দৈনন্দিন বাৰ্তা

31835 POSTS

Exclusive articles:

কাৰ্বি আংলঙৰ চৌকিহোলাত ছোৱাইন ফিভাৰ সম্পৰ্কীয় সজাগতা সভা পশু ধন আৰু পশুপালন বিভাগৰ

দেওপানী বিশ্বজুৰি ক’ভিড-১৯ৰ সংক্ৰমণৰ তীব্ৰ হৈ থকাৰ সময়তে উজনি অসমৰ কেইবাখনো জিলাত হোৱা ছোৱাইন ফিভাৰে চিন্তিত কৰিছে গাহৰি পালকক৷ ছোৱাইন ফিভাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে ...

ধনেশ, তেলিয়া সাৰেঙৰ মুক্ত বিচৰণ জনাৰণ‍্যৰ আশে পাশে

কলিয়াবৰ  তলাবন্ধই যেন সোণতে সুৱগা চৰাইছে প্ৰকৃতিৰ। সংৰক্ষিত বনাঞ্চল অথবা অভয়াৰণ্যত বিচৰণ কৰা দূৰ্লভ ধনেশ পক্ষী, তেলিয়া সাৰেং এতিয়া নিৰাপদে আপোন পাহৰা হৈ কলিয়াবৰৰ আকাশত...

দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ কোৱাৰেণ্টিনত থকা অসমৰ ক্ৰীড়াবিদ পুষ্প বৰুৱা ক্ৰমাৎ সুস্থ : পৰিয়ালৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল ঋণাত্মক

নাজিৰা  দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ কোৱাৰেণ্টিনত থকা অসমৰ বিশিষ্ট ক্ৰীড়াবিদ শিৱসাগৰ জিলাৰ পাটসাঁকো অঞ্চলৰ পুষ্প বৰুৱা ক্ৰমাৎ সুস্থ হৈ উঠিছে। তদুপৰি তেওঁৰ সংস্পৰ্শলৈ অহা সহধৰ্মিনী,...

অসমলৈ দলে-বলে আহিছে বহিৰাজ্যৰ পৰা

দৈনন্দিন বাৰ্তা প্ৰতিবেদন অসমলৈ ঘূৰিছে বাহিৰত আবদ্ধ লোকসকল।চৰকাৰৰ মধ্যস্থতাত ৰাজস্থানৰ কোটাৰ পৰা সোতৰখন বাছেৰে আহিছিল অভিভাবকসহ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী।ইয়াৰ পিছতে তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত...

কৰ’না হটস্পট হ’ল কেনেকৈ জিএমচিএইছ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমগ্ৰ চৌহদ হৈ পৰিছে প্ৰাণঘাটক কৰ'না ভাইৰাছৰ নতুন হটস্পট।কালি চিকিৎসক ডাঃ লিথীকেশ ডি এছ কৰ'নাক্ৰান্ত হোৱাৰ পিছত একেটা...

Breaking

Chutia Jati Sammelan:১০ এপ্ৰিলত ঢকুৱাখনাত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ শততম প্ৰতিষ্ঠা দিৱস

দৈনন্দিন বাৰ্তাৰ সেৱা, ঢকুৱাখনা, ৯ এপ্ৰিল : অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ পৱিত্ৰ মঞ্চ ১৯২৫ চনৰ ১০ এপ্ৰিলত প্রতিষ্ঠা লাভ কৰা সদৌ চুতীয়া জাতি সন্মিলন(Chutia Jati Sammelan), অসমে ১০ এপ্রিল, ২০২৫ তাৰিখে শতবর্ষ সম্পূৰ্ণ কৰিছে।

25th Convocation of AAU:অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫সংখ্যক সমাৱৰ্তন

জলবায়ু পৰিৱৰ্তন কৃষিৰ বাবে এক গুৰুতৰ সমস্যা।বৰ্ধিত উষ্ণতা, অস্বাভাৱিক বৰষুণ(Unusual rainfall), খৰাং, বানপানী আৰু ধুমুহাই আমাৰ কৃষি ব্যৱস্থাত ব্যাঘাত জন্মায়।(25th Convocation of AAU) ইয়াৰ ফলত খাদ্য সুৰক্ষাই প্ৰভাৱিত হোৱাই নহয়, কৃষিৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ লোকৰ জীৱিকাৰ ওপৰতো প্ৰভাৱ পৰিছে।

Panchayat Elections 2025:একেখন নাৱৰ যাত্ৰী হোৱাৰ সংকল্প ল’লে বিজেপি-অগপৰ বিধায়কে 

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিব্ৰুগড়, ৯ এপ্ৰিল: সমাগত পঞ্চায়ত নিৰ্বাচনক(Panchayat Elections 2025) লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে কঁকালত টঙালী বান্ধিছে।(BJP- AGP) কিয়নো পঞ্চায়ত নিৰ্বাচনৰ পাছতে ২৬ৰ বিধানসভা নিৰ্বাচন।

Assam Girls Football Team:অসম ছোৱালী ফুটবল দলৰ কৰ্ণাটকক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অভিযান আৰম্ভ

দৈনন্দিন বাৰ্তাৰ ক্ৰীড়া প্ৰতিবেদক, গোগামুখ, ৯ এপ্ৰিলঃ  গোৱাৰ ওটৰদাত অনুষ্ঠিত হোৱা  ড্ৰীম  স্প’ৰ্ট ছোৱালীৰ ১৭ বছৰ  অনুৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বপত অসমৰ ছোৱালী ফুটবল দলে(Assam Girls Football Team) অগ্ৰগতি লাভ কৰিছে৷(National Football Championship)
spot_imgspot_img