দৈনন্দিন বাৰ্তা

30842 POSTS

Exclusive articles:

৫ হাজাৰ মাক্স বিতৰণ গেলেকীৰ সমাজকৰ্মী নিৰণ গগৈৰ

দৈনন্দিন বাৰ্তা , গেলেকী কমলাবাৰী বনভোজস্থলীৰ মুখ্য পৃষ্ঠপোষক গেলেকীৰ সমাজকৰ্মী নিৰণ গগৈয়ে দিন হাজিৰা কৰি পৰিয়াল চলোৱা প্ৰায় পাঁচ হাজাৰ ব্যক্তিক একোটাকৈ মাক্স প্ৰদান কৰে।...

বেচৰকাৰী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক আৰোগ্য সেতু এপ

অনলাইন বাৰ্তা, ২ মে’ঃ তৃতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ লগে লগে চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ কাৰণে আৰোগ্য সেতু এপ বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে৷...

মৃত্যুৰ প্ৰচাৰ মিছা প্ৰমাণিত উত্তৰ কোৰিয়াত সাৰ কাৰখানা উদ্বোধন ৰাষ্ট্ৰপতি কিম জং উনৰ

অনলাইন বাৰ্তা, ২ মে’ঃ কিছুদিন ধৰি স্বাস্থ্য লৈ চৰ্চা অব্যাহত থকা উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনৰ মৃত্যু খবৰ মিছা বুলি প্ৰমাণিত হৈছে৷ উল্লেখ্য...

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিজ্ঞানীৰ সাফল্য উচ্চ তাপত ক’ৰ’ণা মাৰিবলৈ যন্ত্ৰ নিৰ্মাণ ভাৰতৰ

অনলাইন বাৰ্তা, 3মে’ঃ উচ্চ তাপত ক’ৰ’ণা ভাইৰাছ মাৰিবলৈ এটা অত্যাধুনিক যন্ত্ৰ নিৰ্মাণ কৰিছে ভাৰতে৷ এই যন্ত্ৰটোৰ নাম 'অতুল্য'৷ এই যন্ত্ৰটোৰে ক্ৰমাগতভাৱে তাপ এৰি ক’ৰ’ণা...

আফ্ৰিকান ছুৱাইন ফ্লুত আক্ৰান্ত অসম, অৰুণাচলৰ গাহৰি জন্তুৰ পৰা মানৱ দেহালৈ নাযায় বিয়পি

অনলাইন বাৰ্তা, 3 মে’ঃ ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লকডাউন অব্যাহত থকাৰ সময়তে অসম আৰু অৰুণাচল প্ৰদেশত সৃষ্টি হৈছে নতুন সমস্যা৷ এই দুয়োখন...

Breaking

Winter: ঠাণ্ডা দিনত গা নুধুলে বৃদ্ধি পাব আপোনাৰ আয়ুস!

বেছিভাগেই প্ৰতিদিনে গা ধুৱে যদিও ইতিমধ্যে বহুজনে হয়টো গা ধোৱা বাদ দিছে।(Winter) কিয়নো শীতকাল আহাৰ লগে লগে দৈনন্দিন জীৱনটো অলসতালৈ ৰূপান্তৰিত হয়।

Virus: পুনৰ ভাইৰাছ! Covid-19তকৈও মাৰাত্মক এইবিধ ভাইৰাছ

এই নতুন ভাইৰাছবিধৰ নাম হৈছে হিউমেন মেটানিউমো' ভাইৰাছ (HMPV)। যি এটা আৰ এন এ ভাইৰাছ বুলি প্ৰমাণিত হৈছে।(Virus)

2025 Marriage prediction: ২০২৫ চনত কোন সমূহ ৰাশিৰ বিবাহৰ যোগ আছে? দৰা-কইনা হ’বলৈ সাজু হওঁক এইসমূহ ৰাশিৰগৰাকী

যদি আপুনি নতুন বছৰত বিয়াৰ কথা ভাবিছে তেন্তে এই বছৰ আপোনাৰ বিয়াৰ সকলো কথা জানি লওক। ২০২৫ চনত কোনবোৰ ৰাশিৰ বিবাহ হোৱাৰ সম্ভাৱনা আছে-(2025 Marriage prediction)

Weather: গুৱাহাটীত ঘন কুঁৱলীৰ আচ্ছাদন, অস্বাভাৱিকভাৱে কমিছে তাপমাত্ৰা, বাতিল হৈছে বিমানৰ উৰণ-অৱতৰণ

Weather: গুৱাহাটীত ঘন কুঁৱলীৰ আচ্ছাদন, অস্বাভাৱিকভাৱে কমিছে তাপমাত্ৰা, বাতিল হৈছে বিমানৰ উৰণ-অৱতৰণ
spot_imgspot_img