Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
facebook
দৈনন্দিন বাৰ্তা
30708 POSTS
Exclusive articles:
এই বছৰ নতুন ভিছা নিদিয়ে আমেৰিকাই ।
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
June 23, 2020
দৈনন্দিন বাৰ্তা ডেস্ক : এই বছৰ নতুনকৈ এইচ১বিসহ কোনো কামৰ ভিছা নিদিয়ে ট্রাম্প প্রশাসনে। ৩১ ডিচেম্বৰ পর্যন্ত জাৰি থাকিব এই নিয়ম৷ এইচ১বি ভিছা দিয়াৰ প্ৰক্ৰিয়াটো...
ইতিহাসত প্ৰথম : ভক্তবিহীন জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা ।
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
June 23, 2020
দৈনন্দিন বাৰ্তা ডেস্ক: ভাৰতত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ সময়তে উচ্চতম ন্যায়ালয়ে সাতদিনীয়া ৰথযাত্ৰা উৎসৱ সীমিতভাৱে উদযাপনৰ অনুমতি দিয়াৰ পাছত ইতিহাস সলনিৰ সাক্ষী হৈ ৰ’ল এই ধর্মীয়...
প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে যোৱা শুকুৰবাৰে বাঘজান ৱেলতো নিষিদ্ধ ঘোষণা কৰাৰ পিছত কালি উঠাই লোৱা জাননি দিয়াৰ আঁৰৰ ৰহস্য কি ?
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
June 23, 2020
তিনিচুকীয়া : বাঘজান বিজিআৰ নং ৫ ৱেল অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুমতি অবিহনে উৎপাদন চলাই আছে- এই কথা আমি কোৱা নাই স্বয়ং প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে যোৱা...
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল : চীনৰ বিৰুদ্ধে দুখন যুদ্ধত ভাৰত ।
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
June 22, 2020
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতে এতিয়া চীনৰ বিৰুদ্ধে দুখন যুদ্ধত যুঁজ কৰিছে৷ এখন লাডাখত আৰু আনখন ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে৷ সোমবাৰে সাংবাদিক মেলত এই কথা কয়...
ঐতিহাসিক পুৰীৰ ৰথ যাত্ৰাৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে ।
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
June 22, 2020
দৈনন্দিন বাৰ্তাৰ ডেস্ক : ঐতিহাসিক পুৰীৰ ৰথ যাত্ৰাৰ কেই ঘণ্টামান পূৰ্বে সোমবাৰে চর্তসাপেক্ষে অনুমতি দিলে উচ্চতম ন্যায়ালয়ে। কেন্দ্র, ৰাজ্য আৰু মন্দিৰ কমিটিৰ সমন্বয়ত এই...
1
...
5,931
5,932
5,933
...
6,141
Page 5,932 of 6,141
Breaking
Vascular Surgery: জ্যেষ্ঠ ভাস্কুলাৰ ও এণ্ড ‘ভাস্কুলাৰ চাৰ্জন, চেন্নাই এপ’ল’ হাস্পাতালৰ চিকিৎসক ডাঃ ভি বালাজীৰ সংবাদমেল
দৈনন্দিন বাৰ্তা
-
December 21, 2024
Guess This Actress: ৩৫ বছৰীয়া হ’ল এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী! অভিনেত্ৰীগৰাকীৰ নাম ক’ব পাৰিবনে?
বিনোদন
December 21, 2024
এগৰাকী ডাঙৰ ক্ৰিকেটাৰৰ লগত জড়িত তেওঁৰ নাম, এতিয়া তেওঁ এগৰাকী ছুপাৰষ্টাৰৰ লগত ডেটিং কৰিছে, ১৭০০ কোটি টকাৰ ব্লকবাষ্টাৰ এখন দিছে; কোন এই উদ্যোগৰ ৰাণীগৰাকী চিনিব পাৰিছেনে?(Guess This Actress)
Ghee: ঘিউৰ সৈতে ৰুটি খালে চোকা হ’ব মন-মগজু!
মুখ্য-পৃষ্ঠা
December 21, 2024
ঘিউৱে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও বহু উপকাৰী। কিন্তু আজিৰ ফিটনেছ ফ্ৰেণ্ডলী যুগত যেতিয়া মানুহে প্ৰতিটো কেলৰি হিচাপ কৰে, তেতিয়া ৰুটিত ঘিউ প্ৰয়োগ কৰাটো কেতিয়াবা প্ৰশ্ন হৈ পৰে।(Ghee)
Rey Mysterio Sr: WWE ছুপাৰষ্টাৰ ৰে মিষ্টেৰিয়’ ছিনিয়ৰৰ দেহাৱসান
মুখ্য-পৃষ্ঠা
December 21, 2024
কিংবদন্তি মল্লযুঁজাৰু ৰে মিষ্টেৰিয়' ছিনিয়ৰৰ দেহাৱসান। ৬৬ বছৰ বয়সত মৃত্যু হয় মিষ্টেৰিয়' ছিনিয়ৰ নামেৰে পৰিচিত মিগেল এঞ্জেল লোপেজ ডায়েছৰ।(Rey Mysterio Sr)
Aishwarya Rai Bachchan: কন্যাৰ মঞ্চত অভিনয়, দৰ্শকৰ শাৰীত ঐশ্বৰ্য-অভিষেক নৃত্য!
মুখ্য-পৃষ্ঠা
December 21, 2024
যোৱা কেইদিনমানৰ পৰা ঐশ্বৰ্য আৰু অভিষেকৰ অনুৰাগীসকলে তেওঁলোকক এটা ফ্ৰেমত চাবলৈ আগ্ৰহেৰে বাট চাই আছিল। সেই ইচ্ছা যেন পূৰণ হ’ল অনুৰাগীৰ।(Aishwarya Rai Bachchan)