দৈনন্দিন বাৰ্তা

30959 POSTS

Exclusive articles:

লকডাউনৰ বাবে ৰাজ্যৰ কৃষিখণ্ডত ক্ষতি ৪০ কোটি টকা : কৃষিমন্ত্ৰী অতুল বৰা

অজন্তা তালুকদাৰ, বোকাখাত  "যেতিয়াই প্ৰত্যাহ্বানৰ সন্মুখীন হয় মানৱ জাতি, সমাধানৰ নতুন নতুন ৰাষ্টা বিচাৰি থাকে"- এই কথা অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ।...

Breaking

Semolina Benefits: চুজি খালে শৰীৰে কি কি উপকাৰ লাভ কৰিব?

দিনটোৰ আৰম্ভণিতে চুজিৰে বনোৱা খাদ্য খালে শৰীৰে গোটেই দিনটো কাম কৰিবলৈ শক্তি লাভ কৰিব।(Semolina Benefits)

BCCI: BCCIৰ নতুন নিয়ম, এতিয়াৰে পৰা ভাৰতীয় ক্ৰিকেটাৰসকলে খেলৰ বাবে কৰা ভ্ৰমণত পত্নী, পৰিয়ালৰ সৈতে কৰিব নোৱাৰিব যাত্ৰা

এতিয়াৰে পৰা আৰু ভাৰতীয় ক্ৰিকেটাৰসকলে খেলৰ বাবে কৰা ভ্ৰমণত পত্নী, (BCCI)পৰিয়ালৰ সৈতে কৰিব নোৱাৰিব যাত্ৰা।

World’s Richest Actress: ৬৬ হাজাৰ কোটি টকাৰ মালিক এইগৰাকী অভিনেত্ৰী, নাই এখনো হিট ছবি

৬৬ হাজাৰ কোটি টকাৰ মালিক এইগৰাকী সৌন্দৰ্য, বিশ্বৰ আটাইতকৈ ধনী অভিনেত্ৰী, কিন্তু এখনো হিট ছবি দিয়া নাই, ৫৯ বছৰ বয়সতো তেওঁৰ মুখত আছে পোহৰৰ বিকিৰণ।(World's Richest Actress)

Egg: সোমবাৰ, মঙলবাৰ প্ৰতিদিনে খাব কণী; যিকোনো বয়সৰ লোকৰ দুৰ্বল নহ’ব স্মৃতিশক্তি

প্ৰতিদিনে কণী খালে মগজুৰ কাৰ্য্যক্ষমতা উন্নত হ’ব পাৰে, বিশেষকৈ বয়স বৃদ্ধিৰ লগে লগে। এনে পৰিস্থিতিত যদি আপুনি কণী খাই ভাল নাপায়, তথাপিও আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক কণী।(Egg)
spot_imgspot_img