দৈনন্দিন বাৰ্তা

30864 POSTS

Exclusive articles:

ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী, ৰাজহুৱা ঠাইত থু পেলোৱা নিষিদ্ধ কৰিবলৈ ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চললৈ আহ্বান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে ক’ৰোনা ভাইৰাছ ৰোগ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী আৰু ৰাজহুৱা ঠাইত থু পেলোৱাটো নিষিদ্ধ...

লামডিঙত বিদ্যালয় মাচুল প্ৰদান কৰাক লৈ উত্তেজনাময় পৰিৱেশ : ডন বছক’ বিদ্যালয়ৰ কৰ্তৃপক্ষই লকডাউনৰ সময়চোৱাত মাচুল জমা দিবলৈ হেঁচা অভিভাৱকক

লংকা লামডিঙত শনিবাৰে ডন বছক’ বিদ্যালয়ত সংঘটিত হৈছে উত্তেজনাময় পৰিবেশ৷ লকডাউনৰ সময়চোৱাত ৰাজ্য চৰকাৰে ব্যক্তিগত বিদ্যালয় সমূহক মাচুলৰ ক্ষেত্ৰত ৫০ শতাংশ ৰেহাই দিয়াৰ বাবে নিৰ্দেশ...

ৰেচনকাৰ্ড থকা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ জিলা প্ৰশাসন

নাজিৰা শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ ( এন এফ এছ এ ) আঁচনিৰ অধীনত পৰিয়াল পৰিচয় পত্ৰ তথা ৰেচন কাৰ্ড আহৰণ কৰা...

লকডাউনে নাজিৰাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ

নাজিৰা ক’ভিড-১৯ ক’ৰোনা ভাইৰছ সংক্ৰমণৰ আতংকময় পৰিস্থিতিত অব্যাহত থকা লকডাউনে সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমাৰ অধিকাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীসকলৰ জীৱনলৈ নমাই আনিছে ঘোৰ...

মিৰ্জাত মাহেকীয়া ই-আলোচনী “অনুপমা” উন্মোচন

নামখলা সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা সময়তে দক্ষিণ কামৰূপৰ মিৰ্জাৰ এগৰাকী সুলেখিকা শেৱালি দাসে এই লকডাউনৰ সময়তে "অনুপমা" নামৰ এখনী মাহেকীয়া ই-আলোচনী...

Breaking

Yuzvendra-Dhanashree: অনুষ্কা শৰ্মাৰ পৰা শিকিব! ‘আন পুৰুষৰ সৈতে অন্তৰংগ ছবি দিলে স্বামী-স্ত্ৰী সম্পৰ্ক স্থায়ী হয়নে?’

জবেন্দ্ৰ চাহাল বা ধনশ্ৰী ভাৰ্মাই তেওঁলোকৰ বিবাহ বিচ্ছেদৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ কোৱা নাই। কিন্তু বিচ্ছেদৰ জল্পনা-কল্পনা তীব্ৰতৰ হোৱাৰ পিছতে অনুৰাগীৰ ৰোষৰ সন্মুখীন হ’বলগীয়া হৈছে অভিনেত্ৰীগৰাকী।(Yuzvendra-Dhanashree)

Sonu Sood: চাৰি বছৰে ৰুটী খোৱা নাই অভিনেতা চনু চুদে! অভিনেতাগৰাকীয়ে ৰাজহুৱা কৰিছে খাদ্যাভ্যাস…

দিনত ভাত আৰু দাইল, সম্পূৰ্ণ নিৰামিষভোজী' 'চাৰি বছৰৰ পৰা খোৱা নাই ৰুটী' ১ 'জীৱনত এটোপালো সুৰা সেৱন কৰি পোৱা নাই' অভিনেতা চনু চুদে ৰাজহুৱা কৰিছে খাদ্যাভ্যাস(Sonu Sood)

Deepika Padukone: ৩৯ বছৰীয়া হ’ল অভিনেত্ৰী দীপিকা পাডুকন, দীপিকা অভিনীত ৬ খন ছবি; যি কেইখন বাৰে বাৰে চালেও হেঁপাহ নপলাই

দীপিকাই প্ৰথমখন হিন্দী ছবিৰে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছিল।(Deepika Padukone)যোৱা বছৰ মাতৃ হোৱাৰ পিছত ২০২৫ চনৰ ৫ জানুৱাৰীত দীপিকাই ৩৯ সংখ্যক জন্মদিন পালন কৰিছে।
spot_imgspot_img