দৈনন্দিন বাৰ্তা

30747 POSTS

Exclusive articles:

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫০ হাজাৰ টকা আৰ্থিক অনুদান দৰঙৰ অৱসৰী শিক্ষকৰ

জয়দেৱ ডেকা, দৰং দৰঙৰ এগৰাকী অৱসৰী শিক্ষকৰ মহানুভৱতা ৷ বিগত দিন ধৰি চৰকাৰে মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যি যুদ্ধ কৰি আহিছে আৰু সেই যুদ্ধৰ সৈনিকৰ ৰূপত...

হাটশিঙিমাৰীৰ হাজিৰহাট টাকিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰত দীৰ্ঘদিন ধৰি চিকিৎসক, স্বাস্থ্য কৰ্মী নথকাৰ অভিযোগ : কেন্দ্ৰত তলা বন্ধ থকাত ক্ষোভ ৰাইজৰ

আব্দুল্লাহ শেখ, হাটশিঙিমাৰীসমগ্ৰ দেশতে অব্যাহত আছে লকডাউন। ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ কৰ্তব্য পালনত দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰাজ্যৰ একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী।...

শিৱসাগৰত সাংবাদিকৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ মন্ত্ৰী যোগেন মহনৰ

আব্দুল মুস্তাক, আছিফ আলী, শিৱসাগৰশিৱসাগৰত কৰ্তব্যৰত সাংবাদিকসকলৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰে অসমৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে৷ শুকুৰবাৰে সন্ধিয়া শিৱসাগৰৰ...

লকডাউনৰ বাবে ৰাজ্যৰ কৃষিখণ্ডত ক্ষতি ৪০ কোটি টকা : কৃষিমন্ত্ৰী অতুল বৰা

অজন্তা তালুকদাৰ, বোকাখাত  "যেতিয়াই প্ৰত্যাহ্বানৰ সন্মুখীন হয় মানৱ জাতি, সমাধানৰ নতুন নতুন ৰাষ্টা বিচাৰি থাকে"- এই কথা অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ।...

Breaking

Bogamati:বগামাটিত বনভোজ স্থলী উদ্বোধন

বিটিআৰৰ নৱগঠিত তামুলপুৰ জিলাৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জৰ অধীনৰ প্ৰাকৃতিক ৰম্যভূমি বগামাটিলৈ(Bogamati) অহা বনভোজকাৰী দলক জিলা দণ্ডাধীশ দিয়া নিৰ্দেশ সমূহ মানি চলাৰ বাবে আহ্বান জনাইছে বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰীয়।

Kamiram Basumatary । ওদালগুৰি জিলাৰ কৌপাটিৰ আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী কমিৰাম বসুমতাৰীৰ অদ্যশ্ৰাদ্ধ

Kamiram Basumatary। ওদালগুৰি জিলাৰ কৌপাটিৰ আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাস্কৰ্য শিল্পী কমিৰাম বসুমতাৰী এমাহ পূৰ্বে হৈছিল দেহৱসান।ভাস্কৰ্য্য শিল্পী কমিৰাম বসুমতাৰীৰ হাতৰ পৰশত প্ৰান পাই উঠিছিল বিভিন্ন কাঠ আৰু মাটিৰ মুৰ্তি ।কমিৰাম বসুমতাৰী অকল ৰাজ্যতেই নহয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্ন প্ৰান্তত কাঠেৰে সাজি উলিওৱা মূৰ্তি আৰু মহান ব্যক্তিসকলৰ মূৰ্তি সমূহ প্ৰদৰ্শিতৰ লগতে বিভিন্ন পুৰষ্কাৰ পাবলৈয়ো সমৰ্থ হৈছিল।

Book Release। বিশিষ্ট লেখক হৰিচন্দ্ৰ ভৰালী’ৰ ৰচিত “মোৰ জীৱন মোৰ প্ৰেম” গ্ৰন্থ উন্মোচনী সভা

Book Release। বিশিষ্ট লেখক হৰিচন্দ্ৰ ভৰালী'ৰ ৰচিত "মোৰ জীৱন মোৰ প্ৰেম" গ্ৰন্থ উন্মোচনী সভা

BOOK । সমাজকৰ্মী প্ৰদীপ খাদৰীয়াৰ অভিনন্দিত গ্ৰন্থ “সমাজ প্ৰদীপ” উন্মোচন

BOOK । দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে দেৰগাঁও সাহিত্য সভা ভৱনত গ্ৰন্থ উন্মোচন সভা ।লেখক বিচিত্ৰ ভূষণ কলিতাৰ সম্পাদনা কৰা 'সমাজ প্ৰদীপ' নামেৰে সমাজসেৱী উদ্যমী প্ৰদীপ খাদৰীয়া জীৱন কৃতি বিষয়ক অভিনন্দন গ্ৰন্থ উন্মোচন ।
spot_imgspot_img