দৈনন্দিন বাৰ্তা

30747 POSTS

Exclusive articles:

Cold Weather:শীতত থৰ থৰকৈ কঁপিছে পঞ্জাৱ, হাৰিয়ানা

শীতত থৰ থৰকৈ কঁপিছে(Cold Weather) পঞ্জাৱ, হাৰিয়ানা৷ এই দুই ৰাজ্যৰ উপৰি দেশৰ আনম কেইবাখনো ৰাজ্যত শীত প্ৰবাহে(Chilly Winds) তীব্ৰ ৰূপ ধাৰণ কৰিছে৷

Zakir Hussain:কিংবদন্তি তবলাৰ সম্ৰাট জাকিৰ হুছেইনৰ মৃত্যু

তবলাৰ সম্ৰাট জাকিৰ হুছেইন(Zakir Hussain) আৰু নাই।হৃদযন্ত্ৰৰ সমস্যাৰ সৈতে যুঁজি থাকি চিকিৎসাধীন হৈ থকা জাকিৰ হুছেইনৰ আজি আমেৰিকাৰ এখন চিকিৎসালয়ত(San Francisco hospital) মৃত্যু ঘটে।

Dihanam: শিৱসাগৰত ১০,১০১গৰাকী আই মাতৃৰ দিহানাম পৰিৱেশন

দিহানাম পৰিৱেশনেৰে অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰাৰ উদ্দেশ্যে এই বিশাল আয়োজন। শিৱসাগৰত ১০,১০১গৰাকী আই মাতৃৰ দিহানাম পৰিৱেশন।(Dihanam)

Brinjal: শীতকালত পুৰা বেঙেনা খাই নে? পুৰা বেঙেনাৰ আছে বহু উপকাৰিতা

বেঙেনাত থকা ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু হজম শক্তি উন্নত কৰে। কেলৰি কম আৰু আঁহ বেছি হোৱাৰ বাবে বেঙেনাই ওজন হ্ৰাসতো সহায় কৰে।(Eggplant)

Varun Dhawan: ‘দেশৰ হনুমান’ অমিত শ্বাহ: অভিনেতা বৰুণ ধাৱন!

'মানুহে তেওঁক ৰাজনীতিৰ 'চাণক্য' বুলি কয়, কিন্তু মোৰ মতে তেওঁ 'দেশৰ হনুমান''। অমিত শ্বাহক 'দেশৰ হনুমান' আখ্যা অভিনেতা বৰুণ ধাৱানৰ। (Varun Dhawan)

Breaking

Bogamati:বগামাটিত বনভোজ স্থলী উদ্বোধন

বিটিআৰৰ নৱগঠিত তামুলপুৰ জিলাৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জৰ অধীনৰ প্ৰাকৃতিক ৰম্যভূমি বগামাটিলৈ(Bogamati) অহা বনভোজকাৰী দলক জিলা দণ্ডাধীশ দিয়া নিৰ্দেশ সমূহ মানি চলাৰ বাবে আহ্বান জনাইছে বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰীয়।

Kamiram Basumatary । ওদালগুৰি জিলাৰ কৌপাটিৰ আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী কমিৰাম বসুমতাৰীৰ অদ্যশ্ৰাদ্ধ

Kamiram Basumatary। ওদালগুৰি জিলাৰ কৌপাটিৰ আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাস্কৰ্য শিল্পী কমিৰাম বসুমতাৰী এমাহ পূৰ্বে হৈছিল দেহৱসান।ভাস্কৰ্য্য শিল্পী কমিৰাম বসুমতাৰীৰ হাতৰ পৰশত প্ৰান পাই উঠিছিল বিভিন্ন কাঠ আৰু মাটিৰ মুৰ্তি ।কমিৰাম বসুমতাৰী অকল ৰাজ্যতেই নহয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্ন প্ৰান্তত কাঠেৰে সাজি উলিওৱা মূৰ্তি আৰু মহান ব্যক্তিসকলৰ মূৰ্তি সমূহ প্ৰদৰ্শিতৰ লগতে বিভিন্ন পুৰষ্কাৰ পাবলৈয়ো সমৰ্থ হৈছিল।

Book Release। বিশিষ্ট লেখক হৰিচন্দ্ৰ ভৰালী’ৰ ৰচিত “মোৰ জীৱন মোৰ প্ৰেম” গ্ৰন্থ উন্মোচনী সভা

Book Release। বিশিষ্ট লেখক হৰিচন্দ্ৰ ভৰালী'ৰ ৰচিত "মোৰ জীৱন মোৰ প্ৰেম" গ্ৰন্থ উন্মোচনী সভা

BOOK । সমাজকৰ্মী প্ৰদীপ খাদৰীয়াৰ অভিনন্দিত গ্ৰন্থ “সমাজ প্ৰদীপ” উন্মোচন

BOOK । দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে দেৰগাঁও সাহিত্য সভা ভৱনত গ্ৰন্থ উন্মোচন সভা ।লেখক বিচিত্ৰ ভূষণ কলিতাৰ সম্পাদনা কৰা 'সমাজ প্ৰদীপ' নামেৰে সমাজসেৱী উদ্যমী প্ৰদীপ খাদৰীয়া জীৱন কৃতি বিষয়ক অভিনন্দন গ্ৰন্থ উন্মোচন ।
spot_imgspot_img