দৈনন্দিন বাৰ্তা

30720 POSTS

Exclusive articles:

Guru Randhawa: কৃষক আন্দোলনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ গায়ক গুৰু ৰান্ধৱাৰ!

কৃষক আন্দোলনক লৈ ৰাজনীতি গৰম হোৱাৰ লগতে ছ’চিয়েল মিডিয়াতো এই আন্দোলনৰ সন্দৰ্ভত ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইফালে বিখ্যাত গায়ক গুৰু ৰান্ধৱাইও কৃষক আন্দোলন সন্দৰ্ভত এটা টুইট কৰিছে, অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছে তেওঁৰ সেই টুইটো।(Guru Randhawa)

One Nation One Election Bill: আজি লোকসভাত উত্থাপন এক দেশ এক নিৰ্বাচন বিধেয়ক

আজি লোকসভাত উত্থাপন এক দেশ এক নিৰ্বাচন বিধেয়ক। আইনমন্ত্ৰী অৰ্জুন মেঘুৱালে সদনত উত্থাপন কৰিলে বিধেয়কখন। (One Nation, One Election Bill)

Priyanka Gandhi Vadra: প্ৰিয়ংকাৰ দৰে সাহস নাই পাকিস্তানী সাংসদৰ! পেলেষ্টাইন লিখা বেগৰ প্ৰশংসা প্ৰাক্তন পাক মন্ত্ৰীৰ

সোমবাৰে ‘পেলেষ্টাইন’ লিখা মোনা লৈ সংসদত উপস্থিত হৈছিল প্ৰিয়ংকা গান্ধী৷ ইয়াৰ পাছতেই পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী ফাৱাদ হুছেইনে প্ৰিয়ংকা গান্ধী প্ৰশংসা কৰি কয় ‘আমাৰ ইয়াত এনে কৰিবলৈ কাৰোৰে সাহস নাই’৷(Priyanka Gandhi Vadra)

Snacks with Tea: পুৱা চাহ খোৱাৰ অভ্যাস বহুতৰে! ৰাতিপুৱা চাহৰ লগত কি খাব আৰু কি নাখাব, জানি লওক?

চাহৰ সৈতে কোনটো খাদ্য খাবলৈ ভাল আৰু কোনটো ক্ষতিকাৰক জানেনে এই বিষয়ে নাইবা চাহৰ লগত কিবা খাবলৈ মন গ’লে কি খাব আৰু কি নাখাব সেই কথা জনাটো অতি জৰুৰী।(Snacks with Tea)

Foot In Warm Water: প্ৰতিদিনে ১০ মিনিট গৰম পানীত ভৰি দুখন তিয়াই ৰাখিলে শৰীৰৰ হ’ব ৬টা উপকাৰ

গৰম পানীত ভৰি তিয়াই বহি থাকিলে শৰীৰৰ স্নায়ুতন্ত্ৰ শিথিল হৈ পৰে, যাৰ ফলত গোটেই দিনটো মানসিক চাপ আৰু ভাগৰ কমি যায়।(Foot In Warm Water)

Breaking

Child Marriage: পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, চাপৰ, বিলাসীপাৰা; নগৰবেৰাত আটক অবৈধ স্বামীক

ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত অন্যান্য প্ৰান্তৰ লগতে চাপৰ, বিলাসীপাৰা; নগৰবেৰাত আটক বহু অবৈধ স্বামীক। (Child Marriage)

School Week: বিশ্বনাথৰ বালিচাঙত বিদ্যালয় সপ্তাহ পালন

জ্যোতি সংগীত , ৰাভা সংগীত পৰিবেশন কৰাৰ লগতে দলীয় তথা আধুনিক নৃত্যও প্ৰদৰ্শন কৰে ছাত্ৰছাত্ৰী সকলে৷ (School Week)

Silapathar: চিলাপথাৰত বিধংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰ কাষত সাংসদ প্ৰদান বৰুৱা

চিলাপথাৰত বিধংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰ কাষত সাংসদ প্ৰদান বৰুৱা।(Silapathar) শনিবাৰে দুপৰীয়া হঠাত চিলাপথাৰৰ পুৰণি গৰু বজাৰৰ সমীপত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে জ্বলি ভস্মীভূত হয় এটি কাপোৰৰ গোডাম।

Arunodoi 3.0: অৰুণোদয় ৩.০ত নালাগে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ

বৈধ ৰেচন কাৰ্ড থাকিলে অৰুণোদয় ৩ ৰ বাবে নালাগে কোনো উৰ্পাজনৰ প্ৰমাণপত্ৰ। এই তথ্য চৰকাৰৰ ঘোষণা।(Arunodoi 3.0)
spot_imgspot_img