দৈনন্দিন বাৰ্তা

30726 POSTS

Exclusive articles:

Foot In Warm Water: প্ৰতিদিনে ১০ মিনিট গৰম পানীত ভৰি দুখন তিয়াই ৰাখিলে শৰীৰৰ হ’ব ৬টা উপকাৰ

গৰম পানীত ভৰি তিয়াই বহি থাকিলে শৰীৰৰ স্নায়ুতন্ত্ৰ শিথিল হৈ পৰে, যাৰ ফলত গোটেই দিনটো মানসিক চাপ আৰু ভাগৰ কমি যায়।(Foot In Warm Water)

Nehru Letters Controversy: পণ্ডিত জৱাহৰলাল নেহৰুৰ চিঠিসমূহ প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত জমা দিবলৈ ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ পি এম মিউজিয়ামৰ

প্ৰধানমন্ত্ৰী মিউজিয়ামে কয় যে এই নথিসমূহ ৰাজহুৱা সম্পত্তি। এই বিষয়ত বিজেপি সাংসদ সম্বিত পাত্ৰই কয় যে এই চিঠিবোৰত কি আছে যিটো গান্ধী পৰিয়ালে দেশৰ জনসাধাৰণে জনাটো নিবিচাৰে।(Nehru Letters Controversy) 

Advantage Assam 2.0:এডভাণ্টেজ অসম ২.০ৰ সন্দৰ্ভত ভূটানৰ থিম্ফুত ব্যৱসায়িক সন্মিলন আৰু ৰোড শ্ব’’ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰৰ উদ্যোগত অহা বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম(Advantage Assam 2.0) ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট-২০২৫ ৰ লগত সংগতি ৰাখি আজি সন্ধিয়া ভূটানৰ ৰাজধানী থিম্ফুৰ লা মেৰিডিয়ান হোটেলত আয়োজন কৰা এক ব্যৱসায়িক সন্মিলনত(Business Conference and Road Show) ভূটানৰ প্ৰধানমন্ত্ৰী দশো শ্বেৰিং টবগেৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰে।

Bogdoi। মানুহৰ হাতে খন্দা অসমৰ একমাত্ৰ নদী মানুহৰ হাততেই ধ্বংস ক্ষণ গনিছে

Bogdoi। মানুহৰ নিজ হাতে খন্দা অসমৰ একমাত্ৰ নদী হল ভোগদৈ,আৰু এই ভোগদৈ নদী যোৰহাটবাসী স্বাভিমান আৰু ভোগদৈ নদী সন্মুখত লৈয়ে যোৰহাট বাসীয়ে নিজৰ জীৱন ধাৰণ প্ৰণালী আৰম্ভ কৰা লগতে ভোগদৈ লৈ তেওঁ লোকৰ বহু সপোন নিৰ্হিত হৈ থাকে।কিন্তু স্বাভিমান নদীখন এতিয়া মৃত্যুৰ দুৱাৰদলিত।কাৰণ মানৱ জাতিয়ে আজি ভোগদৈ নদীত জাৱৰ জোথৰ মল মুত্ৰ পেলাই নদীখন অপৰিস্কাৰ কৰি পেলোৱা লগতে ইয়াৰ বক্ষ বাম কৰি পেলাইছে, ফলত ক্ষণে ক্ষণে মৃত্যু পিনে ধাৱমান হোৱা ভোগদৈক ৰক্ষা কৰিবলৈ ওলাই আহিল এদল যুৱবাহিনী।

বায়ু প্ৰদূষণৰ ভয়াৱহ ৰূপ! বন্ধ ঘোষণা কৰা হৈছে স্কুল-কলেজ । Delhi Air Pollution

Delhi Air Pollution। অতি ভয়াৱহভাৱে দিল্লীত বৃদ্ধি বায়ু প্ৰদূষণৰ মাত্ৰা। দিল্লীৰ আকাশ ছানি ধৰিছে প্ৰদূষণে।বায়ুৰ গুণাগুণৰ অভাৱৰ বাবে শ্বাস-প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি দিল্লীত। যাক লৈ এতিয়া শংকিত হৈ পৰিছে দিল্লীৰ জনতা।

Breaking

Barsha Rani Bishaya: কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল বৰষা-ভাস্কৰ

কন্যা সন্তানৰ মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। (Barsha Rani Bishaya)নৱবৰ্ষৰ প্ৰাকক্ষণত বৰষা ৰাণী বিষয়াৰ জীৱনলৈ আহিস এগৰাকী কন্যা সন্তান।

Relationship Tips: নিজৰ পছন্দৰ ছোৱালীক বিয়া কৰোৱাৰ পূৰ্বে পিতৃ-মাতৃৰ সন্মতিৰ কিয় প্ৰয়োজন?

নিজৰ পছন্দৰ ছোৱালীক বিয়া কৰোৱাৰ পূৰ্বে পিতৃ-মাতৃৰ পৰা সন্মতি লোৱাটো কিয় প্ৰয়োজন? প্ৰতিজন ল’ৰাই নিজৰ জীৱনত সিদ্ধান্ত ল’ব পৰাকৈ দায়বদ্ধ হৈ পৰে, কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্তত পিতৃ-মাতৃৰ সন্মতি ল’লে তেতিয়া বহু সুবিধা লাভ কৰিব পাৰি।(Relationship Tips)

Dr. Muhiyyudeen: আল-শিফা ডাইগনষ্টিকৰ পৰিয়ালৰ তৰফৰ পৰা ডাঃ মূহিউদ্দিন লৈ সম্বৰ্ধনা জ্ঞাপন

ডাঃ মূহি উদ্দিনে এইবাৰ INISS,AIIMS সৰ্বভাৰতীয় পৰ্যায়ত 28 Rank আৰু commom merit list 18 Rank পাই AIIMS ত DM, Cardiology পঢ়াৰ সুযোগ লাভ কৰি ধুবুৰী তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনে।(Dr. Muhiyyudeen)

Allu Arjun: অভিনেতা আল্লু অৰ্জুনৰ বাসগৃহত আক্ৰমণ! ভাঙি চূৰমাৰ বাসগৃহৰ বহু সামগ্ৰী, সন্তানক নিৰাপদ স্থানলৈ স্থানান্তৰ

তেলেগু অভিনেতা আল্লু অৰ্জুনৰ বাসগৃহলৈ ধাৰাসাৰভাৱে শিলগুটি, বিলাহী নিক্ষেপ৷ ভাঙি চূৰমাৰ হৈছে বাসগৃহৰ বহু সামগ্ৰী৷(Allu Arjun)
spot_imgspot_img