত নাম সাঙোৰ খাইছিল ঠিকাদাৰ সুৰেশ চন্দ্ৰশেখৰৰ।
1
...
6
7
8
...
2,718
Page 7 of 2,718
Popular
Yoon Suk Yeol: দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ, কি দোষ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে
দৈনন্দিন বাৰ্তা
-
January 15, 2025