বহু প্ৰত্যক্ষাৰ অন্তত টেঙাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰী এনিকংকনা গগৈয়ে টেঙাখাতলৈ কঢ়িয়াই আনিলে গৌৰৱ

টেঙাখাতৰ ব্ৰজেন গগৈ আৰু দুলুৰানি ৰাজখোৱা গগৈৰ কনিষ্ঠ কন্যা টেঙাখাত জাতীয় বিদ্যালয় ছাত্ৰী এনিকংকণা গগৈয়ে কঢ়িয়াই আনিলে টেঙাখাতলৈ গৌৰৱ।উক্ত ছাত্ৰী গৰাকীয়ে  ৫৮৮নম্বৰ লাভ কৰি অসমৰ ভিতৰতেই ১০নম্বৰ স্হান লাভ কৰিবলৈ সক্ষম হয়।টেঙাখাত অঞ্চলৰ লগতে টেঙাখাত জাতীয় বিদ্যালয়ত উখল মাখল পৰিবেশ।

অসমীয়া ৯১ /ইংৰাজী ১০০ /অংক ১০০ / চচিয়েল চাইনজ ১০০ /জেনিলেল চাইনজ ৯৭ /জিৰোগ্ৰাফী ১০০

Related Articles