দৈনন্দিন বাৰ্তা

30717 POSTS

Exclusive articles:

Non Veg Tiffin: টিফিনত আমিষ খাদ্য নিয়াৰ বাবেই স্কুলৰ পৰা বহিষ্কাৰ ছাত্ৰ! উচ্চ ন্যায়ালয়ত উপস্থিত মাতৃ…

শিশুটিয়ে নন-ভেজ টিফিন অনাৰ বাবে স্কুলৰ পৰা বহিষ্কাৰ কৰা হ'ল। তাৰ পিছত মায়ে হাইকোৰ্টত উপস্থিত হ'ল, ন্যায়লয়ে কি ৰায় দিলে?(Non Veg Tiffin)

Sweets: প্ৰতিদিনে নহয়, কিন্তু মাজে সময়ে মিঠাই খাব! হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ এক নতুন কৌশল

আমি সকলোৱে ভাবো মিঠাই খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নত এক আচৰিত ধৰণৰ প্ৰকাশ পাইছে। এই অধ্যয়নত দেখা গৈছে যে যদি আপুনি সঠিক পৰিমাণত আৰু উন্নতৰ মিঠাই খায় তেন্তে ই আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।(Sweets)

BJP। ভাৰতীয় জনতা পাৰ্টীৰ লাহোৱাল মণ্ডলৰ সভাপতি পদত নিযুক্তি লাভ কুমুদ দত্তৰ

BJP । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীয়ে জিলাই জিলাই অনুষ্ঠিত কৰি অহা মণ্ডল সভাপতিৰ নিযুক্তি সংগঠন পৰ্বৰ সমান্তৰালকৈ অলপতে বিজেপি দলৰ ৰাজ্যিক উপসভাপতি জয়ন্ত দাসৰ উপস্থিতিত ডিব্ৰুগড় জিলাৰ ১৮টা মণ্ডল সভাপতিৰ পদত দলটোত দীৰ্ঘদিনৰ পৰা সক্ৰিয়তাৰে সেৱা আগবঢ়াই ১৮ গৰাকীকৈ বিজেপি দলৰ কৰ্মকৰ্তাক নিযুক্তি প্ৰদান কৰা হয় ।

Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

Bhutan and Assam। ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় ।

Snowfall in Odisha:অভূতপূৰ্ব ঘটনাঃ শীতপ্ৰবাহে কাবু কৰা ওড়িশাত হিমপাত!

দেশৰ কেইবাখনো ৰাজ্যত এতিয়া শীতপ্ৰবাহে(Snowfall in Odisha) সংহাৰৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা হাত সাৰিব পৰা নাই ওড়িশাও(Orissa)। ওড়িশাত শেহতীয়াকৈ বহু ঠাইৰ পৰা আহিছে হিমপাতৰ ঘটনাৰ খবৰ।

Breaking

Arunodoi 3.0: অৰুণোদয় ৩.০ত নালাগে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ

বৈধ ৰেচন কাৰ্ড থাকিলে অৰুণোদয় ৩ ৰ বাবে নালাগে কোনো উৰ্পাজনৰ প্ৰমাণপত্ৰ। এই তথ্য চৰকাৰৰ ঘোষণা।(Arunodoi 3.0)

Barack Obama: বাৰাক ওবামাৰ প্ৰিয় ছবিৰ তালিকাত ভাৰতীয় ছবি

বাৰাক ওবামাৰ প্ৰিয় ছবিৰ তালিকাত প্ৰথমখন ভাৰতীয় ছবি! ভাৰতীয় প্ৰেক্ষাপটত নিৰ্মিত অন্ধ্ৰ প্ৰদেশৰ এগৰাকী কন্যাই নিৰ্মাণ কৰা এখন ছবিয়ে বাৰাক ওবামাৰ ছবিৰ তালিকাত শীৰ্ষস্থান দখল কৰে।(Barack Obama)

Tea Is Healthy: ‘চাহ এতিয়া স্বাস্থ্যকৰ’, চাহলৈ ‘স্বাস্থ্যকৰ’ পানীয়ৰ স্বীকৃতি আমেৰিকাৰ

চাহলৈ 'স্বাস্থ্যকৰ' পানীয়ৰ স্বীকৃতি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে প্ৰদান কৰে এই আনুষ্ঠানিক স্বীকৃতি। ইণ্ডিয়ান টি এছ'চিয়েশ্যনে শুকুৰবাৰে সদৰী কৰে এই কথা।(Tea Is Healthy)

Narendra Modi’s Kuwait Visit: কুৱেইটত উপস্থিত মোডী, দুয়োখন দেশৰ সম্পৰ্কত গুৰুত্ব, প্ৰতিৰক্ষাৰ আলোচনাৰ সম্ভাৱনা! মোডীৰ কুৱেইট ভ্ৰমণক সমালোচনা কংগ্ৰেছৰ

১৯৮১ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কুৱেইট ভ্ৰমণ কৰিছিল। তাৰ পিছত আন কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে কুৱেইট ভ্ৰমণ কৰা নাছিল। ৪৩ বছৰৰ পাছত শনিবাৰে কুৱেইটৰ ৰাজকুমাৰৰ আমন্ত্ৰণত নৰেন্দ্ৰ মোদীয়ে কুৱেইট ভ্ৰমণ কৰে।(Narendra Modi’s Kuwait Visit)
spot_imgspot_img