দৈনন্দিন বাৰ্তা

30924 POSTS

Exclusive articles:

কলিয়াবৰত স্থানীয় ব‍্যৱসায়ীৰ বৃহৎ লোকচান । বিয়া-সভাহৰ ৰভাঘৰ নিৰ্মাণ, পোহৰ, বাচন-বৰ্তন যোগান, কেটাৰিং ব‍্যৱসায়ী সন্মুখীন হৈছে বৃহৎ আৰ্থিক সঙ্কটৰ ।

কলিয়াবৰ : কৰ'নাৰ সঙ্কট কাল যেন নাতঁৰিবই যেন! দিনে-দিনে, প্ৰতিদিনে বাঢ়ি আহিছে ৰোগীৰ সংখ‍্যা। ফলস্বৰূপে অধিক প্ৰভাৱিত হৈছে ব‍্যৱসায়ীসকল।বিগত ছয় মাহ ধৰি বন্ধ হৈ আছে ব্যৱসায়।...

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অইলৰ খনন বন্ধ আৰু দিহিং পাটকাই কয়লা খনন বন্ধৰ দাবীত আছুৰ মানব শৃংখল ।

তিনিচুকীয়া উত্তৰ- পূৰ্বাঞ্চলৰ আমাজন স্বৰূপ দিহিং পাটকাই বৰ্ষাৰণ্যৰ হস্তী কৰিডৰৰ অন্তৰ্গত অঞ্চলত তথা বৰ্ষাৰণ্য খনত থকা অসমৰ জাতীয় পক্ষী দেওঁহাঁহকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ জীৱনলৈ...

চৰকাৰৰ সঠকাৰি সিদ্ধান্ত, ধবংস দিশত অসম গৌৰৱ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিৰাক সীমান্ত সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন চলি থকাৰ মাজতে  (National Board...

ঢকুৱাখনা ৰ যুৱকৰ দেহত কভিড-১৯ : ৰোগীৰ ভাতৃ – লগৰীয়াক হ’ম কোৱাৰেণ্টাইন কৰাত আতংকিত অঞ্চলবাসী

দৈনন্দিন বাৰ্তাৰ সেৱা : ঢকুৱাখনা শেহতীয়াকৈ ঢকুৱাখনাৰ তিনিজনকৈ লোকৰ দেহত মাৰাত্মক কভিড ১৯ ৰ উপস্থিতি ধৰা পৰা খবৰৰ পিছত আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ ঢকুৱাখনাত।খবৰ অনুসৰি...

ৰূপহীহাটত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচঁনিত তাৰাবাৰী, গটঙা, নাঙলধোৱা বেংক চি এছ পিৰ লুন্ঠন

এ জে আকন্দ, নগাঁও দেশৰ খাটি খোৱা ৰাইজৰ কষ্ঠোপাৰ্জিত ধন সহজে বেংকত সঞ্চয় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ভাৰতীয় বেংকসমূহে দেশজুৰি প্ৰৱৰ্তন কৰিছে লাখ লাখ গ্ৰাহক...

Breaking

jonbeel mela 2025: বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ

গোভা দেউৰজাৰ ঐতিহাসিক জোনবিল মেলা। ইতিমধ্যে ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ প্ৰস্তুতি আৰম্ভ কৰিছে মেলা পৰিচালনা সমিতিয়ে।( jonbeel mela 2025)

Bedroom Vastu Tips: শুৱনি কোঠাত এই ৫টা বস্তু ভুলতেও নাৰাখিব, দৰিদ্ৰতাৰ সন্মুখীন হ’ব পৰিয়ালটো…

বাস্তু শাস্ত্ৰৰ মতে ভুলতেও শোৱা কোঠাত ৰাখিব নালাগে। এনেবোৰ কথাই সুখ, শান্তি আৰু অৰ্থনৈতিক সমৃদ্ধি কাঢ়ি লৈ ​​যায়। ইয়াৰ কাৰণে ব্যক্তিজনৰ টোপনি নহা হয়।(Bedroom Vastu Tips)

Vitamin B12: এই ফলবিধ ভিটামিন বি ১২ৰ ভঁৰাল, খোৱাৰ লগে লগে বৃদ্ধি পাব ৰক্তকণিকা

এই ভিটামিনে আমাৰ শৰীৰত অত্যাৱশ্যকীয় পুষ্টি আৰু ৰক্তকণিকা গঠন কৰাত সহায় কৰে। গতিকে ভিটামিন বি ১২ লাভ কৰিবলৈ আমি কোনবোৰ ফল খাব লাগে জানো আহক।(Vitamin B12)

Assam Cabinet । অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত..পঞ্চায়ত নিৰ্বাচন কেতিয়া হ’ব !

Assam Cabinet । অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত..পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব !
spot_imgspot_img