Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
facebook
দৈনন্দিন বাৰ্তা
30720 POSTS
Exclusive articles:
Blue Flower of Heart:শংকৰদেৱ বিশ্ববিদ্যালয়ত ড° কৰবী কোঁছৰ ‘হৃদয়ৰ নীলা পাহি’ উন্মোচন
অসম
দৈনন্দিন বাৰ্তা
-
December 17, 2024
নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত আজি আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা ড° কৰবী কোঁছৰ 'হৃদয়ৰ নীলা পাহি'(Blue Flower of Heart) নামৰ উপন্যাসখন উন্মোচন কৰা হয়।
Priyanka Gandhi Bangladesh Bag: হাতে হাতে আমি বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ সৈতে থিয় দিছোঁ বুলি লিখা বেগ লৈ প্ৰতিবাদ বিৰোধীৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 17, 2024
মঙলবাৰে বাংলাদেশী হিন্দুৰ সমৰ্থনত প্ৰিয়ংকা গান্ধীক দেখা গ’ল। সোমবাৰে কান্ধত ‘পেলেষ্টাইন’ লিখা বেগ এটা লৈ যোৱাৰ সময়তে মঙলবাৰে বাংলাদেশী হিন্দু আৰু খ্ৰীষ্টানৰ সপক্ষে মাত মাতিবলৈ বেগ লৈ উপস্থিত হয়।(Priyanka Gandhi Bangladesh Bag)
Assam-Meghalaya border:অসম-মেঘালয় সীমান্তত পুনৰ খাছীয়াৰ দপদপনি
অসম
দৈনন্দিন বাৰ্তা
-
December 17, 2024
পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত(Assam-Meghalaya border) পুনৰ খাছীলোকৰ(Khasia) উদ্ভণ্ডালি তথা পথনিৰ্মাণত বাধা দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ প্ৰাপ্ত বাতৰি অনুসৰি, অসম চৰকাৰৰ অসমমালা ২.০ আঁচনিৰ অধীনত এটি পথনিৰ্মাণৰ কাম হামৰেণৰ পৰা খান্দুলিলৈ চলি আছে৷
High BP: শীতকালত দৈনিক এই ৪ টা শুকান ফল খাওক আৰু ৰক্তচাপৰ সমস্যাৰ পৰা সকাহ পাওক
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 17, 2024
উচ্চ বিপিৰ সমস্যা সমাধানৰ বাবে শীতকালত দৈনিক এই ৫ টা শুকান ফল খাই ৰক্তচাপৰ সমস্যা সমাধান কৰক।(High BP)
Mangaldai Book Fair:মঙলদৈৰ গ্ৰন্থমেলাত অৰ্ধ শতাধিক গ্ৰন্থপ্ৰেমীক মূল্যৱান গ্ৰন্থ উপহাৰ দিলে কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মনে
india
দৈনন্দিন বাৰ্তা
-
December 17, 2024
মঙলদৈ গ্ৰন্থমেলাৰ(Mangaldai Book Fair) ১৪ ডিচেম্বৰৰ সামৰণিৰ দিনটোত দেখা পোৱা গ'ল এক ব্যতিক্ৰমী আৰু উৎসাহজনক পদক্ষেপ
1
...
8
9
10
...
6,144
Page 9 of 6,144
Breaking
Child Marriage: ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত ৬৮ জনক আটক
দৈনন্দিন বাৰ্তা
-
December 22, 2024
Child Marriage: পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, চাপৰ, বিলাসীপাৰা; নগৰবেৰাত আটক অবৈধ স্বামীক
মুখ্য-পৃষ্ঠা
December 22, 2024
ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত অন্যান্য প্ৰান্তৰ লগতে চাপৰ, বিলাসীপাৰা; নগৰবেৰাত আটক বহু অবৈধ স্বামীক। (Child Marriage)
School Week: বিশ্বনাথৰ বালিচাঙত বিদ্যালয় সপ্তাহ পালন
মুখ্য-পৃষ্ঠা
December 22, 2024
জ্যোতি সংগীত , ৰাভা সংগীত পৰিবেশন কৰাৰ লগতে দলীয় তথা আধুনিক নৃত্যও প্ৰদৰ্শন কৰে ছাত্ৰছাত্ৰী সকলে৷ (School Week)
Silapathar: চিলাপথাৰত বিধংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰ কাষত সাংসদ প্ৰদান বৰুৱা
মুখ্য-পৃষ্ঠা
December 22, 2024
চিলাপথাৰত বিধংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰ কাষত সাংসদ প্ৰদান বৰুৱা।(Silapathar) শনিবাৰে দুপৰীয়া হঠাত চিলাপথাৰৰ পুৰণি গৰু বজাৰৰ সমীপত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে জ্বলি ভস্মীভূত হয় এটি কাপোৰৰ গোডাম।
Arunodoi 3.0: অৰুণোদয় ৩.০ত নালাগে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ
অসম
December 22, 2024
বৈধ ৰেচন কাৰ্ড থাকিলে অৰুণোদয় ৩ ৰ বাবে নালাগে কোনো উৰ্পাজনৰ প্ৰমাণপত্ৰ। এই তথ্য চৰকাৰৰ ঘোষণা।(Arunodoi 3.0)