দৈনন্দিন বাৰ্তা

31835 POSTS

Exclusive articles:

দৰং জিলাৰ দেউমৰনৈ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

ওদালগুৰি মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা  দেওমৰনৈ অসামৰিক চিকিৎসালয়ৰ সকলো স্বাস্থ্য কৰ্মীক দৃষ্টি নামৰ ছ’চি মিডিয়া গ্ৰুপৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা আয়োজন কৰা হৈছিল...

নাজিৰাত ‘কা’ আন্দোলনৰ কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত ঘৰৰ পদূলিত বন্তি প্ৰজ্বলন বীৰ লাচিত সেনাৰ

নাজিৰা  বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱা আহ্বানত কৃষক নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালকে প্ৰমুখ্যে কৰি 'কা' আন্দোলনৰ...

জামুগুৰিহাটৰ কিশোৰী ধৰ্ষণকাৰী আৰক্ষী জোৱানক কাৰাগাৰলৈ প্ৰেৰণ

জামুগুৰিহাট জামুগুৰিহাটৰ লুঙিবজাৰত লকডাউনৰ মাজতেই এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ১১নং বেটেলিয়নৰ আৰক্ষী জোৱান ফুলেন ডেকাক মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ঘটনা...

মাৰ্ঘেৰিটাত বন্দুকেৰে খুচি যুৱকৰ পেট ফালিলে আৰক্ষীয়ে

মাৰ্ঘেৰিটা দেশত তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ সমান্তৰালকৈ সোমবাৰৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ঘোষণা কৰা হয় সান্ধ্য আইন৷ সান্ধ্য আইন...

হাতী মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত

ওদালগুৰি সমগ্ৰ বিশ্বত ক’ৰ'ণাৰ আতংক তথা আৰ্থিক আৰু খাদ্যৰ সংকটে দেখা দিছে সময়তে ওদালগুৰি জিলাৰ ভাৰত -ভুটান সীমান্তত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত৷...

Breaking

Chutia Jati Sammelan:১০ এপ্ৰিলত ঢকুৱাখনাত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ শততম প্ৰতিষ্ঠা দিৱস

দৈনন্দিন বাৰ্তাৰ সেৱা, ঢকুৱাখনা, ৯ এপ্ৰিল : অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ পৱিত্ৰ মঞ্চ ১৯২৫ চনৰ ১০ এপ্ৰিলত প্রতিষ্ঠা লাভ কৰা সদৌ চুতীয়া জাতি সন্মিলন(Chutia Jati Sammelan), অসমে ১০ এপ্রিল, ২০২৫ তাৰিখে শতবর্ষ সম্পূৰ্ণ কৰিছে।

25th Convocation of AAU:অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫সংখ্যক সমাৱৰ্তন

জলবায়ু পৰিৱৰ্তন কৃষিৰ বাবে এক গুৰুতৰ সমস্যা।বৰ্ধিত উষ্ণতা, অস্বাভাৱিক বৰষুণ(Unusual rainfall), খৰাং, বানপানী আৰু ধুমুহাই আমাৰ কৃষি ব্যৱস্থাত ব্যাঘাত জন্মায়।(25th Convocation of AAU) ইয়াৰ ফলত খাদ্য সুৰক্ষাই প্ৰভাৱিত হোৱাই নহয়, কৃষিৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ লোকৰ জীৱিকাৰ ওপৰতো প্ৰভাৱ পৰিছে।

Panchayat Elections 2025:একেখন নাৱৰ যাত্ৰী হোৱাৰ সংকল্প ল’লে বিজেপি-অগপৰ বিধায়কে 

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিব্ৰুগড়, ৯ এপ্ৰিল: সমাগত পঞ্চায়ত নিৰ্বাচনক(Panchayat Elections 2025) লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে কঁকালত টঙালী বান্ধিছে।(BJP- AGP) কিয়নো পঞ্চায়ত নিৰ্বাচনৰ পাছতে ২৬ৰ বিধানসভা নিৰ্বাচন।

Assam Girls Football Team:অসম ছোৱালী ফুটবল দলৰ কৰ্ণাটকক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অভিযান আৰম্ভ

দৈনন্দিন বাৰ্তাৰ ক্ৰীড়া প্ৰতিবেদক, গোগামুখ, ৯ এপ্ৰিলঃ  গোৱাৰ ওটৰদাত অনুষ্ঠিত হোৱা  ড্ৰীম  স্প’ৰ্ট ছোৱালীৰ ১৭ বছৰ  অনুৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বপত অসমৰ ছোৱালী ফুটবল দলে(Assam Girls Football Team) অগ্ৰগতি লাভ কৰিছে৷(National Football Championship)
spot_imgspot_img