দৈনন্দিন বাৰ্তা

30909 POSTS

Exclusive articles:

লকডাউনৰ বাবে ৰাজ্যৰ কৃষিখণ্ডত ক্ষতি ৪০ কোটি টকা : কৃষিমন্ত্ৰী অতুল বৰা

অজন্তা তালুকদাৰ, বোকাখাত  "যেতিয়াই প্ৰত্যাহ্বানৰ সন্মুখীন হয় মানৱ জাতি, সমাধানৰ নতুন নতুন ৰাষ্টা বিচাৰি থাকে"- এই কথা অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ।...

Breaking

Magh bihu 2025: মাঘ বিহুৰ ঐতিহ্য আৰু পৰম্পৰা সঠিক ভাবে ৰক্ষা কৰিলেহে বিহু যুগমীয়া আৰু গৌৰৱশালী হৈ থাকিবঃ মহাসংঘ

মহাসংঘই কয় যে যি কোনো প্ৰকাৰে মাঘ বিহুৰ ঐতিহ্য আৰু পৰম্পৰা যথাযথভাবে ৰক্ষা কৰিব পাৰিলেহে বিহু যুগমীয়া আৰু গৌৰৱশালী হৈ থাকিব।(Magh bihu 2025)

Coffee: কফি কোন সময়ত খাব? সময়ত কফি খালে আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকিব!

গোটেই দিনটো নহয়, বিশেষ সময়ত কফি খালে আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকিব বুলি শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে।(Coffee)

Sanjay Dutt: অভিনেত্ৰী দীপিকা পাডুকনক চতুৰ্থ পত্নী কৰিব বিচাৰিছিল সঞ্জয় দত্তই!

'দীপিকা মোৰ চতুৰ্থ পত্নী হ'ব পাৰিলেহেঁতেন'। দীপিকা পাডুকনক লৈ বিতৰ্কিত মন্তব্য সঞ্জয় দত্ত।(Sanjay Dutt)সম্প্ৰতি তৃতীয় পত্নী মন্যতা দত্তৰ সৈতে বাস কৰি আছে অভিনেতাগৰাকী।

Priyanka Chopra: জুইৰ লেলিহানে গ্ৰাস কৰিছে জনজীৱন! চিন্তিত আমেৰিকাৰ বাসিন্দা প্ৰিয়ংকা…

অগ্নিনিৰ্বাপক বাহিনীয়ে দিনে নিশাই জুই নিৰ্বাপনৰ বাবে কাম কৰি আছে। প্ৰিয়ংকা চোপ্ৰাই দিলে এটা বাৰ্তা। অভিনেত্ৰীগৰাকী নিজেই এতিয়া আমেৰিকাৰ বাসিন্দা।(Priyanka Chopra)
spot_imgspot_img