দৈনন্দিন বাৰ্তা

30871 POSTS

Exclusive articles:

গুৱাহাটীৰ অমিয় নগৰত দৰিদ্ৰ লোকক সাহায্য ইণ্ডিয়ান বেংকৰ

গুৱাহাটীভাৰতৰ জনগণ ক’ভিড-১৯ ৰোধ কৰাৰ যুঁজ অব্যাহত ৰাখিছে৷ আনহাতে ক’ভিড-১৯ক ৰোধ কৰাৰ অৰ্থে দেশজুৰি লকডাউন অব্যাহত আছে৷ সোমবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে৷...

জামুগুৰিহাটৰ শলগুৰিত দুৰ্ঘটনাত চালকসহ আহত ২

জামুগুৰিহাটলকডাউনৰ নীতি নিয়ম বহুখিনি শিথিল কৰাৰ প্ৰথম দিনটতেই জামুগুৰিহাটৰ শলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ জামুগুৰিহাটৰ পৰা তেজপুৰ অভিমুখী এএছ-০১-ডিএন...

অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজ কৰ্মী ৰামচন্দ্ৰ বৰুৱাৰ মৃত্যু

শিৱসাগৰজোলাটুপ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰামচন্দ্ৰ বৰুৱাৰ সোমবাৰে পুৱা ১০ বজাত ডিমৌমুখ চেঁচাসত্ৰৰ নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত ৰামচন্দ্ৰ বৰুৱাৰ বয়স আছিল...

চৰাইদেউত পুনৰ কাঠফুলা খাই এজনৰ মৃত্যু

সাপেখাতীচৰাইদেউ জিলাৰ চৰাইপুঙৰ লাকিলী হাবি গাঁৱত পুনৰ বিষাক্ত কাঠফুলা খাই এজনৰ মৃত্যু হয়৷ দেওবাৰে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা লোকজন পাপু...

তিনিচুকীয়াত চি আৰ পি এফ জোৱানৰ আত্মহত্যা

তিনিচুকীয়া তিনিচুকীয়া দুৰ্গাবাৰীস্থ আৰ এছ এছ কাৰ্যালয়ত নিয়োজিত ৬৮ নং বেটেলিয়ান জোৱান অমৃত কুমাৰে কালি নিশা নিজৰ ছাৰ্ভিচ ৰাইফলেৰে কাৰ্যালয়ৰ বাথৰোমত মুৰত গুলীয়াই আত্মহত্যা কৰে।...

Breaking

Maneswar Brahma: প্ৰয়াত শিল্পী মনেশ্বৰ ব্ৰহ্মক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ স্মৰণ। সৰলতা, উদাৰতা শিল্পীৰ ভূষণ: জ্যোতি খাটনিয়াৰ

শিল্পী মনেশ্বৰ ব্ৰহ্ম আছিল নিজৰ চেতনাৰ পোহৰেৰে উজ্জ্বল। ভয়ংকৰ পৰিস্থিতিকো মন্থন কৰি তেওঁ সৃষ্টিৰ বাট কাটি উলিয়াইছিল।(Maneswar Brahma)

Sourav Ganguly: সৌৰভ গাংগুলীৰ ফিটনেছৰ মূলমন্ত্ৰ কি জানেনে জানেনে? গাংগুলীৰ গোপন তথ্য ফাদিল কৰিলে মমতা বেনাৰ্জীয়ে…

৫২ বছৰীয়া সৌৰভৰ ফিটনেছে ২০ বছৰীয়া সৌৰভক প্ৰত্যাহ্বান জনাব। কিন্তু, বহুতে ক’ব, ইমান ফিট হৈ থকাৰ পিছতো সৌৰভ গাংগুলী হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছে কিয়। গতিকে তেওঁক ফিট বুলি কিদৰে ক’ব?(Sourav Ganguly)

Parenting Tips: নীতা আম্বানীৰ ৫টা টিপছে আপোনাৰ সন্তানক সফল আৰু সংস্কৃতিৱান কৰি তুলিব!

Parenting Tips: নীতা আম্বানীৰ ৫টা টিপছে আপোনাৰ সন্তানক সফল আৰু সংস্কৃতিৱান কৰি তুলিব!

HMPV: আকৌ ভাইৰাছ! ভাৰতত চীনৰ ভাইৰাছৰত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত…

ভাৰতত হিউমেন মেটাপনিউমোভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত৷ বাংগালুৰুত এটি ৮ মহীয়া কন্যা শিশুৰ দেহত HMPVৰ অৱস্থিতি৷(HMPV)
spot_imgspot_img